• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰল পৰিঘটনা চাবলৈ সাজুনে আপুনি? ব্লাড মুন দেখা যাব আকাশত, কেতিয়া আকাশত দেখা যাব ব্লাড মুন?

বিৰল পৰিঘটনা চাবলৈ সাজুনে আপুনি? ব্লাড মুন দেখা যাব আকাশত, কেতিয়া আকাশত দেখা যাব ব্লাড মুন?

1 year ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

15 minutes ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

28 minutes ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

47 minutes ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

1 hour ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

2 hours ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

2 hours ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

3 hours ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

4 hours ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

5 hours ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

5 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

6 hours ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিৰল পৰিঘটনা চাবলৈ সাজুনে আপুনি? ব্লাড মুন দেখা যাব আকাশত, কেতিয়া আকাশত দেখা যাব ব্লাড মুন?

ব্লাড মুন দেখা যাব আকাশত, কেতিয়া আকাশত দেখা যাব ব্লাড মুন?

editor by editor
March 3, 2025 - Updated on March 13, 2025
in জীৱনশৈলী
0
বিৰল পৰিঘটনা চাবলৈ সাজুনে আপুনি? ব্লাড মুন দেখা যাব আকাশত, কেতিয়া আকাশত দেখা যাব ব্লাড মুন?
0
SHARES
339
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যদি নিশাৰ আকাশ পৰিষ্কাৰ আৰু দূষণমুক্ত থাকে তেতিয়াই আমি চন্দ্ৰক স্পষ্টৰূপত দেখা পাওঁ৷ জোন ক চাবৰ বাবে যেনেকৈ ধৈৰ্য্য ধৰে তেনেকৈ ব্লাড মুন চাবৰ বাবেও আপুনি কিছু ধৈৰ্য্য ধৰাটো প্ৰয়োজন৷ চলিত বছৰৰ ১৩ আৰু ১৪ মাৰ্চত এই বিৰল মহাজাগতিক ঘটনা ঘটিব৷ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণতেই আপোনালোকে দেখিব এই ব্লাড মুন৷

২০২২ চনৰ পাছত আকৌ এই মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী৷ সেইদিনা চন্দ্ৰৰ বৰণ ৰঙা হৈ পৰিব৷  ব্লাড মুন বা ৰঙা চন্দ্ৰ তেতিয়া দেখা যায় যেতিয়া চন্দ্ৰ পৃথিৱীৰ ছায়াৰ মাজত সোমাই পৰে৷ পৃথিৱীয়ে যেতিয়া সূৰ্য আৰু চন্দ্ৰৰ মাজত অৱস্থান কৰে তেতিয়া সূৰ্যৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰবাহিত হয় আৰু বায়ুমণ্ডলে তাৰ মাজেৰে সূৰ্যলোকক প্ৰতিফলিত কৰে৷ বায়ুমণ্ডলে সূৰ্যৰ পোহৰক এনেকৈ প্ৰতিফলিত কৰিব যি দেখাত ৰঙা অথৱা কমলা ৰঙৰ হ’ব৷

১৪ মাৰ্চত এই ব্লাড মুন বিভিন্ন অঞ্চলৰ পৰা দেখা যাব৷ বিশ্বব্যাপী এই দৃশ্য উপভোগ কৰা যাব৷ বিশেষকৈ উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহত এই দৃশ্য দেখা যাব৷ মাৰ্কিন যুক্তৰাজ্য, কানাডা, মেক্সিকো, ব্ৰাজিল, আৰ্জেণ্টিনা আৰু চিলিৰ পৰাও এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ সম্পূৰ্ণৰূপে দেখা যাব৷ এই সময়ত পৃথিৱী, চন্দ্ৰ আৰু সূৰ্য শাৰীবদ্ধ হৈ পৃথিৱীৰ ছায়াৰ মাজত  সোমাই পৰিব৷

এই বিৰল আৰু চমকপ্ৰদ মহাজাগতিক ঘটনা চাবলৈ আগ্ৰহী হৈ আছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনতা৷ বিশেষকৈ আকাশপ্ৰেমী আৰু জ্যোতিৰ্বিজ্ঞানীয়ে এই বিৰল দৃশ্য চাবৰ বাবে সাজু হৈ আছে৷ ইয়াৰ পূৰ্বে এই ধৰণৰ ব্লাড মুন দেখা গৈছিল ২০২২ চনত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!
জীৱনশৈলী

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

August 11, 2026
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

August 11, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

August 11, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

August 11, 2026
Next Post
SBIৰ পৰা ৩০বছৰৰ বাবে ১ কোটি গৃহ ঋণ ল’লে মাহিলী EMI কিমান হ’ব?

SBIৰ পৰা ৩০বছৰৰ বাবে ১ কোটি গৃহ ঋণ ল’লে মাহিলী EMI কিমান হ’ব?

দৈনিক ৰাশিফল- কেনে যাব আজি মঙলবাৰৰ দিনটো, হনুমানৰ কৃপা পৰিব এই কেইটা ৰাশিৰ ওপৰত

দৈনিক ৰাশিফল- কেনে যাব আজি মঙলবাৰৰ দিনটো, হনুমানৰ কৃপা পৰিব এই কেইটা ৰাশিৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.