• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচা প্ৰমাণিত হ’ল বলীউড অভিনেত্ৰী সন্দৰ্ভত কৰা ভৱিষ্যতবাণী, ঐশ্বৰ্য-দীপিকা..

সঁচা প্ৰমাণিত হ’ল বলীউড অভিনেত্ৰী সন্দৰ্ভত কৰা ভৱিষ্যতবাণী, ঐশ্বৰ্য-দীপিকা..

2 years ago

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

2 minutes ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

23 minutes ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

46 minutes ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

1 hour ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

2 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

3 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

3 hours ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

4 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

12 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

13 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

14 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

সঁচা প্ৰমাণিত হ’ল বলীউড অভিনেত্ৰী সন্দৰ্ভত কৰা ভৱিষ্যতবাণী, ঐশ্বৰ্য-দীপিকা..

editor by editor
January 5, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
সঁচা প্ৰমাণিত হ’ল বলীউড অভিনেত্ৰী সন্দৰ্ভত কৰা ভৱিষ্যতবাণী, ঐশ্বৰ্য-দীপিকা..
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সঁচা প্ৰমাণিত হ’ল বলীউড অভিনেত্ৰী সন্দৰ্ভত কৰা ভৱিষ্যতবাণী, ঐশ্বৰ্য-দীপিকা..

চেলিব্ৰিটি জ্যোতিষী সন্দীপ কোচাৰে শেহতীয়াকৈ কৰা ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত হৈছে । এগৰাকী দুগৰাকী নহয়, বলীউডৰ তিনিগৰাকীকৈ মোহময়ী অভিনেত্ৰী সন্দৰ্ভত কোৱা কতা সঁচা বুলি প্ৰামণিত হৈছে। জ্যোতিষী সন্দীপ কোছাৰে পূৰ্বেও বহু অভিনেত্ৰীক লৈ ভৱিষ্যদ্বাণী কৰিছিল, যিটো সঁচা বুলি প্ৰমাণিত হৈছে।

যোৱা তিনিটা দশক ধৰি জ্যোতিষৰ ক্ষেত্ৰখনত সক্ৰিয় হৈ থকা সন্দীপ কোছাৰে দেশ-বিদেশত জ্যোতিষৰ নীতিৰ ওপৰত অগণন কৰ্মশালা আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰি আহিছে। তেওঁ চিনেমাৰ তাৰকা আৰু ক্ৰিকেটাৰৰ প্ৰিয় জ্যোতিষী হিচাপে পৰিগণিত হৈ আহিছে।

২০২৪ ৰ শেষৰ ফালে সন্দীপ কোচাৰে কৈছল যে, ঐশ্বৰ্য আৰু অভিষেকৰ মাজত সকলো ঠিক হব। ঐশ্বৰ্যৰ গ্ৰহ দশা নতুন বছৰত বহুত ভাল। সকলো গ্ৰহই ঐশ্বৰ্যপ ফালে টানিব মেন বিচৰা সকলো । এতিয়া নতুন বছৰৰ আৰম্ভণিতে দেখা পোৱা গৈছে ঐশ্বৰ্য অভিষেকক একেলগে। কন্যাৰ সৈতে দুয়োকে সুখৰ মুহুৰ্তত মুম্বাই এয়াৰ পোৰ্টত দেখা পোৱা যায়।

মাধুৰী দীক্ষিত সন্দৰ্ভতো কৈছিল সন্দীপ কোচাৰে। মাধুৰীৰ মাতৃ আৰু তেওঁৰ মেনেজাৰ ৰিক্কু ৰাকেশ নাথৰ সৈতে নিয়মীয়াকৈ যোগাযোগ আছিল আৰু মাধুৰীৰ দোদুল্যমান কেৰিয়াৰৰ সময়ছোৱাতো মাধুৰীৰ বিষয়ে সঠিক ভৱিষ্যদ্বাণী কৰিছিল। বিয়াৰ পাছত মাধুৰীয়ে বহিঃৰাজ্যত বেছি দিন থাকিব নোৱাৰিব বুলিও ভৱিষ্যদ্বাণী কৰিছিল সন্দীপে৷ যি পাছলৈ সকলো সঁচা বুলি প্ৰমাণিত হয়।

হিন্দী চিনেমাৰ বৰ্তমানৰ অন্যতম নায়িকা দীপিকা পাডুকনে যেতিয়া সৌন্দৰ্য্য প্ৰতিযোগিতা আৰু ৰেম্প মডেলিঙৰ পিছত চিনেমাত নিজৰ কেৰিয়াৰ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছিল, তেতিয়া তেওঁৰ মাকে সন্দীপ কোছাৰক তেওঁৰ ৰাশিফল ​​দেখুৱাইছিল। সন্দীপ কোচাৰে কৈছিল দীপিকাৰ বলীউড কেৰিয়াৰ জয়জয় ময়ময় হব। দীপিকাই অভিনয়েৰে আৰু সফলতাৰে শীৰ্ষত আৰোহন কৰিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyAsytrology BollywoodBollywoodbollywood actress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰত

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

September 18, 2026
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!
জীৱনশৈলী

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

September 18, 2026
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ
অসম

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

September 18, 2026
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য
ভাৰত

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

September 18, 2026
Next Post
জামিনৰ পাছতো ২ মাহলৈ নিয়মিত থানাত গৈ থাকিব লাগিব আল্লু অৰ্জুন, পাছে কিয় ?

জামিনৰ পাছতো ২ মাহলৈ নিয়মিত থানাত গৈ থাকিব লাগিব আল্লু অৰ্জুন, পাছে কিয় ?

সাৱধান, ভাৰতত প্ৰৱেশ HMPV ভাইৰাছ, ৮ মহীয়া শিশুৰ দেহত ধৰা পৰিল ৰোগ

সাৱধান, ভাৰতত প্ৰৱেশ HMPV ভাইৰাছ, ৮ মহীয়া শিশুৰ দেহত ধৰা পৰিল ৰোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.