• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

2 years ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

8 minutes ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

1 hour ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

2 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

2 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

3 hours ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

3 hours ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

4 hours ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

4 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

5 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

6 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

7 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

editor by editor
February 22, 2025
in জীৱনশৈলী, লেখা, স্বাস্থ্য
0
বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ
0
SHARES
715
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনিও মাতৃ হোৱাৰ পৰিকল্পনা কৰি আছে? তেন্তে গৰ্ভধাৰণৰ বাবে প্ৰাকৃতিক প্ৰক্ৰিয়াকেই পোনতে মনত ভাৱিছে৷ গৰ্ভধাৰণ পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰাটো বহু সময়ত অসহনীয় হৈ উঠে৷ যেতিয়া ফলাফল নেতিবাচক আহে, তেতিয়া হতাশা আৰু দুঃখে গ্ৰাস কৰে৷ বৰ্তমান সময়ত সন্তান ধাৰণৰ অসুবিধা বহু মহিলাৰ মুখ্য সমস্যাত পৰিণত হৈছে৷

কিছু বিষয় আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকিব পাৰে অথৱা চিকিৎসাৰ প্ৰয়োজন হ’ব পাৰে৷ তেনে চিকিৎসাগত সমস্যা যিয়ে গৰ্ভধাৰণত বাধাৰ সৃষ্টি কৰিব পাৰে৷ আপোনাৰ জীৱনযাত্ৰাৰ কিছু পৰিবৰ্তনে ফাৰ্টিলিটিত ইতিবাচকভাৱে প্ৰভাৱিত কৰিব পাৰে৷

এই সন্দৰ্ভত IVF বিশেষজ্ঞৰ মত-

ওজনঃ অতিৰিক্ত ওজন বা কম ওজনে ফাৰ্টিলিটিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাই৷ ই বিশেষভাৱে ঋতুশ্ৰাৱ চক্ৰ আৰু ডিম্বস্ফোটনৰ ওপৰত প্ৰভাৱ পেলায়৷ সেয়ে ঠিকঠাক ওজন বজায় ৰখাটো গুৰুত্বপূৰ্ণ৷

এলকহল ত্যাগঃ এলকহল এৰাই চলক৷ অতিৰিক্ত মদ্যপান ফাৰ্টিলিটিৰ বাবে ক্ষতিকৰ হ’ব পাৰে৷ যিয়ে গৰ্ভধাৰণৰ চেষ্টা কৰিছে তেওঁলোকে মদ্যপান সম্পূৰ্ণভাৱে বন্ধ কৰা উচিত৷

ধূমপান ত্যাগঃ ধূমপানে নাৰীসকলৰ ডিম্বানুৰ মান বেয়া কৰে আৰু ডিম্বসঞ্চয় কমাই দিয়ে৷ পুৰুষসকলৰ ক্ষেত্ৰত ই শুক্ৰাণুৰ সংখ্যা হ্ৰাস কৰে আৰু গুণমান বেয়া কৰে৷ সেয়ে গৰ্ভধাৰণৰ চেষ্টা কৰাৰ সময়ত ধূমপান সম্পূৰ্ণৰূপে বন্ধ কৰা উচিত৷

এণ্টিঅক্সিডেণ্টযুক্ত খাদ্যগ্ৰহণঃ এণ্টিঅক্সিডেণ্টে শৰীৰত থকা ক্ষতিকৰ ফ্ৰি ৰেডিকেলসমূহক নিষ্ক্ৰিয় কৰাত সহায় কৰে যিয়ে শুক্ৰাণু আৰু ডিম্বানুৰ ক্ষতি কৰিব পাৰে৷ খাদ্যতালিকাত বেছিকৈ ফল, শাক পাচলি, বাদামজাতীয় খাদ্য ৰাখক৷

ওমেগা-৩ ফেটি এছিড গ্ৰহণ কৰকঃ ওমেগা-৩ ফেটি এছিড উৰ্বৰতা বৃদ্ধিত সহায়ক৷ এয়া ছালমন মাছ, আখৰোট আৰু চিয়া চিডৰ দৰে খাদ্যত পোৱা যায়৷

কেফেইন সীমিত কৰকঃ প্ৰতিদিনে ২০০ মিলিগ্ৰামতকৈ বেছি কেফেইন গ্ৰহণ কৰিলে ফাৰ্টিলিটিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে৷ এয়া প্ৰায় ১-২ কাপ কফিৰ সমান৷

মানসিক চাপ কমাওকঃ গৰ্ভধাৰণৰ প্ৰচেষ্টা অতিৰিক্ত মানসিক চাপৰ কাৰণ হ’ব পাৰে৷ গৱেষণাত দেখা গৈছে অতিৰিক্ত মানসিক চাপে ঋতুচক্ৰত প্ৰভাৱ পেলাই যিয়ে উৰ্বৰতা হ্ৰাস কৰিব পাৰে৷ সেয়ে মেডিটেছন, যোগব্যায়াম আৰু পৰ্যাপ্ত বিশ্ৰামৰ মাধ্যমেৰে ষ্ট্ৰেছ কমোৱাৰ চেষ্টা কৰক৷

প্ৰেনাটাল ভিটামিন গ্ৰহণঃ গৰ্ভধাৰণৰ পূৰ্বে আৰু গৰ্ভাৱস্থাৰ প্ৰয়োজনীয় পুষ্টি সৰবৰাহ কৰিবলৈ প্ৰেনাটাল ভিটামন গ্ৰহণ কৰা জৰুৰী৷ বিশেষকৈ ফলিক এছিড আৰু ভিটামিন ডিৰ পৰ্যাপ্ত মাত্ৰা নিশ্চিত কৰক৷

শাৰীৰিকভাৱে সক্ৰিয় থাককঃ নিয়মিত ব্যায়ামে শৰীৰ সুস্থ ৰখাৰ ওপৰতিও উৰ্বৰতা বৃদ্ধিতো সহায়ক৷ অতিৰিক্ত ব্যায়াম কৰাৰ পৰা বিৰত থাকক, কাৰণ ই উৰ্বৰতাৰ উপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে৷

ডিম্বস্ফোটন পৰ্যবেক্ষণ কৰকঃ গৰ্ভধাৰণৰ সম্ভাৱনা বঢ়োৱাৰ বাবে ডিম্বস্ফোটনৰ সময় সঠিকভাৱে নিৰ্ধাৰণ কৰা জৰুৰী৷ এটা অভুলেছন ট্ৰেকিং কিট ব্যৱহাৰ কৰি আপুনি সেয়া সহজেই নিৰ্ধাৰণ কৰিব পাৰে৷ প্ৰাকৃতিকভাৱে ফাৰ্টিলিটি বৃদ্ধি কৰিবলৈ এই উপায়সমূহ অনুসৰণ কৰক৷ প্ৰয়োজন হ’লে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক৷

Disclaimer: এই খবৰ সচেতনতাৰ বাবেহে প্ৰকাশ কৰা হৈছে৷ কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়
জীৱনশৈলী

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

August 26, 2026
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?
বিশ্ব

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

August 26, 2026
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 26, 2026
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?
জীৱনশৈলী

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

August 26, 2026
Next Post
কোন বয়সত পুৰুষৰ শুক্ৰাণু বেছি থাকে? কিমান বয়সৰ পাছত কমি যায় পুৰুষৰ প্ৰজনন ক্ষমতা? কি কৈছে বিজ্ঞানে?

কোন বয়সত পুৰুষৰ শুক্ৰাণু বেছি থাকে? কিমান বয়সৰ পাছত কমি যায় পুৰুষৰ প্ৰজনন ক্ষমতা? কি কৈছে বিজ্ঞানে?

SIP-ত প্ৰতিমাহে ১০,০০০ টকাকৈ বিনিয়োগ কৰিলে ২০ বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

SIP-ত প্ৰতিমাহে ১০,০০০ টকাকৈ বিনিয়োগ কৰিলে ২০ বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.