• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফোন সলোৱাৰ বাদে উপায় নাইঃ ১ জানুৱাৰীৰ পৰা এইকেইটা এণ্ড্ৰয়েডত বন্ধ হ’ব হোৱাটছএপ, আপোনাৰ ফোনটোও আছে নেকি তালিকাত?

ফোন সলোৱাৰ বাদে উপায় নাইঃ ১ জানুৱাৰীৰ পৰা এইকেইটা এণ্ড্ৰয়েডত বন্ধ হ’ব হোৱাটছএপ, আপোনাৰ ফোনটোও আছে নেকি তালিকাত?

1 year ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

18 minutes ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

1 hour ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

2 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

3 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

4 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

5 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

14 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

14 hours ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

15 hours ago
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

15 hours ago
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

16 hours ago
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফোন সলোৱাৰ বাদে উপায় নাইঃ ১ জানুৱাৰীৰ পৰা এইকেইটা এণ্ড্ৰয়েডত বন্ধ হ’ব হোৱাটছএপ, আপোনাৰ ফোনটোও আছে নেকি তালিকাত?

ফোন সলোৱাৰ বাদে উপায় নাইঃ ১ জানুৱাৰীৰ পৰা এইকেইটা এণ্ড্ৰয়েডত বন্ধ হ’ব হোৱাটছএপ, আপোনাৰ ফোনটোও আছে নেকি তালিকাত?

editor by editor
December 24, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত
0
ফোন সলোৱাৰ বাদে উপায় নাইঃ ১ জানুৱাৰীৰ পৰা এইকেইটা এণ্ড্ৰয়েডত বন্ধ হ’ব হোৱাটছএপ, আপোনাৰ ফোনটোও আছে নেকি তালিকাত?
0
SHARES
713
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০১৩ চনত প্ৰথমে আৰম্ভ হৈছিল কিটকাট অ এছ৷ তাৰপাছৰে পৰা ধীৰে ধীৰে ইয়াৰ ব্যৱহাৰ কমি গৈ আছে৷ এতিয়া অধিকাংশ ক্ষেত্ৰত ইয়াৰ পৰা আৰু আধুনিক ছফ্টৱেৰ ব্যৱহাৰ কৰা হৈছে৷ সেই কাৰণেই মেটাই সিদ্ধান্ত লৈছে যে কিটকাটৰ পৰা ছাপৰ্ট চিষ্টেম উঠাই লোৱা হ’ব৷ আধুনিক অপাৰেটিং চিষ্টেমৰ যাৱতীৰ কামৰ সৈতে ইমান পিছুৱাই থকা প্ৰযুক্তিৰ আপডেট কৰাটো যথেষ্ট সমস্যা আহিছে৷ সেয়ে এইবাৰ বিশেষ সিদ্ধান্ত লোৱাৰ পথত আগুৱাইছে মেটা৷ মেটাই জনাইছে যে পুৰণি অপাৰেটিং চিষ্টেমে বহুসময়তেই নতুন আপডেটসমূহ চাপৰ্ট নকৰে৷ ইয়াৰ ফলত কামত যেনেকৈ অসুবিধা হয় তেনেকৈ নিৰাপত্তাক লৈয়ো আশংকা তৈয়াৰ হয়৷

হোৱাটছএপক লৈ সেয়ে এইবাৰ ডাঙৰ সিদ্ধান্ত লৈছে মেটাই৷ নতুন বছৰৰ পৰা আৰম্ভ হৈছে এই নিয়ম৷ কিছু এণ্ড্ৰয়েড ডিভাইছত হোৱাটছএপে আৰু কাম নকৰিব বুলি জনাইছে মেটাই৷ নতুন বছৰ, অৰ্থাৎ ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে এই নিয়ম৷

মেটাই জনাইছে যে যিসমূহ এণ্ড্ৰয়েড ডিভাইছত কিটকাট অপাৰেটিং ছফ্টৱেৰ (KitKat OS)বা তাতোকৈ পুৰণি এণ্ড্ৰয়েড ছফ্টৱেৰ চলি আছে সেইসমূহত ২০২৫ৰ ১ জানুৱাৰীৰ পৰা আৰু হোৱাটছএপ চিষ্টেমে কাম নকৰিব৷ নতুন টেকনলজিৰ সৈতে হোৱাটছএপৰ কম্পেটিবিলিটি আৰু নিৰাপত্তাৰ স্বাৰ্থতেই এই পদক্ষেপ বুলি জনাইছে মেটাই৷

মেটাৰ এই সিদ্ধান্তৰ কাৰণেই একাধিক ফোনৰ মডেলত হোৱাটছএপে আৰু ছাপৰ্ট নকৰিব৷ এইসমূহৰ মাজত প্ৰায় সকলোবোৰেই পুৰণি মডেলৰ৷

ছেমছাংঃ গেলেক্সি S3, নোট-২, Ace 3, এছ ফৰ মিনি

মটৰলাঃ মট’ জি( ফাৰ্ষ্ট জেন), Razr HD, মট’-২ ২০১৪

HTCঃ ৱান এক্স, ৱান এক্স প্লাছ, ডিজায়াৰ ৫০০, ডিজায়াৰ ৬০১

এল জিঃ অপ্টিমাছ জি, নেক্সাছ ফ’ৰ, জিটু মিনি

ছনিঃ এক্সপেৰিয়া জেড, এক্সপেৰিয়া এছ পি, এক্সপেৰিয়া টি, এক্সপেৰিয়া ভি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা
বিনোদন

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

June 20, 2026
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?
বিনোদন

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

June 20, 2026
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী
জীৱনশৈলী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

June 20, 2026
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প
বিশ্ব

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

June 20, 2026
Next Post
৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

ডিচেম্বৰৰ শেষ সপ্তাহত শ শ ৰাজযোগ! নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বেই ধনী হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

ডিচেম্বৰৰ শেষ সপ্তাহত শ শ ৰাজযোগ! নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বেই ধনী হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.