• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্কটসহ ৩ৰাশিক কৃপাৰে ভৰাব শনিয়ে! ভাল সময় কেতিয়া আহিব এই ৩ৰাশিৰ? কি কৈছে জ্যোতিষীয়ে?

কৰ্কটসহ ৩ৰাশিক কৃপাৰে ভৰাব শনিয়ে! ভাল সময় কেতিয়া আহিব এই ৩ৰাশিৰ? কি কৈছে জ্যোতিষীয়ে?

1 year ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

23 minutes ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

47 minutes ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

1 hour ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

2 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

2 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

4 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

4 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

5 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

17 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

17 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

18 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৰ্কটসহ ৩ৰাশিক কৃপাৰে ভৰাব শনিয়ে! ভাল সময় কেতিয়া আহিব এই ৩ৰাশিৰ? কি কৈছে জ্যোতিষীয়ে?

কৰ্কটসহ ৩ৰাশিক কৃপাৰে ভৰাব শনিয়ে! ভাল সময় কেতিয়া আহিব এই ৩ৰাশিৰ? কি কৈছে জ্যোতিষীয়ে?

editor by editor
March 14, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কৰ্কটসহ ৩ৰাশিক কৃপাৰে ভৰাব শনিয়ে! ভাল সময় কেতিয়া আহিব এই ৩ৰাশিৰ? কি কৈছে জ্যোতিষীয়ে?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি শনিদেৱ হৈছে কৰ্মফলদাতা৷ আৰু এই শনিদেৱৰ কৃপাত বহু ৰাশিৰ জাতক জাতিকাৰ ভাগ্যত উন্নতিৰ ৰেখা স্পষ্ট হয়৷ আকৌ শনিদেৱৰ কোপদৃষ্টি পৰিলে বহু ৰাশিৰ জাতৰ জাতিকাৰ জীৱনলৈ প্ৰত্যাহ্বান আহে৷ এই মুহূৰ্তত কুম্ভ ৰাশিত অস্ত গৈছে শনিদেৱ৷ আৰু শীঘ্ৰেই মীন ৰাশিত উদিত হব৷ তাৰফলত বহু ৰাশিয়ে লাভৰ মুখ দেখিব৷ শনি উদয়ৰ ফলত কোন কোন ৰাশিৰ লাভ হব? জানি থওক কেতিয়া উদয় হব শনিদেৱ?

কৰ্কট ৰাশি

আধ্যাত্মিক দিশৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব৷ শনিৰ উদিত অৱস্থাৰ ফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ এই সময়ত জাতক জাতিকাই সকলো ক্ষেত্ৰতে অপাৰ সাফল্য লাভ কৰিব৷ পঢ়ুৱৈসকলে এই সময়ত উন্নতি কৰিব৷ উচ্চশিক্ষা সম্পন্ন কৰাৰ সপোন পূৰণ হব৷ জীৱনলৈ সুখ শান্তি আহিব৷ পৰিয়ালৰ সৈতে শুভ সময় কটাব৷ পাৰ্টনাৰৰ সৈতে ভাল সহযোগিতামূলক কাম কৰিব৷ সকলো কামতে সংগীৰ সহায় পাব৷ দাম্পত্য জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰিব৷ পৈতৃক সম্পত্তি পাব পাৰে৷ আপোনাৰ মনত আত্মবিশ্বাস হু হুকৈ বাঢ়িব৷ ধন সম্পত্তিৰ বৃদ্ধি হব পাৰে৷

কন্যা ৰাশি

যি কাম বহু দিন ধৰি সম্পন্ন হোৱা নাই সেই কাম এইবাৰ সম্পন্ন হব পাৰে৷ জীৱনসংগীৰ সৈতে ভাল সময় কটাব৷ কেৰিয়াৰৰ দিশত বিভিন্ন অফাৰ আহিব৷ ব্যৱসায়ত কোনো বিৰোধ থাকিলে সেয়া দূৰ হব৷ পেছাগত জীৱনত আপোনাৰ মান সন্মান বৃদ্ধি পাব পাৰে৷ আত্মবিশ্বাস তুংগত থাকিব এই ৰাশিৰ জাতক জাতিকাৰ৷ আপুনি পঢ়াশুনাৰ দিশৰ পৰা উন্নতি কৰিব৷

ধনু ৰাশি

শনিয়ে এই ৰাশিত চতুৰ্থভাৱে উদিত হব৷ আৰ্থিক পৰিস্থিতি এই সময়ত পূৰ্বতকৈ ভাল হব৷ বহু ক্ষেত্ৰত আপুনি সাফল্যৰ পথেৰে আগুৱাব৷ পৰিয়ালৰ কোনো ব্যৱসায়ত ভাল লাভ পাব৷ কেৰিয়াৰত পৰিশ্ৰমৰ ফল পাব৷

অস্ত অৱস্থাত কিছু দিনৰ ভিতৰতেই শনিয়ে মীনত প্ৰৱেশ কৰিব৷ আৰু ইয়াৰপাছতেই ৬ এপ্ৰিলত শনিয়ে মীন ৰাশিত উদিত হব৷ বিহুৰ পূৰ্বে ভাগ্য উজ্বলিব এইকেইটা ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!
ভাৰত

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

August 25, 2026
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ
ভাৰত

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

August 25, 2026
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

August 25, 2026
Next Post
এয়াৰটেল, জিঅ’ৰ হাতত ধৰি ভাৰতত ভৰি ৰাখিছে মাস্কৰ ষ্টাৰলিংকে, দ্ৰুত গতিত ইণ্টাৰনেট পৰিসেৱা পাবলৈ খৰচ কিমান হ’ব?

এয়াৰটেল, জিঅ’ৰ হাতত ধৰি ভাৰতত ভৰি ৰাখিছে মাস্কৰ ষ্টাৰলিংকে, দ্ৰুত গতিত ইণ্টাৰনেট পৰিসেৱা পাবলৈ খৰচ কিমান হ’ব?

ফুলশয্যাৰ নিশা ৰহস্যজনকভাৱে শেষ হৈছিল নৱদম্পত্তি! তদন্তত নামি আৰক্ষীয়ে ওলিয়ালে ঘটনাৰ A-Z ৰহস্য, কি হৈছিল সেই নিশা?

ফুলশয্যাৰ নিশা ৰহস্যজনকভাৱে শেষ হৈছিল নৱদম্পত্তি! তদন্তত নামি আৰক্ষীয়ে ওলিয়ালে ঘটনাৰ A-Z ৰহস্য, কি হৈছিল সেই নিশা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.