• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনুষ্ঠান চাই থকাৰ সময়তে ১৫ ফুট উচ্চতাৰ পৰা পৰি সংকটজনক কংগ্ৰেছ বিধায়ক

অনুষ্ঠান চাই থকাৰ সময়তে ১৫ ফুট উচ্চতাৰ পৰা পৰি সংকটজনক কংগ্ৰেছ বিধায়ক

1 year ago
১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

6 minutes ago
প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

33 minutes ago
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

59 minutes ago
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

2 hours ago
শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

2 hours ago
জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

3 hours ago
৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

3 hours ago
বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

4 hours ago
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

5 hours ago
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

6 hours ago
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

6 hours ago
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অনুষ্ঠান চাই থকাৰ সময়তে ১৫ ফুট উচ্চতাৰ পৰা পৰি সংকটজনক কংগ্ৰেছ বিধায়ক

editor by editor
December 30, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
অনুষ্ঠান চাই থকাৰ সময়তে ১৫ ফুট উচ্চতাৰ পৰা পৰি সংকটজনক কংগ্ৰেছ বিধায়ক
0
SHARES
634
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনুষ্ঠান চাই থকাৰ সময়তে ১৫ ফুট উচ্চতাৰ পৰা পৰি সংকটজনক কংগ্ৰেছ বিধায়ক

ভাৰত নাত্যমেৰে গীনিজ বৰ্ল্ড ৰেকৰ্ড কৰাৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছিস কেৰালা চৰকাৰে। পাছে সেই অনুষ্ঠানৰ সময়তে সংঘটিত হয় এক শোকৱহ দুৰ্ঘটনা। সেই অনুষ্ঠানত গেলেৰীত থকা ৰাজ্যখনৰ মহিলা কংগ্ৰেছ বিধায়িকা ১৫ ফুট উচ্চতাৰ পৰা পৰি যায়।

যাৰ ফলত গুৰুতৰভাৱে আহত হয় বিধায়িকাগৰাকী, বৰ্তমানে সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৰাজ্যখনৰ কংগ্ৰেছ বিধায়িকা উমা থমাছক।

কোচিৰ জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ২৯ ডিচেম্বৰ দেওবাৰে সন্ধিয়া ভিআইপি গেলেৰীৰ পৰা পৰি গুৰুতৰভাৱে আহত হয় কংগ্ৰেছৰ বিধায়ক উমা থমাছ। নৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল বিধায়িকাগৰাকী।

কিন্তু, প্ৰায় ১৫ ফুট উচ্চতাৰ পৰা তললৈ পৰি গুৰুতৰভাৱে আহত হয় তেখেত। লগে লগে তেওঁক ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমানে তেখেতক ‘ভেন্টিলেটৰ চাপৰ্ট’ত ৰখা হৈছে। চিকিৎসকে জানিব দিয়া অনুসৰি বিধায়িকাগৰাকীয়ে মূৰত আঘাত পাইছে আৰু মেৰুদণ্ডৰ হাড় ভাঙিছে।

স্বামী তথা কংগ্ৰেছ নেতা পি টি থমাছৰ মৃত্যুৰ পিছত ২০২২ চনত উপ-নিৰ্বাচনত জয়ী হৈ উমা থমাছে ট্ৰিক্কাকাৰা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হৈছিল।

কালি ভাৰত নাট্যমৰ গীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ বাবে হাজাৰৰ ঘৰত ছাত্ৰী সমবেত হৈছিল কোচিৰ জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত। সেই অনুষ্ঠানতে বিশেষ অতিথি হিচাপে যোগদান কৰিছিল নেত্ৰীগৰাকী। ভিআইপি গেলেৰীত প্ৰৱেশ কৰাৰ পাছত মঞ্চৰ কাষত ৰখা ৰেলিঙত ভৰি দিয়াৰ লগে লগে মঞ্চৰ পৰা ১৫ ফুট তললৈ পৰি যায় উমা থমাছ।

এই ঘটনাৰ পিছতে ততাতৈয়াকৈ নেত্ৰীগৰাকীক ‘ৰেনাই মেডিচিন’ চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়খনৰ চিকিৎসা সঞ্চালক ডাঃ কৃষ্ণন উন্নী পোলাকুলাথে কয়, ‘নেত্ৰীগৰাকীয়ে মগজু, মেৰুদণ্ড আৰু হাওঁফাওঁত আঘাত পাইছে। হাওঁফাওঁত তেজ জমা হৈছে। বৰ্তমানে তেখেতক নিৰাপদ বুলি ক’ব নোৱাৰি। আগন্তুক ২৪ ঘন্টালৈ পৰ্যবেক্ষণত ৰখাৰ প্ৰয়োজন।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Congress MLA InjuredKerala Congress MLAKerala MLAMLA AccidentMLA Injured
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?
জীৱনশৈলী

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

April 21, 2026
প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?
জীৱনশৈলী

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

April 21, 2026
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

April 21, 2026
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?
জীৱনশৈলী

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

April 21, 2026
Next Post
নতুন বছৰত এইকেইটা কামত সাল-সলনি, আজিয়ে সাজু হওক

নতুন বছৰত এইকেইটা কামত সাল-সলনি, আজিয়ে সাজু হওক

পূজাৰী সকলে প্ৰতিমাহে পাব ১৮ হাজাৰ টকা, নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালৰ ঘোষণা

পূজাৰী সকলে প্ৰতিমাহে পাব ১৮ হাজাৰ টকা, নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালৰ ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.