• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ এখন গাঁৱৰ লগত বিশেষ সম্বন্ধ জিমি কাৰ্টাৰৰ, যি সম্বন্ধ থাকিব যুগ যুগ

ভাৰতৰ এখন গাঁৱৰ লগত বিশেষ সম্বন্ধ জিমি কাৰ্টাৰৰ, যি সম্বন্ধ থাকিব যুগ যুগ

1 year ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

14 minutes ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

60 minutes ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

1 hour ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

3 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 hours ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

4 hours ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

4 hours ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

4 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতৰ এখন গাঁৱৰ লগত বিশেষ সম্বন্ধ জিমি কাৰ্টাৰৰ, যি সম্বন্ধ থাকিব যুগ যুগ

editor by editor
December 30, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
ভাৰতৰ এখন গাঁৱৰ লগত বিশেষ সম্বন্ধ জিমি কাৰ্টাৰৰ, যি সম্বন্ধ থাকিব যুগ যুগ
0
SHARES
108
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ এখন গাঁৱৰ লগত বিশেষ সম্বন্ধ জিমি কাৰ্টাৰৰ, যি সম্বন্ধ থাকিব যুগ যুগ

কালি দেওবাৰে ২৯ ডিচেম্বৰ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা নোবেল বঁটা প্ৰাপক জিমি কাৰ্টাৰে। ১০০ বছৰ বয়সত বিয়োগ ঘটে সমাজৰ হকে কাম কৰা নেতাগৰাকীৰ। আমেৰিকাৰ ইতিহাসত তেখেত সবাতোকৈ অধিক কাল জীৱিত থকা ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয়।

সেই নেতা গৰাকীৰে ভাৰতৰ সৈতে আছে এক বিশেষ সম্বন্ধ। ভাৰতলৈ অহা তৃতীয়গৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল জিমি কাৰ্টাৰ। ভাৰত ভ্ৰমণলৈ অহাৰ সময়ত জিমি কাৰ্টাৰে হাৰিয়ানাৰ এখন গাঁওলৈও গৈছিল। পাছলৈ সেই গাঁওখনে কাৰ্টাৰৰ সন্মানত গাঁওখনৰ নাম সলাই কাৰ্টাৰপুৰি ৰাখে। বৰ্তমানেও কাৰ্টাৰপুৰিৰ নাম একেই আছে। যি ভৱিষ্যতলৈয়ো একেই থাকিব।

কাৰ্টাৰৰ ভাৰত ভ্ৰমণৰ সময়ত তেতিয়াৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ সৈতে দিল্লী ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছিল। এই ঘোষণাৰ লগে লগে ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্কৰ এক নতুন পৰ্যায় আৰম্ভ হৈছিল। জিমি কাৰ্টাৰ চেণ্টাৰৰ তথ্য অনুসৰি ১৯৭৮ চনৰ ৩ জানুৱাৰীত কাৰ্টাৰ আৰু তেতিয়াৰ ফাৰ্ষ্ট লেডী ৰোজালিন কাৰ্টাৰ নতুন দিল্লীৰ পৰা এঘণ্টাৰ দূৰত্বত হাৰিয়ানাৰ দৌলতপুৰ নাছিৰাবাদ গাঁৱলৈ গৈছিল।

জিমি কাৰ্টাৰৰ মাতৃ লিলিয়ানে ১৯৬০ চনৰ শেষৰ ফালে এই গাঁৱত শান্তি বাহিনীৰ সৈতে স্বাস্থ্য স্বেচ্ছাসেৱক হিচাপে কাম কৰিছিল। জিমি কাৰ্টাৰৰ গাঁওখন ভ্ৰমণ আৰু গাঁৱৰ সৈতে তেওঁৰ সংযোগৰ পিছত গাঁৱৰ মানুহে কাৰ্টাৰৰ সন্মানত গাঁওখনৰ নাম সলনি কৰি কাৰ্টাৰপুৰী কৰি লয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: America Former PresidentCarterpuriFormer PresidentJimmy Carterrelation With India
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ
ক্ৰীড়া

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

March 10, 2026
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?
জীৱনশৈলী

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

March 10, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
Next Post
পুনৰ শোকৰ খবৰ, একেলগে প্ৰাণ গ’ল ৬৬ গৰাকী লোকৰ, ইথিওপিয়াত হাহাকাৰ

পুনৰ শোকৰ খবৰ, একেলগে প্ৰাণ গ'ল ৬৬ গৰাকী লোকৰ, ইথিওপিয়াত হাহাকাৰ

অনুষ্ঠান চাই থকাৰ সময়তে ১৫ ফুট উচ্চতাৰ পৰা পৰি সংকটজনক কংগ্ৰেছ বিধায়ক

অনুষ্ঠান চাই থকাৰ সময়তে ১৫ ফুট উচ্চতাৰ পৰা পৰি সংকটজনক কংগ্ৰেছ বিধায়ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.