• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SBIৰ পৰা ৩০বছৰৰ বাবে ১ কোটি গৃহ ঋণ ল’লে মাহিলী EMI কিমান হ’ব?

SBIৰ পৰা ৩০বছৰৰ বাবে ১ কোটি গৃহ ঋণ ল’লে মাহিলী EMI কিমান হ’ব?

1 year ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

1 second ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

52 minutes ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

1 hour ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

2 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

19 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

20 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

20 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

21 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

21 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

22 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

23 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

SBIৰ পৰা ৩০বছৰৰ বাবে ১ কোটি গৃহ ঋণ ল’লে মাহিলী EMI কিমান হ’ব?

SBIৰ পৰা ৩০বছৰৰ বাবে ১ কোটি গৃহ ঋণ ল’লে মাহিলী EMI কিমান হ’ব?

editor by editor
March 3, 2025
in জীৱনশৈলী
0
SBIৰ পৰা ৩০বছৰৰ বাবে ১ কোটি গৃহ ঋণ ল’লে মাহিলী EMI কিমান হ’ব?
0
SHARES
963
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজাকৈ এখন ঘৰৰ সপোনে প্ৰত্যেকজন মানুহেই দেখে৷ কিন্তু এখন ঘৰ সজাৰ আঁৰত থাকে ধনৰ কথা৷ ঘৰ সজাৰ সপোন দেখা মানেই হাতত ধন থাকিব লাগিব৷ বহুতেই একেলগে ঘৰ বান্ধিবলৈ ধন গোটাব নোৱাৰি বেংকৰ সহায় লয়৷ অৰ্থাৎ বেংকৰ পৰা গৃহ ঋণ লয়৷ বেংকে আপোনাক সেই সুবিধা ঠিকেই দিয়ে যদিও তাৰবিপৰীতে আপুনি বেংকক সুদ দিব লাগে৷

বিভিন্ন বেংকে বিভিন্ন সুদৰ হাৰত হোম লোন অফাৰ কৰে৷ এই ক্ষেত্ৰত বহুতেই ভৰসাৰ যোগ্য হিচাপে লয় ষ্টেট বেংক অফ ইণ্ডিয়াক৷ ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা ১৫ বছৰৰ বাবে ১৫ লাখ টকাৰ হোম লোন ল’লে প্ৰতি মাহে কিমান টকা EMI দিব লাগিব? সুদ হিচাপে কিমান টকা ঘূৰাব লাগিব?

ষ্টেট বেংক অফ ইণ্ডিয়াই বৰ্তমান ৮.৫০শতাংশ সুদৰ হাৰত হোম লোন অফাৰ কৰিছে৷ এই সুদৰ হাৰতেই ষ্টেট বেংক অফ ইণ্ডিয়াই হোম লোন অফাৰ কৰে৷ কিন্তু মন গলেই বেংকে আপোনাৰ লোন এটা দি নিদিয়ে৷ তাৰবাবে বেংকৰ কিছু নিয়ম আপুনি মানি চলিব লাগিব৷ ইয়াৰ মাজতেই গুৰুত্বপূৰ্ণ বিষয় হৈছে ছিবিল স্কোৰ৷ ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা ৩০বছৰৰ বাবে ১ কোটি টকাৰ হোম লোন ল’লে কিমান টকা ইএমআই আৰু সুদ হিচাপে কিমান টকা আপুনি বেংকক দিব লাদিব?

৮.৫০ সুদৰ হাৰত ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা ৩০বছৰৰ বাবে ১ কোটি হোম লোন ল’লে এছবিআইক আপুনি মাহিলী ৭৬,৮৯১ টকা ইএমআই হিচাপে দিব লাগিব৷ অৰ্থাৎ এছ বি আইৰ হোম লোন কেলকুলেটৰ অনুসৰি ১ কোটি টকাৰ হোম লোনৰ পৰিবৰ্তে ৩০ বছৰত সুদ হিচাপে মুঠ ১,৭৬,৮০,৮৮৫ টকা পৰিশোধ কৰিব লাগিব৷ অৰ্থাৎ কোনোৱে যদি বছৰত ৮.৫০% সুদৰ হাৰত ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা ৩০বছৰৰ বাবে ১ কোটি টকাৰ হোম লোন ল’লে এছবিআইক মুঠ ২,৭৬,৮০,৮৮৫ টকা আপুনি ঘূৰাই দিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!
বাণিজ্য

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

August 14, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত
জীৱনশৈলী

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

August 13, 2026
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন
জীৱনশৈলী

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

August 13, 2026
Next Post
দৈনিক ৰাশিফল- কেনে যাব আজি মঙলবাৰৰ দিনটো, হনুমানৰ কৃপা পৰিব এই কেইটা ৰাশিৰ ওপৰত

দৈনিক ৰাশিফল- কেনে যাব আজি মঙলবাৰৰ দিনটো, হনুমানৰ কৃপা পৰিব এই কেইটা ৰাশিৰ ওপৰত

মহাসংকটত ইউক্ৰেইন, ট্ৰাম্পে বন্ধ কৰিলে সামৰিক সাহায্য

মহাসংকটত ইউক্ৰেইন, ট্ৰাম্পে বন্ধ কৰিলে সামৰিক সাহায্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.