• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ৪শতাংশ সুদত ৫লাখ ঋণ পাব আপুনিও, জানক কেনেকৈ এই ঋণৰ বাবে আবেদন কৰিব?

মাত্ৰ ৪শতাংশ সুদত ৫লাখ ঋণ পাব আপুনিও, জানক কেনেকৈ এই ঋণৰ বাবে আবেদন কৰিব?

12 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

6 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ৪শতাংশ সুদত ৫লাখ ঋণ পাব আপুনিও, জানক কেনেকৈ এই ঋণৰ বাবে আবেদন কৰিব?

মাত্ৰ ৪শতাংশ সুদত ৫লাখ ঋণ পাব আপুনিও, জানক কেনেকৈ এই ঋণৰ বাবে আবেদন কৰিব?

editor by editor
March 3, 2025
in জীৱনশৈলী, বাণিজ্য
0
মাত্ৰ ৪শতাংশ সুদত ৫লাখ ঋণ পাব আপুনিও, জানক কেনেকৈ এই ঋণৰ বাবে আবেদন কৰিব?
0
SHARES
385
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাজেটত কৃষকসকলৰ বাবে ডাঙৰ উপহাৰ আনিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ কিষাণ ক্ৰেডিট কাৰ্ডৰ আওঁতাত প্ৰদত্ত ঋণৰ সীমা ৩ লাখ টকাৰ পৰা বঢ়াই ৫লাখ টকা কৰা হৈছে৷ চৰকাৰৰ এই সিদ্ধান্তই দেশৰ কোটি কোটি কৃষকক উপকৃত কৰিব৷ শুকুৰবাৰে সংসদত উপস্থাপিত ২০২৪-২০২৫ চনৰ অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে, ২০২৪ চনৰ মাৰ্চ পৰ্যন্ত দেশত কিষাণ ক্ৰেডিট কাৰ্ডৰ সংখ্যা আছিল ৭.৭৫ কোটি৷ কে চিচিৰ আওঁতাত কৃষকসকলৰ ৯.৮১ লাখ কোটি টকাৰ ঋণ দিয়া হৈছে৷

কিষাণ ক্ৰেডিট কাৰ্ড প্ৰকল্প ১৯৯৮ চনত আৰম্ভ হৈছিল৷ এই প্ৰকল্প নাবাৰ্ড( নেশ্ব্যনেল বেংক ফল এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট)ৰ অধীনত বাস্তবায়িত হৈছিল৷ কিষাণ ক্ৰেডিট কাৰ্ডত কৃষকসকলৰ বাবে ঋণ প্ৰক্ৰিয়াটোত সহজ আৰু সহজলভ্য কৰি তুলিছে, যাৰ জৰিয়তে তেওঁলোকে সময়মতে বীজ, সাৰ, কীটনাশক আৰু অন্যান্য কৃষি সৰঞ্জাম কিনিবলৈ সক্ষম হৈছে৷ কৃষকসকলক আৰ্থিকভাৱে সহায় প্ৰদান আৰু কৃষিকাজ সংক্ৰান্তিয় খৰচ সহজেই দূৰ কৰিবলৈ কিষাণ ক্ৰেডিট কাৰ্ডে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

ঋণ পৰিসেৱা আৰু কিষাণ ক্ৰেডিট কাৰ্ডৰ সুদ

কিষাণ ক্ৰেডিট কাৰ্ডৰ আওঁতাত বৰ্তমান কৃষকসকলে ৩লাখ টকা পৰ্যন্ত ঋণ দিয়া হয় যি এতিয়াৰ বাজেটত ৫ লাখ টকা কৰা হৈছে৷ কেচিচিৰ সুদৰ হাৰ বাৰ্ষিক ৭শতাংশ৷ চৰকাৰে কৃষকসকলৰ সুবিধাৰ বাবে সুদৰ ওপৰতো কিছু ৰেহাই দিছে৷ কৃষকসকলে সময়মতে ঋণ পৰিশোধ কৰিলে  ৩শতাংশ সুদৰ ওপৰত ৰেহাই পাব৷ অৰ্থাৎ কিষাণ ক্ৰেডিট কাৰ্ডৰ কাৰ্যকৰী সুদৰ হাৰ মাত্ৰ ৪শতাংশ৷

কিষাণ ক্ৰেডিট কাৰ্ডত ঋণ লাভৰ যোগ্য কোন কোন?

কৃষি কামৰ ওপৰিও মৎস্য, দুগ্ধ পালন, পশুপালন আরু উদ্যানপালনত নিযুক্তসকলেও কিষাণ ক্ৰেডিট কাৰ্ড প্ৰকল্পৰ সুবিধা পায়৷ ইয়াৰ বাবে কিছু প্ৰয়োজনীয় যোগ্যতাৰ মানদণ্ড নিৰ্ধাৰণ কৰা হৈছে৷ যেনে ভাৰতীয় নাগৰিক হোৱা আৰু কৃষকৰ বয়স ১৮ৰ পৰা ৭৫ বছৰৰ মাজত হ’ব লাগিব৷

কিষাণ ক্ৰেডিট কাৰ্ড কেনেকৈ দিয়া হয়?

কিষাণ ক্ৰেডিট কাৰ্ড পোৱাৰ প্ৰক্ৰিয়া সহজ৷ কৃষকে চৰকাৰী আৰু বেচৰকাৰী বেংক, গ্ৰামীণ বেংক আৰু সমবায় সমিতিৰ পৰা এই কাৰ্ড পাব পাৰে৷ কিষাণ ক্ৰেডিট কাৰ্ড অফলাইন আৰু অনলাইন উভয়ভাৱেই আৱেদন কৰিবলৈ যাব পাৰে৷ কৃষকে তেওঁলোকৰ নিকটতম বেংক শাখাত গৈ কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদনপত্ৰ পূৰণ কৰিব পাৰে৷ আবেদনৰ সৈতে আধাৰ কাৰ্ড, পান কাৰ্ড, মাটিৰ কাগজপত্ৰ আৰু পাছপোৰ্ট ছাইজৰ ছবিসহ প্ৰয়োজনীয় নথি জমা দিব লাগে৷

ঋণ পৰিসেৱা(অনলাইন আবেদন প্ৰক্ৰিয়া)

কৃষকে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ৱেবচাইট অথৱা সংশ্লিষ্ট বেংকৰ ৱেবচাইটৰ মাধ্যমেৰে অনলাইন ঋণৰ আবেদন কৰিব পাৰে৷ ইয়াত ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা কিষাণ ক্ৰেডিট কাৰ্ড পোৱাৰ অনলাইন ফৰ্ম পূৰণৰ প্ৰক্ৰিয়াটো বুজি লওক সহজেই৷

  1. SBIৰ অফিচিয়েল ৱেবচাইট https://sbi.co.in/web/personal-banking/home লৈ যাওক৷
  2. তাৰপাছতেই কৃষি আৰু গ্ৰামীণ টেবলৈ যাওক৷
  3. ফচল ঋণলৈ যাওক আৰু কিষাণ ক্ৰেডিট কাৰ্ড বিকল্পটো নিৰ্বাচন কৰক৷
  4. ইয়াত আপুনি আবেদনপত্ৰ পাব৷ সেয়া ডাউনলোড কৰক, পূৰণ কৰক আৰু জমা দিয়ক৷
  5.  ৩-৪ দিনৰ ভিতৰত বেংকে নিজেই আপোনাৰ সৈতে যোগাযোগ কৰিব আৰু কিষাণ ক্ৰেডিট কাৰ্ড তৈয়াৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব৷

কেতিয়া এই ধন উভতাই দিব?

কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনত কৃষকক পাঁচ বছৰৰ বাবে ঋণ দিয়া হয়৷ পাঁচ বছৰ পাছত সেয়া নবীকৰণ কৰা হয়৷ কৃষকে বছৰি দুবাৰ কিষাণ কাৰ্ডৰ সুদ দিব লাগে৷ বছৰত এবাৰ তেওঁক সুদৰ সৈতে পুৰা ঋণৰ পৰিমাণ জমা দিয়াৰ পাছতেই কৃষকে সুদৰ ওপৰত ৰেহাই পাব৷ যদি সুদ জমা নিদিয়ে তেন্তে সংশ্লিষ্ট কৃষকে ৭শতাংশ হাৰত সুদ দিব লাগিব৷ যদি সময়মতে সুদ পৰিশোধ নকৰে তেন্তে একাউণ্টটো এন পি এও হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.