• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেম্পিয়নছ ট্ৰফী জয় কৰাৰ সপোন ভাঙিল নেকি অষ্ট্ৰেলিয়াৰ!

চেম্পিয়নছ ট্ৰফী জয় কৰাৰ সপোন ভাঙিল নেকি অষ্ট্ৰেলিয়াৰ!

1 year ago
কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

42 minutes ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

জুলাই মাহত একেৰাহে বন্ধ থাকিব বেংক! গুৰুত্বপূৰ্ণ কাম কৰাৰ পূৰ্বে চাওক বন্ধৰ তালিকা

1 hour ago
‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

3 hours ago
শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

3 hours ago
ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

4 hours ago
AIIMS ত ওলাইছে চাকৰি, ১৪৮৪ টা পদৰ বাবে কৰক আবেদন

AIIMS ত ওলাইছে চাকৰি, ১৪৮৪ টা পদৰ বাবে কৰক আবেদন

5 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

5 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

16 hours ago
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

17 hours ago
অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

17 hours ago
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

18 hours ago
‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

চেম্পিয়নছ ট্ৰফী জয় কৰাৰ সপোন ভাঙিল নেকি অষ্ট্ৰেলিয়াৰ!

editor by editor
February 6, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব
0
চেম্পিয়নছ ট্ৰফী জয় কৰাৰ সপোন ভাঙিল নেকি অষ্ট্ৰেলিয়াৰ!
0
SHARES
569
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চেম্পিয়নছ ট্ৰফী জয় কৰাৰ সপোন ভাঙিল নেকি অষ্ট্ৰেলিয়াৰ!

১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে চিন্তাত অষ্ট্ৰেলিয়ান দল। যাৰ বাবে এতিয়া চেম্পিয়নছ ট্ৰফি জয় কৰাৰ সপোন ভাঙি পৰাৰ দৰে হৈ পৰিছে। কাৰণ দলটোৰ ৫ জন সুদক্ষ খেলুৱৈ বৰ্তমানে দলটোৰ পৰা বাহিৰত।

যাৰ বাবে উত্তেজনা বহু পৰিমাণে বৃদ্ধি কৰিছে দলটোৰ ভিতৰচৰাত। চেম্পিয়নছ ট্ৰফীৰ পৰা অধিনায়ক পেট কামিন্স, মিচেল মাৰ্ছ, বেগী বলাৰ জোছ হেজলউড, কেমেৰন গ্ৰীণ আৰু মাৰ্কাছ ষ্ট’ইনিছক বাহিৰ কৰা হৈছে।

ইয়াৰে মাজতে চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিছিল মাৰ্কাছ ষ্টয়নিছে।

আনহাতে ক্ৰিকেট অষ্ট্ৰেলিয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অধিনায়ক পেট কামিন্স আৰু জোছ হেজলউডক চেম্পিয়নছ ট্ৰফীৰ পৰা বাদ পৰা বুলি। এই দুয়োগৰাকী খেলুৱৈয়ে টিম ইণ্ডিয়াৰ সৈতে খেলা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত আঘাতপ্ৰাপ্ত হৈছিল। যাৰ বাবে এই দুয়োজন খেলুৱৈ শ্ৰীলংকাৰ সৈতে খেলা টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়ান দলৰো অংশ নহয়।

কামিন্সে গোৰোহাৰ আঘাতৰ সৈতে যুঁজি থকাৰ সময়তে হেজলউডে এতিয়াও তেখেতৰ আঘাতৰ পৰা সুস্থ হোৱা নাই। এতিয়া লক্ষণীয় হ’ব চেম্পিয়নছ ট্ৰফীৰ বাবে এই পাঁচজন খেলুৱৈৰ ঠাইত অষ্ট্ৰেলিয়াৰ দলত কোনে সুযোগ পায়?

অষ্ট্ৰেলিয়া দলৰ বাছনি সমিতিৰ অধ্যক্ষ জৰ্জ বেইলীয়ে কয় যে দুৰ্ভাগ্যজনকভাৱে পেট কামিন্স, জোছ হেজলউড আৰু মিচেল মাৰ্ছ আঘাতপ্ৰাপ্ত হৈ আছে আৰু চেম্পিয়নছ ট্ৰফীৰ বাবে সময়মতে উপস্থিত হ’ব নোৱাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Australian TeamAustralian Team Champions TrophyChampions Trophy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
জীৱনশৈলী

কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

June 29, 2026
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল
বাণিজ্য

জুলাই মাহত একেৰাহে বন্ধ থাকিব বেংক! গুৰুত্বপূৰ্ণ কাম কৰাৰ পূৰ্বে চাওক বন্ধৰ তালিকা

June 29, 2026
‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?
বিনোদন

‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

June 29, 2026
শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!
জীৱনশৈলী

শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

June 29, 2026
Next Post
ৰাশি অনুসৰি এই স্থানসমূহ ভ্ৰমণ কৰিলে ২০২৫ চনত ১২টা ৰাশিৰ বাবে অতিকে শুভ

ৰাশি অনুসৰি এই স্থানসমূহ ভ্ৰমণ কৰিলে ২০২৫ চনত ১২টা ৰাশিৰ বাবে অতিকে শুভ

চাৰিচকীয়া বাহন আৰু যাত্ৰীবাহী বাছৰ প্ৰচণ্ড সংঘৰ্ষ, ঘটনাস্থলীতে নিহত ৭

চাৰিচকীয়া বাহন আৰু যাত্ৰীবাহী বাছৰ প্ৰচণ্ড সংঘৰ্ষ, ঘটনাস্থলীতে নিহত ৭

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.