• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সহজ হৈ পৰিল কেদাৰনাথ যাত্ৰা, ৯ ঘণ্টাৰ পথ এতিয়া ৩০ মিনিটতে হ’ব সম্পূৰ্ণ

সহজ হৈ পৰিল কেদাৰনাথ যাত্ৰা, ৯ ঘণ্টাৰ পথ এতিয়া ৩০ মিনিটতে হ’ব সম্পূৰ্ণ

2 years ago
নৱেম্বৰ মাহত উজলিব ভাগ্য, কোন কোন ৰাশিৰ জাতক-জাতিকাৰ হ’ব পদোন্নতি?

নৱেম্বৰ মাহত উজলিব ভাগ্য, কোন কোন ৰাশিৰ জাতক-জাতিকাৰ হ’ব পদোন্নতি?

1 hour ago
Train Accident: ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! শ শ যাত্ৰীৰ মাজত হাহাকাৰ।

Train Accident: ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! শ শ যাত্ৰীৰ মাজত হাহাকাৰ।

2 hours ago
দেৱালীৰ পিছতে অতিমাত্ৰা বিষাক্ত হৈ পৰিছে ৰাজধানী দিল্লীৰ বায়ু, AQI এ পাৰ কৰিলে ৪০০ ৰ ঘৰ

দেৱালীৰ পিছতে অতিমাত্ৰা বিষাক্ত হৈ পৰিছে ৰাজধানী দিল্লীৰ বায়ু, AQI এ পাৰ কৰিলে ৪০০ ৰ ঘৰ

3 hours ago
আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পত্তিৰে হ’ব নদন-বদন

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পত্তিৰে হ’ব নদন-বদন

3 hours ago
শিৱৰ আশীৰ্বাদত কেনে যাব আপোনাৰ দিনটো? জানক ১২ ৰাশিৰ ভাগ্য

শিৱৰ আশীৰ্বাদত কেনে যাব আপোনাৰ দিনটো? জানক ১২ ৰাশিৰ ভাগ্য

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল জানক

15 hours ago
দীপাৱলীৰ মহাযোগে সলনি কৰিব ৩ ৰাশিৰ ভাগ্য! নতুন কাম আৰম্ভ কৰাৰ শুভ সময়

দীপাৱলীৰ মহাযোগে সলনি কৰিব ৩ ৰাশিৰ ভাগ্য! নতুন কাম আৰম্ভ কৰাৰ শুভ সময়

15 hours ago
দীপাৱলীৰ পিছত ধন-সম্পত্তিৰ যোগ ৫ ৰাশিৰ! আৰ্থিক সমস্যাৰ পৰা মুক্তিৰ সম্ভাৱনা

দীপাৱলীৰ পিছত ধন-সম্পত্তিৰ যোগ ৫ ৰাশিৰ! আৰ্থিক সমস্যাৰ পৰা মুক্তিৰ সম্ভাৱনা

17 hours ago
‘দীপাৱলী হৰ্ষোল্লাসৰ ঈদ!’, দেৱালীৰ শুভেচ্ছা জনাই বিতৰ্কত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

‘দীপাৱলী হৰ্ষোল্লাসৰ ঈদ!’, দেৱালীৰ শুভেচ্ছা জনাই বিতৰ্কত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

17 hours ago
২০০ বা ৫০০ নহয়, প্ৰতিজন কৰ্মচাৰীয়ে পালে ১ লাখ টকাৰ দীপাৱলী বোনাছ

২০০ বা ৫০০ নহয়, প্ৰতিজন কৰ্মচাৰীয়ে পালে ১ লাখ টকাৰ দীপাৱলী বোনাছ

18 hours ago
দেৱালীৰ নিশা ভুলতো নকৰিব এই কাম, আহিব ডাঙৰ বিপদ!

দেৱালীৰ নিশা ভুলতো নকৰিব এই কাম, আহিব ডাঙৰ বিপদ!

19 hours ago
বুধ-শুক্ৰৰ মিলনত লক্ষ্মী নাৰায়ণ ৰাজযোগ! দীপাৱলিত কোটিপতি হোৱাৰ যোগ ৩ৰাশিৰ জাতক-জাতিকাৰ

দীপাৱলীত ৩ গ্ৰহৰ বিশেষ যোগ! কোন কোন ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

সহজ হৈ পৰিল কেদাৰনাথ যাত্ৰা, ৯ ঘণ্টাৰ পথ এতিয়া ৩০ মিনিটতে হ’ব সম্পূৰ্ণ

editor by editor
March 5, 2025
in বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
সহজ হৈ পৰিল কেদাৰনাথ যাত্ৰা, ৯ ঘণ্টাৰ পথ এতিয়া ৩০ মিনিটতে হ’ব সম্পূৰ্ণ
0
SHARES
38
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সহজ হৈ পৰিল কেদাৰনাথ যাত্ৰা, ৯ ঘণ্টাৰ পথ এতিয়া ৩০ মিনিটতে হ’ব সম্পূৰ্ণ

কেদাৰনাথ যাত্ৰা কৰিম বুলি ভাবি থকা ভক্ত সকললৈ আহিল এক সুখবৰ। এতিয়াৰে পৰা কেদাৰনাথ যাত্ৰা কৰিবৰ বাবে নালাগে ৯ ঘণ্টা সময়। মাথো ৩০ মিনিটতে পাব আপুনি আপোনাৰ গন্তব্য স্থ’ল।

ৰাষ্ট্ৰীয় ৰ’পৱে উন্নয়ন কাৰ্যসূচী – পাৰ্বতমালা প্ৰকল্পৰ অধীনত উত্তৰাখণ্ডৰ সোণপ্ৰয়াগৰ পৰা কেদাৰনাথলৈ ১২.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰ’পৱে প্ৰকল্পৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়।

ইয়াৰ ফলত কেদাৰনাথলৈ যোৱাটো সহজ হৈ পৰিব। ইয়াৰ সমান্তৰালকৈ আন এটা প্ৰকল্প হেমকুণ্ড ৰ’পৱেইও কেবিনেটৰ অনুমোদন লাভ কৰিছে। আগতে যি দূৰত্ব অতিক্ৰম কৰিবলৈ ৯ ঘণ্টা সময় লাগিছিল, এতিয়া এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত মাত্ৰ আধা ঘণ্টা সময় লাগিব।

এই সন্দৰ্ভত তথ্য দি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই প্ৰকল্পৰ আটাইতকৈ ডাঙৰ সুবিধা হ’ব যে বৰ্তমান ৮-৯ ঘণ্টাৰ যাত্ৰা ৩০ মিনিটলৈ হ্ৰাস পাব। এই ৰ’পৱেত এটা সময়ত ৩৬ জন লোক বহিব পৰা যাব।

এই প্ৰকল্পৰ বাবে হেমকুণ্ডলৈও সহজলভ্য হৈ পৰিল। হেমকুণ্ড প্ৰকল্পৰ বাবে ২৭৩০ কোটি টকাৰ অনুমোদন। সোণপ্ৰয়াগ আৰু কেদাৰনাথৰ মাজত এটা ৰ’পৱেও নিৰ্মাণ কৰা হ’ব। ইয়াৰ দ্বাৰা কেদাৰনাথলৈ যোৱাটো অতি সহজ হৈ পৰিব। কেদাৰনাথ ৰ’পৱে প্ৰকল্পৰ বাবে কেবিনেটে অনুমোদন জনাইছে ৪০৮১ কোটি টকা।

সোণপ্ৰয়াগৰ পৰা কেদাৰনাথলৈ ৰ’পৱে প্ৰকল্পটো ডিজাইন, বিল্ড, ফাইনেন্স, অপাৰেট এণ্ড ট্ৰেন্সফাৰ (ডিবিএফঅ’টি) মোডত বিকশিত কৰা হ’ব। ২০২২ চনৰ অক্টোবৰ মাহত প্ৰথমবাৰৰ বাবে “পাৰ্বতমালা প্ৰকল্প” কাৰ্যসূচীৰ অধীনত এই প্ৰকল্পৰ কথা ঘোষণা কৰা হৈছিল, প্ৰকল্পটোৰ মূল উদ্দেশ্য হৈছে দুৰ্গম পাহাৰীয়া অঞ্চলত পৰ্যটনক প্ৰসাৰিত কৰা।

পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু এই ৰ’পৱেটো আটাইতকৈ উন্নত ট্ৰাই-কেবল ডিটাচেবল গণ্ডোলা প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব। এই ৰ’পৱে’ৰ মাজেৰে প্ৰতি ঘণ্টাত ১৮০০ যাত্ৰীয়ে এটা দিশত যাত্ৰা কৰিব পাৰিব, আনহাতে এদিনতে তেওঁলোকৰ সংখ্যা ১৮ হাজাৰৰো অধিক হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian TourismJedarnath YatraKedarnathPrayagraj
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱেম্বৰ মাহত উজলিব ভাগ্য, কোন কোন ৰাশিৰ জাতক-জাতিকাৰ হ’ব পদোন্নতি?
জীৱনশৈলী

নৱেম্বৰ মাহত উজলিব ভাগ্য, কোন কোন ৰাশিৰ জাতক-জাতিকাৰ হ’ব পদোন্নতি?

November 9, 2026
Train Accident: ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! শ শ যাত্ৰীৰ মাজত হাহাকাৰ।
বিশ্ব

Train Accident: ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! শ শ যাত্ৰীৰ মাজত হাহাকাৰ।

November 9, 2026
দেৱালীৰ পিছতে অতিমাত্ৰা বিষাক্ত হৈ পৰিছে ৰাজধানী দিল্লীৰ বায়ু, AQI এ পাৰ কৰিলে ৪০০ ৰ ঘৰ
ভাৰত

দেৱালীৰ পিছতে অতিমাত্ৰা বিষাক্ত হৈ পৰিছে ৰাজধানী দিল্লীৰ বায়ু, AQI এ পাৰ কৰিলে ৪০০ ৰ ঘৰ

November 9, 2026
আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পত্তিৰে হ’ব নদন-বদন
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পত্তিৰে হ’ব নদন-বদন

November 9, 2026
Next Post
হোলীৰ পূৰ্বে এই ৫ সামগ্ৰী ঘৰত ৰাখক, দেৱী লক্ষ্মী সদায় সন্তুস্ত হৈ থাকিব

হোলীৰ পূৰ্বে এই ৫ সামগ্ৰী ঘৰত ৰাখক, দেৱী লক্ষ্মী সদায় সন্তুস্ত হৈ থাকিব

৭ বাৰকৈ কমনৱেল্থত স্বৰ্ণ বিজেতা তথা খেলৰত্ন বঁটা প্ৰাপক শৰথ কমলৰ অসৱৰ

৭ বাৰকৈ কমনৱেল্থত স্বৰ্ণ বিজেতা তথা খেলৰত্ন বঁটা প্ৰাপক শৰথ কমলৰ অসৱৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.