• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাসংকটত ইউক্ৰেইন, ট্ৰাম্পে বন্ধ কৰিলে সামৰিক সাহায্য

মহাসংকটত ইউক্ৰেইন, ট্ৰাম্পে বন্ধ কৰিলে সামৰিক সাহায্য

1 year ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ৰে’লৱেত ওলাইছে চাকৰি, ৪০৯৮ পদৰ বাবে কৰক আবেদন

1 hour ago
কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

2 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

অহা সপ্তাহত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, ভাংগাই দিলে ভৱিষ্যদ্বাণী!

3 hours ago
অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

3 hours ago
ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

6 hours ago
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

7 hours ago
বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

7 hours ago
ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

8 hours ago
বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

9 hours ago
মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

10 hours ago
এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান

এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান

10 hours ago
পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাসংকটত ইউক্ৰেইন, ট্ৰাম্পে বন্ধ কৰিলে সামৰিক সাহায্য

editor by editor
March 4, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
মহাসংকটত ইউক্ৰেইন, ট্ৰাম্পে বন্ধ কৰিলে সামৰিক সাহায্য
0
SHARES
321
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাসংকটত ইউক্ৰেইন, ট্ৰাম্পে বন্ধ কৰিলে সামৰিক সাহায্য

মহাসংকটত জেলেনস্কিৰ ইউক্ৰেইন। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে হোৱাইট হাউছত তীব্ৰ বিতৰ্কৰ অন্তত ড’নাল্ড ট্ৰাম্পে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনক দিয়া সামৰিক সাহায্য বন্ধ ঘোষণা কৰিলে ট্ৰাম্পে।

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ ৩ বছৰতকৈও অধিক সময় ধৰি চলি আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই যুদ্ধৰ অতি সোনকালে অন্ত পেলোৱাৰ কথা কৈছে। শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ মাজত যুদ্ধ বন্ধ কৰাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়।

কিন্তু এই বৈঠকৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু ভ’ল’ডিমাইৰ জেলেনস্কিৰ মাজত তীব্ৰ তৰ্ক হয়। এতিয়া এই বিতৰ্কৰ পিছত আমেৰিকাই ইউক্ৰেইনক ডাঙৰ আঘাত দিছে। তথ্য অনুসৰি আমেৰিকাই ইউক্ৰেইনক দিয়া সামৰিক সাহায্য বন্ধ কৰি দিছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিক ৰাছিয়াৰ সৈতে শান্তি আলোচনাত মিলিত হ’বলৈ হেঁচা প্ৰয়োগ কৰাৰ লক্ষ্যৰে অভাল অফিচৰ বৈঠকত ব্যৰ্থ হোৱাৰ পিছতে ইউক্ৰেইনলৈ আমেৰিকাৰ সাহায্য বন্ধ কৰাৰ নিৰ্দেশ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: America and UkraineDonald TrumpUkraine and russia war
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

ৰে’লৱেত ওলাইছে চাকৰি, ৪০৯৮ পদৰ বাবে কৰক আবেদন

July 3, 2026
কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত
জীৱনশৈলী

কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

July 3, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

অহা সপ্তাহত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, ভাংগাই দিলে ভৱিষ্যদ্বাণী!

July 3, 2026
অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!
জীৱনশৈলী

অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

July 3, 2026
Next Post
বৰষুণৰ আশংকা! ভাৰত-অষ্ট্ৰেলিয়াৰ খেলত যদি বৰষুণ আহে তেন্তে কোনে পাব ফাইনেল টিকত, সমীকৰণ কি ?

বৰষুণৰ আশংকা! ভাৰত-অষ্ট্ৰেলিয়াৰ খেলত যদি বৰষুণ আহে তেন্তে কোনে পাব ফাইনেল টিকত, সমীকৰণ কি ?

আজি শুক্লা পঞ্চমীত ইন্দ্ৰ যোগ, ৩ ৰাশিৰ অতিকে ভাল আজিৰ মঙলবাৰৰ দিনটো

আজি শুক্লা পঞ্চমীত ইন্দ্ৰ যোগ, ৩ ৰাশিৰ অতিকে ভাল আজিৰ মঙলবাৰৰ দিনটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.