• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাতত মাত্ৰ ৪ দিন, শনিৰ মহাশক্তিত খুলিব ভাগ্যৰ দুৱাৰ, গল্ডেন টাইম আৰম্ভ এই ৩ৰাশিৰ জাতকৰ

হাতত মাত্ৰ ৪ দিন, শনিৰ মহাশক্তিত খুলিব ভাগ্যৰ দুৱাৰ, গল্ডেন টাইম আৰম্ভ এই ৩ৰাশিৰ জাতকৰ

1 year ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

13 minutes ago
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

57 minutes ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

2 hours ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

3 hours ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

4 hours ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

4 hours ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

17 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

18 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

18 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

19 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

19 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাতত মাত্ৰ ৪ দিন, শনিৰ মহাশক্তিত খুলিব ভাগ্যৰ দুৱাৰ, গল্ডেন টাইম আৰম্ভ এই ৩ৰাশিৰ জাতকৰ

হাতত মাত্ৰ ৪ দিন, শনিৰ মহাশক্তিত খুলিব ভাগ্যৰ দুৱাৰ, গল্ডেন টাইম আৰম্ভ এই ৩ৰাশিৰ জাতকৰ

editor by editor
March 25, 2025
in জীৱনশৈলী
0
হাতত মাত্ৰ ৪ দিন, শনিৰ মহাশক্তিত খুলিব ভাগ্যৰ দুৱাৰ, গল্ডেন টাইম আৰম্ভ এই ৩ৰাশিৰ জাতকৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৯ মাৰ্চ, ২০২৫ তাৰিখে শনিয়ে কুম্ভ ৰাশি ত্যাগ কৰি মীন ৰাশিত প্ৰৱেশ কৰিব৷ জ্যোতিৰ্বিদ্যা আৰু জ্যোতিষশাস্ত্ৰ অনুসৰি এই গোচৰক গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হয়, কাৰণ শনিৰ গতি খুবেই ধীৰ আৰু এক ৰাশিৰ পৰা অন্য ৰাশিত ইয়াৰ প্ৰৱেশে এটা ডাঙৰ পৰিবৰ্তনৰ ইংগিত দিয়ে৷

এই পৰিবৰ্তনৰ ফলত কিছু ৰাশিচক্ৰৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব যাৰ ফলত এক নতুন সুযোগ আৰু সুখ আহিব পাৰে৷ মীন ৰাশিত শনিৰ গোচৰৰ ফলত কোন ৰাশিৰ জাতক উপকৃত হব পাৰে আৰু কি ধৰণৰ শুভ পৰিস্থিতি তৈয়াৰ হব পাৰে? শনিদেৱক ন্যায়ৰ দেৱতা হিচাপে বিবেচনা কৰা হয়৷ তেওঁ এজন ব্যক্তিক কৰ্মৰ ফল দিয়ে৷ যেতিয়া শনিয়ে কোনো ৰাশিত প্ৰৱেশ কৰে তেতিয়া সেই ৰাশিৰ জাতকে তেওঁলোকৰ কৰ্ম অনুসৰি ভাল বা বেয়া ফল পায়৷

শনিৰ ধীৰ গতিৰ কাৰণে ই এটা গ্ৰহত প্ৰায় আঢ়ৈ বছৰ ধৰি অৱস্থান কৰে৷ যাৰ কাৰণে ইয়াৰ প্ৰভাৱ দীৰ্ঘ সময় ধৰি দেখা যাব৷ ২৯ মাৰ্চ, ২০২৫ তাৰিখে শনিয়ে মীন ৰাশিত প্ৰৱেশ কৰিব আৰু ৩ জুন, ২০২৭ পৰ্যন্ত তাতেই থাকিব৷ এই সময়কালত শনিৰ প্ৰভাৱত বহু ৰাশিৰ ভাগ্য পৰিবৰ্তন হব পাৰে, যাৰ মাজত ৩ ৰাশিয়ে বিশেষ সুবিধা পাব পাৰে৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে মীন ৰাশিত শনিৰ গোচৰ এটা শুভ লক্ষণ৷ একাদশ ঘৰত শনিৰ উদয়ৰ কাৰণে বৃষ ৰাশিৰ জাতকৰ বিলাসিতা আৰু সম্পদ বৃদ্ধি পাব পাৰে৷ এই সময়ত ধৰ্মৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব আৰু শিক্ষাৰ ক্ষেত্ৰত সাফল্যৰ সম্ভাৱনা থাকিব৷ শিক্ষাৰ্থীয়ে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব আৰু তেওঁলোকৰ সকলো পৰিকল্পনাত সফল হব৷ ইয়াৰোপৰি আয়ৰ নতুন উৎস বিচাৰি পাব, যিয়ে তেওঁলোকৰ জীৱনত সমৃদ্ধি আনিব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতক শনিৰ গোচৰত খুবেই শুভ প্ৰমাণিত হব৷ দশম ঘৰত শনিৰ উদয় কেৰিয়াৰৰ উন্নতিৰ বাবে নতুন সুযোগ তৈয়াৰ কৰিব পাৰে৷ এই সময়ত জাতকে তেওঁলোকৰ প্ৰচেষ্টাৰ ফল পাব আৰু সমাজত তেওঁলোকৰ প্ৰতিপত্তিও বৃদ্ধি পাব পাৰে৷ এই সময়ত ব্যৱসায়ীসকলে লাভজনক ফল পাব৷ তেওঁলোকে ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে৷ লাভৰো সম্ভাৱনা প্ৰবল৷  ব্যক্তিগত জীৱনতো ইতিবাচক পৰিবৰ্তনে দেখা দিব পাৰে৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে ষষ্ঠ ঘৰত শনিৰ গোচৰে নতুন মোৰ আনিব পাৰে৷ এই সময়ত মানুহৰ সন্মুখত নতুন সুযোগ আহিব পাৰে৷ যিয়ে তেওঁলোকৰ আৰ্থিক অৱস্থাক শক্তিশালী কৰিব পাৰে৷ চাকৰিয়ালৰ বাবে এই সময়ত অগ্ৰগতি আহিব৷ আপুনি ঊৰ্ধতন কৰ্মকৰ্তাসকলৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিব যিয়ে আপোনাৰ কৰ্মজীৱনলৈ সাফল্য অনাত সহায় কৰিব৷ এই সময়ত বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান
জীৱনশৈলী

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

August 21, 2026
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?
জীৱনশৈলী

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

August 20, 2026
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

August 20, 2026
Next Post
ঠিকনা আছিল হাৰেম, বিয়া কৰাইছিল যৌ* কৰ্মীক, কাৰাগাৰৰ ভিতৰত জীৱন শেষ হোৱা বিশ্বৰ অন্যতম বিতৰ্কিত ব্যৱসায়ী, জানক তেওঁৰ জীৱনৰ এই ৰঙীন কাহিনী

ঠিকনা আছিল হাৰেম, বিয়া কৰাইছিল যৌ* কৰ্মীক, কাৰাগাৰৰ ভিতৰত জীৱন শেষ হোৱা বিশ্বৰ অন্যতম বিতৰ্কিত ব্যৱসায়ী, জানক তেওঁৰ জীৱনৰ এই ৰঙীন কাহিনী

মাহত কিমান টকা দৰমহা হ’লে  SBIৰ পৰা ৩০ লাখৰ গৃহ ঋণ পাব?

মাহত কিমান টকা দৰমহা হ’লে SBIৰ পৰা ৩০ লাখৰ গৃহ ঋণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.