• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনখন ডাকঘৰৰ আঁচনিয়ে সৰ্বাধিক সুত প্ৰদান কৰে? ক’ত সৰ্বাধিক লাভ পাব জানক

কোনখন ডাকঘৰৰ আঁচনিয়ে সৰ্বাধিক সুত প্ৰদান কৰে? ক’ত সৰ্বাধিক লাভ পাব জানক

45 minutes ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

মৃত্যুৰ পিছতো শান্তি পোৱা নাই ঘনকান্তই! ঘনকান্তৰ বিৰুদ্ধে নতুনকৈ জামিন বিহীন গোচৰ ৰুজু

2 minutes ago
পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ

পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ

35 minutes ago
ভাৰতৰ কোনখন চহৰক দেশৰ Silicon Valley বুলি কয়? ৯৯%  লোকে নাজানে শুদ্ধ উত্তৰ

ভাৰতৰ কোনখন চহৰক দেশৰ Silicon Valley বুলি কয়? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

1 hour ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

পুৰণি দুখ-কষ্ট শেষ! নতুন মাহত ৪ ৰাশিৰ জীৱনলৈ আহিব সুখৰ বতৰা

2 hours ago
‘চাকি জ্বলিয়েই আছে, তাৰ আগতে ন্যায় পালো’, ঘনকান্তৰ মৃত্যুৰ পিছত মন্তব্য ভূদেৱ ভৰালীৰ কন্যাৰ 

‘চাকি জ্বলিয়েই আছে, তাৰ আগতে ন্যায় পালো’, ঘনকান্তৰ মৃত্যুৰ পিছত মন্তব্য ভূদেৱ ভৰালীৰ কন্যাৰ 

2 hours ago
দীপাৱলীৰ পূৰ্বে কৰ্মক্ষেত্ৰত হ’ব পদোন্নতি? হ’ব মালামাল

দীপাৱলীৰ পূৰ্বে কৰ্মক্ষেত্ৰত হ’ব পদোন্নতি? হ’ব মালামাল

3 hours ago
মিথুন ৰাশিৰ লগতে এই ৩ ৰাশিৰ লোকসকল হওক সাৱধান, আহিব ডাঙৰ বিপদ!

মিথুন ৰাশিৰ লগতে এই ৩ ৰাশিৰ লোকসকল হওক সাৱধান, আহিব ডাঙৰ বিপদ!

4 hours ago
ঘাতক ঘনকান্তৰ আখ্যান ইয়াতেই সমাপ্ত! প্ৰকৃততে কেনেকৈ হ’ল এনকাউণ্টাৰ?

ঘাতক ঘনকান্তৰ আখ্যান ইয়াতেই সমাপ্ত! প্ৰকৃততে কেনেকৈ হ’ল এনকাউণ্টাৰ?

4 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

Ghanakanta Gogoi Encounter: নিজৰ ভুলৰ বাবেই প্ৰাণ গ’ল ঘাতক ঘনকান্ত গগৈৰ, আৰক্ষীৰ পিষ্টল কাঢ়ি কৰিছিল পলায়নৰ চেষ্টা

5 hours ago
১০ দিন ধৰি সন্ধানহীন থৈ থকা ‘ৰাণী’ক উদ্ধাৰ

১০ দিন ধৰি সন্ধানহীন থৈ থকা ‘ৰাণী’ক উদ্ধাৰ

13 hours ago
এই ৭ ৰাশিৰ জীৱনলৈ আহিব সুখ আৰু সমৃদ্ধি!

এই ৭ ৰাশিৰ জীৱনলৈ আহিব সুখ আৰু সমৃদ্ধি!

13 hours ago
‘মই হয়তো জীয়াই নাথাকিম’ কান্দি কান্দি ক’লে গৰিমা শইকীয়া গাৰ্গে

‘মই হয়তো জীয়াই নাথাকিম’ কান্দি কান্দি ক’লে গৰিমা শইকীয়া গাৰ্গে

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

কোনখন ডাকঘৰৰ আঁচনিয়ে সৰ্বাধিক সুত প্ৰদান কৰে? ক’ত সৰ্বাধিক লাভ পাব জানক

কোনখন আঁচনি আপুনি বাছি ল’ব?

editor by editor
November 4, 2026
in বাণিজ্য, বিবিধ, লেখা
0
কোনখন ডাকঘৰৰ আঁচনিয়ে সৰ্বাধিক সুত প্ৰদান কৰে? ক’ত সৰ্বাধিক লাভ পাব জানক
0
SHARES
49
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰাপদ বিনিয়োগ আৰু নিশ্চিত লাভৰ বাবে ডাকঘৰৰ ক্ষুদ্ৰ সঞ্চয় আঁচনি এতিয়াও কোটি কোটি বিনিয়োগকাৰীৰ প্ৰথম পছন্দ। বৰ্তমান ডাকঘৰৰ বিভিন্ন আঁচনিৰ ভিতৰত সুকন্যা সমৃদ্ধি যোজনা আৰু জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিয়ে বছৰি সৰ্বাধিক ৮.২ শতাংশ সুতৰ হাৰ আগবঢ়াইছে।

ইয়াৰ উপৰিও আন আন আঁচনি যেনে এন এছ চি, কে ভি পি, টাইম ডিপ’জিট, এম আই এছ আৰু পি পি এফেও বিনিয়োগৰ কাৰ্যকাল অনুসৰি আকৰ্ষণীয় ৰিটাৰ্ণ আগবঢ়াইছে।

৮.২ শতাংশ সুতৰে আগবাঢ়ি আছে দুখন আঁচনি

ডাকঘৰৰ ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ভিতৰত বৰ্তমান দুখন আঁচনিয়ে সৰ্বাধিক সুতৰ হাৰ আগবঢ়াইছে। সুকন্যা সমৃদ্ধি যোজনা আৰু জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি, দুয়োখনেই বাৰ্ষিক ৮.২ শতাংশ হাৰত সুত আগবঢ়াইছে। বাকী আঁচনিসমূহৰ সুতৰ হাৰ তুলনামূলকভাৱে কম। নৱেম্বৰ মাহত যদি আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে প্ৰথমে বিভিন্ন আঁচনিৰ সুতৰ হাৰ সম্পৰ্কে সবিশেষ জানিব লাগিব।

ছোৱালীৰ ভৱিষ্যত আৰু উচ্চ শিক্ষাৰ কথা মনত ৰাখি সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰা হৈছে কন্যাৰ ভৱিষ্যতৰ বাবে সুকন্যা সমৃদ্ধি যোজনা। এই আঁচনিখনত কন্যা সন্তান জন্মৰ পৰা ১০ বছৰ বয়সলৈকে একাউণ্ট খুলিব পাৰিব।এই আঁচনিৰ কাৰ্যকাল ২১ বছৰ। অৰ্থাৎ ই এক দীৰ্ঘম্যাদী সঞ্চয় আঁচনি।

জ্যেষ্ঠ নাগৰিকৰ বাবে জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি (SCSS)

৬০ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকে জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিত বিনিয়োগ কৰিব পাৰে। এই আঁচনিৰ পৰা তিনিমাহৰ মূৰে মূৰে সুত দিয়া হয়। গতিকে নিয়মীয়াকৈ উপাৰ্জনৰ সুযোগ বিচৰাসকলৰ বাবে ই এক উত্তম বিকল্প হ’ব পাৰে। এই আঁচনিখনত সৰ্বাধিক ৩০ লাখ টকা বিনিয়োগ কৰিব পাৰিব।

আন আঁচনিবোৰৰ ভিতৰত কোনখন আঁচনি আপুনি বাছি ল’ব?

ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ (NSC): এইখন ৫ বছৰৰ কাৰ্যকালৰ সঞ্চয় আঁচনি। এই আঁচনিখনত বিনিয়োগ কৰিলে আয়কৰ আইনৰ ধাৰা ৮০চিৰ অধীনত কৰ কৰ্তনৰ ব্যৱস্থা কৰা হয়।

কিষাণ বিকাশ পাত্ৰ (কেভিপি): এই আঁচনিখনে নিৰ্দিষ্ট সময়ৰ ভিতৰত বিনিয়োগ কৰা ধন দুগুণ কৰাৰ সুযোগ প্ৰদান কৰে।

টাইম ডিপ’জিট (TD): বেংকৰ ফিক্সড ডিপ’জিটৰ দৰেই এই আঁচনিখনতো এককালীন ডিপ’জিটৰ প্ৰয়োজন হয়। ৫ বছৰৰ টাইম ডিপজিট এটা জনপ্ৰিয় বিকল্প।

মাহেকীয়া আয় আঁচনি (MIS): যিসকলে প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ সুত বা আয় লাভ কৰিব বিচাৰে তেওঁলোকৰ বাবে এই আঁচনি উপযোগী হ’ব পাৰে।

পাব্লিক প্ৰভিডেণ্ট ফাণ্ড (পিপিএফ): এই আঁচনিৰ সুতৰ হাৰ তুলনামূলকভাৱে কম, বৰ্তমান ৭.১ শতাংশ। কিন্তু ১৫ বছৰৰ দীৰ্ঘম্যাদী সঞ্চয় আৰু কৰ ৰেহাইৰ সুবিধাৰ বাবে ই এক জনপ্ৰিয় বিকল্প।

বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ আগতে কি মনত ৰাখিব লাগে?

কেৱল উচ্চ সুতৰ হাৰ চাই আঁচনি এখনত বিনিয়োগ কৰা উচিত নহয়। আপুনি কিমান দিনলৈ ধন বিনিয়োগ কৰিব বিচাৰে, কাৰ বাবে বিনিয়োগ কৰিছে আৰু এককালীন ধন বিচাৰে নে নিয়মীয়া আয় বিচাৰে সেই বিষয়েও বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ।

মনত ৰাখিব, সুকন্যা সমৃদ্ধি যোজনা কেৱল ছোৱালীৰ ভৱিষ্যতৰ বাবে। আনহাতে, সাধাৰণ নিয়ম অনুসৰি জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিত কেৱল ৬০ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকেহে বিনিয়োগ কৰিব পাৰিব। গতিকে এই আঁচনি দুখনত বিনিয়োগ কৰাটো সকলোৱে সম্ভৱ নহয়। কেৱল সৰ্বোচ্চ সুতৰ হাৰ চাই চৰকাৰী আঁচনি এখনত বিনিয়োগ কৰাৰ সিদ্ধান্ত লোৱাটো সঠিক নহয়। কিমান দিনলৈ টকা জমা কৰিব পাৰিব আৰু আপোনাৰ আৰ্থিক প্ৰয়োজনীয়তা কি সেয়াও বুজিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!
অসম

মৃত্যুৰ পিছতো শান্তি পোৱা নাই ঘনকান্তই! ঘনকান্তৰ বিৰুদ্ধে নতুনকৈ জামিন বিহীন গোচৰ ৰুজু

November 4, 2026
পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ
শিক্ষা

পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ

November 4, 2026
ভাৰতৰ কোনখন চহৰক দেশৰ Silicon Valley বুলি কয়? ৯৯%  লোকে নাজানে শুদ্ধ উত্তৰ
শিক্ষা

ভাৰতৰ কোনখন চহৰক দেশৰ Silicon Valley বুলি কয়? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

November 4, 2026
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

পুৰণি দুখ-কষ্ট শেষ! নতুন মাহত ৪ ৰাশিৰ জীৱনলৈ আহিব সুখৰ বতৰা

November 4, 2026
Next Post
পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ

পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ

শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

মৃত্যুৰ পিছতো শান্তি পোৱা নাই ঘনকান্তই! ঘনকান্তৰ বিৰুদ্ধে নতুনকৈ জামিন বিহীন গোচৰ ৰুজু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.