• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আফগানিস্তানৰ দৰে হ’বলৈ গৈ আছে বাংলাদেশ! দেশখনত মহিলাৰ ফুটবলত খেলাত বাধা

আফগানিস্তানৰ দৰে হ’বলৈ গৈ আছে বাংলাদেশ! দেশখনত মহিলাৰ ফুটবলত খেলাত বাধা

1 year ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

11 hours ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

11 hours ago
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

12 hours ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

13 hours ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

13 hours ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

14 hours ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

15 hours ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

15 hours ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

16 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

17 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

17 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আফগানিস্তানৰ দৰে হ’বলৈ গৈ আছে বাংলাদেশ! দেশখনত মহিলাৰ ফুটবলত খেলাত বাধা

editor by editor
January 31, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
আফগানিস্তানৰ দৰে হ’বলৈ গৈ আছে বাংলাদেশ! দেশখনত মহিলাৰ ফুটবলত খেলাত বাধা
0
SHARES
175
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আফগানিস্তানৰ দৰে হ’বলৈ গৈ আছে বাংলাদেশ! দেশখনত মহিলাৰ ফুটবলত খেলাত বাধা

আফগানিস্তানত তালিবানে মহিলাৰ বাবে বহু ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি মহিলাৰ স্বাধীনতাত হেঙাৰ হৈ থিয় দিয়াৰ লেখিয়া এইবাৰ ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশতো মহিলাৰ ক্ষেত্ৰত আহিছে বহু বাধা। মহিলাৰ এখন ফুটবল খেল হোৱাত বাধা দেশখনত। যাৰ পাছতে এতিয়া উত্থাপন হৈছে আফগানিস্তানৰ দৰেই হব নেকি বাংলাদেশ!

মোহম্মদ ইউনিছ শাসনাধীন বাংলাদেশত হিন্দু বিৰোধী কাৰ্যকলাপ হৈ থকাৰ মাজতে বহু হিন্দুৰ ওপৰত আক্ৰমণো হৈছে। তাৰে মাজতে এইবাৰ দেশখনৰ মুছলমান মহিলাৰ ওপৰত আহিছে বাধা-নিষেধাজ্ঞা।

দেশখনত এতিয়া মহিলাই ফুটবল খেলাটো ইছলাম বিৰোধী হৈ পৰাৰ দৰে হৈ পৰিছে। বাংলাদেশৰ প্ৰসিদ্ধ অভিনেত্ৰীৰ ৰেষ্টুৰেণ্ট মুকলিৰ অনুষ্ঠানো কট্টৰপন্থীয়ে বাতিল কৰি দিছিল।

সদ্যহতে দেশখনৰ কট্টৰপন্থী মাদ্ৰাছাৰ বহু ছাত্ৰই একগোট হৈ জনতাক সম্বোধন কৰি কয় যে, মহিলা আমাৰ বাবে বহু সন্মানৰ পাত্ৰ। সেয়ে সমজুৱাকৈ মহিলাই নিজে নিজৰ সন্মান লাঘব কৰিব নালাগে। খেলৰ নামত মহিলাই অনৈতিক কাৰ্য কৰি আছে। সেয়ে সকলোকে ভাবুকি দি কয় , অতি শীঘ্ৰেই এইবোৰ বন্ধ কৰিব লাগে।

ফুটবল খেলৰ সময়তো খেলপথাৰত উপস্থিত হৈ সকলোফালে ভাঙি লণ্ড-ভণ্ড কৰে। ফেচবুক যোগেও লাইভ সম্প্ৰসাৰণ কৰি মহিলাৰ খেলৰ বিৰোধিতা কৰে। খেলপথাৰত কৰা এই আক্ৰমণত প্ৰায় ২০ জন মান লোক আহত হয়। লগতে মহিলাৰ খেলখনো বন্ধ কৰিবলৈ বাধ্য হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bangladeshKattarpanthiMohammad Unus Govt
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই
জীৱনশৈলী

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

July 22, 2026
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?
বিশ্ব

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

July 22, 2026
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ
বিনোদন

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

July 22, 2026
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ
বিনোদন

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

July 22, 2026
Next Post
মমতা কুলকৰ্ণীৰ বাবে কিন্নৰ সমাজত হাহাকাৰ, নিষ্কাশিত মহামণ্ডলেশ্বৰ লক্ষ্মী নাৰায়ণ

মমতা কুলকৰ্ণীৰ বাবে কিন্নৰ সমাজত হাহাকাৰ, নিষ্কাশিত মহামণ্ডলেশ্বৰ লক্ষ্মী নাৰায়ণ

ফেব্ৰুৱাৰীত শনিৰ ঘৰলৈ আহিব সূৰ্য, ২ শত্ৰু মুখামুখি হোৱাত বিপদ বাঢ়িব এই ৫ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীত শনিৰ ঘৰলৈ আহিব সূৰ্য, ২ শত্ৰু মুখামুখি হোৱাত বিপদ বাঢ়িব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.