• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাৰিচকীয়া বাহন আৰু যাত্ৰীবাহী বাছৰ প্ৰচণ্ড সংঘৰ্ষ, ঘটনাস্থলীতে নিহত ৭

1 year ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

6 minutes ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

60 minutes ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

1 hour ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

2 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

1 day ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চাৰিচকীয়া বাহন আৰু যাত্ৰীবাহী বাছৰ প্ৰচণ্ড সংঘৰ্ষ, ঘটনাস্থলীতে নিহত ৭

editor by editor
February 6, 2025
in ভাৰত
0
চাৰিচকীয়া বাহন আৰু যাত্ৰীবাহী বাছৰ প্ৰচণ্ড সংঘৰ্ষ, ঘটনাস্থলীতে নিহত ৭
0
SHARES
394
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চাৰিচকীয়া বাহন আৰু যাত্ৰীবাহী বাছৰ প্ৰচণ্ড সংঘৰ্ষ, ঘটনাস্থলীতে নিহত ৭

ৰাজস্থানৰ জয়পুৰৰ ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘটিত হৈছে এক অতিকে ভয়ংকৰ পথ দুৰ্ঘটনা। যি দুৰ্ঘটনাত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই ৭ জনকৈ লোকে।

এখন চাৰিচকীয়া বাহন আৰু এখন যাত্ৰীবাহী বাছৰ মাজত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

এই ঘটনাত ইকো চাৰিচকীয়া বাহন খনত যাত্ৰা কৰা ৭ গৰাকী যাত্ৰীয়েই দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাই। বাহন খনৰো অৱস্থা একেবাৰে বেয়া হৈ পৰে দুৰ্ঘটনাটোত।

ইকো বাহন খনৰ যাত্ৰীসকলে জয়পুৰৰ পৰা আজমেৰলৈ গৈ আছিল সকলে যাত্ৰী ভীলবাড়াৰ। কিন্তু বাটতে দুৰ্ঘটনাত পতিত।

ঘটন সন্দৰ্ভত জানিব পৰা অনুসৰি, যাত্ৰীবাহী বাছখনৰ মাজ পথতে চকা ফুটে। যাৰ ফলতে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে বিপৰীত দিশেৰে আহি থকা সৰু বাহন খনত খুন্দা মাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentJaipurrajasthanroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু
ভাৰত

June 5, 2026
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ
বাণিজ্য

June 4, 2026
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক
জীৱনশৈলী

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

June 4, 2026
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?
বাণিজ্য

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

June 4, 2026
Next Post
জীৱনত এইবাৰ প্ৰথম বিজেপিক ভোট দিলে মৌলানা ছাজিদ ৰাছিদীয়ে, ভিডিঅ’ যোগে কাৰণো সদৰি কৰে

জীৱনত এইবাৰ প্ৰথম বিজেপিক ভোট দিলে মৌলানা ছাজিদ ৰাছিদীয়ে, ভিডিঅ' যোগে কাৰণো সদৰি কৰে

ন কইনাৰ ৰূপত জানমণি, আজিৰে পৰা হৈ পৰিল শ্যামন্তিকা শৰ্মা বৰুৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন