• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফুলশয্যাৰ নিশা ৰহস্যজনকভাৱে শেষ হৈছিল নৱদম্পত্তি! তদন্তত নামি আৰক্ষীয়ে ওলিয়ালে ঘটনাৰ A-Z ৰহস্য, কি হৈছিল সেই নিশা?

ফুলশয্যাৰ নিশা ৰহস্যজনকভাৱে শেষ হৈছিল নৱদম্পত্তি! তদন্তত নামি আৰক্ষীয়ে ওলিয়ালে ঘটনাৰ A-Z ৰহস্য, কি হৈছিল সেই নিশা?

1 year ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

26 minutes ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

50 minutes ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

1 hour ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

2 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

2 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

4 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

4 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

5 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

17 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

17 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

18 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফুলশয্যাৰ নিশা ৰহস্যজনকভাৱে শেষ হৈছিল নৱদম্পত্তি! তদন্তত নামি আৰক্ষীয়ে ওলিয়ালে ঘটনাৰ A-Z ৰহস্য, কি হৈছিল সেই নিশা?

ফুলশয্যাৰ নিশা ৰহস্যজনকভাৱে শেষ হৈছিল নৱদম্পত্তি! তদন্তত নামি আৰক্ষীয়ে ওলিয়ালে ঘটনাৰ A-Z ৰহস্য, কি হৈছিল সেই নিশা?

editor by editor
March 14, 2025
in জীৱনশৈলী
0
ফুলশয্যাৰ নিশা ৰহস্যজনকভাৱে শেষ হৈছিল নৱদম্পত্তি! তদন্তত নামি আৰক্ষীয়ে ওলিয়ালে ঘটনাৰ A-Z ৰহস্য, কি হৈছিল সেই নিশা?
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সংসাৰ সজোৱাৰ সপোনেৰে শহুৰৰ ঘৰত ভৰি দিছিল নৱবধুৱে৷ কিন্তু ফুলশয্যাক নিশাই তেওঁৰ সৈতে এনে ঘটনা ঘটিব বুলি কল্পনাও কৰিব পৰা নাছিল৷ উত্তৰপ্ৰদেশৰ অযোধ্যা জিলাত ফুলশয্যাৰ নিশাই সদ্য বিবাহিত দম্পত্তিৰ ৰহস্যজনক মৃত্যুৰ খবৰ প্ৰকাশিত হৈছিল৷ এই ঘটনাক লৈ বহুতেই আচৰিতো হৈছিল৷ তাৰপিছতেই আৰম্ভ হৈছিল আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া৷

কিন্তু এনে কি আছে মৰোণোত্তৰ ৰিপৰ্টত? ৰিপৰ্টত প্ৰকাশ পোৱামতে শেষ মুহূৰ্ত পৰ্যন্ত নিজৰ প্ৰাণ বচাবলৈ অপ্ৰাণ চেষ্টা কৰিছিল নবোৱাৰীগৰাকীয়ে৷ কিন্তু লাভ নহল৷ নিজৰ প্ৰাণ বচাব নোৱাৰিলে ন বোৱাৰীগৰাকীয়ে৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি ৭ মাৰ্চত দিল্লীৰ নিৱাসী শিৱানীৰ সৈতে বিয়াত বহিছিল অযোধ্যাৰ নিবাসী প্ৰদীপ৷ বিবাহৰ পাছৰ দিনাই শহুৰৰঘৰলৈ যাত্ৰা কৰিছিল কইনা শিৱানী৷ ফুলশয্যাৰ নিশা তেওঁলোকৰ মাজত শাৰীৰিক সম্বন্ধও গঢ়ি উঠিছিল৷ কিন্তু ইয়াৰপাছতেই প্ৰদীপে হত্যা কৰে তেওঁৰ নববিবাহিতা পত্নীক৷ পত্নীক হত্যা কৰি নিজেও আত্মহত্যাৰ পথ বাচি লয়৷ মেডিকেল ৰিপৰ্টৰ মতে শিৱানীৰ মৃত্যুৰ ১ ঘণ্টাৰ ভিতৰতেই মৃত্যু হৈছে প্ৰদীপৰো৷

দৈনিক ভাস্কৰৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি শনিবাৰে নিশা দম্পতিৰ মাজত শাৰীৰিক সম্বন্ধ ঘটিছিল৷ তাৰপিছতেই শুই পৰিছিল শিৱানী৷ কিন্তু নিশা প্ৰায় ৩বাজি ৩০ মিনিটত প্ৰদীপে ঘুমন্ত অৱস্থাত পত্নীক হত্যা কৰিবলৈ উদ্যত হয়৷ তাৰপিছতেই ডিঙিত চেপা মাৰি ধৰাত টোপনি ভাঙে শিৱানীৰ৷ শিৱানীৰ মৃত শৰীৰত ডিঙিত পোৱা গৈছে আঘাতৰ চিন৷ যত স্পষ্ট যে প্ৰদীপেই হাতেৰে ডিঙি চেপিছিল শিৱানীৰ৷ বাচিবলৈ চেষ্টা কৰি প্ৰদীপৰ মুখ আৰু বুকুত আঘাত কৰিছিল শিৱানীয়ে৷ সেয়ে নখৰ আঘাত দেখা গৈছে প্ৰদীপৰ মুখমণ্ডল আৰু বুকুত৷

প্ৰদীপৰ হাততো আছিল শিৱানীৰ নখৰ আঁচোৰৰ চিন৷ চিকিৎসকে প্ৰদীপৰ দেহৰ বহু স্থানত এই আঁচোৰৰ চিন পোৱা বুলি জনাইছে৷ ডিঙি চেপি ধৰাৰ বাবেই শিৱানীয়ে মুখেৰে কোনো শব্দ কৰিব নোৱাৰিলে বুলি জনাইছে আৰক্ষীয়ে৷ ইফালে আৰক্ষীয়ে জব্দ কৰিছে শিৱানী আৰু প্ৰদীপৰ মোবাইল ফোন৷ প্ৰদীপৰ মোবাইল ফোনতেই এটা সন্দেহজনক মেছেজ লাভ কৰিছে আৰক্ষীয়ে৷ সেই মেছেজত অচিনাকি এগৰাকীয়ে লিখিছে, কেনে আছা তুমি? মোক এৰি তুমি ঠিক কাম নকৰিলা৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

August 25, 2026
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ
ভাৰত

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

August 25, 2026
কেনে যাব কাইলৈ আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

August 24, 2026
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’
অসম

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

August 24, 2026
Next Post
পাকিস্তানী বিমানৰ চকা চুৰি! ৰিয়াৰ হুইল অবিহনেই অবতৰণ বিমানৰ, তদন্তত নামিছে PIA

পাকিস্তানী বিমানৰ চকা চুৰি! ৰিয়াৰ হুইল অবিহনেই অবতৰণ বিমানৰ, তদন্তত নামিছে PIA

শুক্ৰৰ অস্ত দশাত ৪ৰাশিৰ দুৰ্দান্ত সময়! ধনেই ধন আহিব এইকেইটা ৰাশিৰ জীৱনলৈ

শুক্ৰৰ অস্ত দশাত ৪ৰাশিৰ দুৰ্দান্ত সময়! ধনেই ধন আহিব এইকেইটা ৰাশিৰ জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.