• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশ মন্দিৰত হাত ভৰি বন্ধা অৱস্থাত এগৰাকী পুৰোহিতৰ নিথৰ দেহ উদ্ধাৰ

বাংলাদেশ মন্দিৰত হাত ভৰি বন্ধা অৱস্থাত এগৰাকী পুৰোহিতৰ নিথৰ দেহ উদ্ধাৰ

2 years ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

44 minutes ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

1 hour ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

9 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

10 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

10 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

11 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

12 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

12 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

14 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

15 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

15 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বাংলাদেশ মন্দিৰত হাত ভৰি বন্ধা অৱস্থাত এগৰাকী পুৰোহিতৰ নিথৰ দেহ উদ্ধাৰ

editor by editor
December 22, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
বাংলাদেশ মন্দিৰত হাত ভৰি বন্ধা অৱস্থাত এগৰাকী পুৰোহিতৰ নিথৰ দেহ উদ্ধাৰ
0
SHARES
340
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশ মন্দিৰত হাত ভৰি বন্ধা অৱস্থাত এগৰাকী পুৰোহিতৰ নিথৰ দেহ উদ্ধাৰ

বাংলাদেশত অব্যাহত আছে হিন্দু আৰু ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ। এইবাৰ নাটৰৰ কাশিমপুৰ কেন্দ্ৰীয় শ্মশানত মন্দিৰ পৰিচাৰক তৰুণচন্দ্ৰ দাসক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। লগতে মন্দিৰৰ মূল্যবান সামগ্ৰীয়ো লুট কৰা বুলিও অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছৰে পৰা ভাৰতৰ চুবুৰীয়া দেশ খনত হিন্দুসকলক অবিৰতভাৱে অত্যাচাৰ আৰু হত্যা কৰাৰ খবৰ আহি আছে। দেশখনত থকা অন্তৱৰ্তীকালীন চৰকাৰখনে ধৰ্মীয় সংখ্যালঘুসকলক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হোৱা বুলিও বহু লোকে মন্তব্য কৰি আছে।

শনিবাৰে খবৰ আহিছিল যে বিগত ৪৮ ঘণ্টাত মইমনচিং, দিনাজপুৰ আৰু নাট’ৰেৰ বিভিন্ন মন্দিৰ আৰু ধৰ্মীয় অনুষ্ঠানত আক্রমণ হৈছে৷ ইয়াৰ পিছতে পোহৰলৈ আহে শ্মশান মন্দিৰৰ পূৰোহিত তৰুণ চন্দ্ৰ দাসক হত্যা কৰাৰ খবৰ। লগতে হাত ভৰি বান্ধি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ সদৰি।

কিন্তু বাংলাদেশ আৰক্ষীয়ে দাবী কৰিছে যে এয়া এক ডকাইতি কাণ্ড। পাছে তাত থকা হিন্দু সকলৰ মন্তব্য এয়া ডকাইতিৰ লগতে হক্যাৰ ঘটনা। এই হিংসাৰ ঘটনাই কেৱল হিন্দুক লক্ষ্য কৰি লৈছে।

শুকুৰবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে বাংলাদেশত চলিত বৰ্ষত হিন্দুৰ বিৰুদ্ধে ২২০০টা হিংসাৰ ঘটনা সংঘটিত হৈছে। এই আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। অৱশ্যে ইউনুছৰ প্ৰেছ উইঙে এই তথ্যক ‘বিভ্ৰান্তিকৰ আৰু অতিৰঞ্জিত’ বুলি অভিহিত কৰিছে। তেওঁলোকে কয় যে চলিত বৰ্ষৰ নৱেম্বৰ পৰ্যন্ত ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে ১৩৮টা হিংসাৰ ঘটনা সংঘটিত হৈছে। খবৰ অনুসৰি, অন্তৱৰ্তীকালীন চৰকাৰে প্ৰতিটো ঘটনাৰ তদন্ত কৰি দোষীক ন্যায়ৰ কাষ চাপিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bangladeshBangladesh New GovtHindu In Bangladesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink
জীৱনশৈলী

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

July 11, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 11, 2026
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন
বাণিজ্য

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

July 10, 2026
Next Post
বুধৰ ৰাশিত চন্দ্ৰৰ প্ৰৱেশ, ৩ ৰাশিৰ লোকৰ কেৰিয়াৰ-ব্যৱসায়ত হ’ব বাম্পাৰ লাভ

বুধৰ ৰাশিত চন্দ্ৰৰ প্ৰৱেশ, ৩ ৰাশিৰ লোকৰ কেৰিয়াৰ-ব্যৱসায়ত হ'ব বাম্পাৰ লাভ

প্ৰেমৰ বাবেই বিশেষ সিদ্ধান্ত, বান্ধৱীক বিয়া পাতিবলৈ বহু টকা খৰচ কৰি শিবাংগী হ’ল ৰানো

প্ৰেমৰ বাবেই বিশেষ সিদ্ধান্ত, বান্ধৱীক বিয়া পাতিবলৈ বহু টকা খৰচ কৰি শিবাংগী হ'ল ৰানো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.