• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহত কিমান টকা দৰমহা হ’লে  SBIৰ পৰা ৩০ লাখৰ গৃহ ঋণ পাব?

মাহত কিমান টকা দৰমহা হ’লে SBIৰ পৰা ৩০ লাখৰ গৃহ ঋণ পাব?

4 months ago
শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

41 mins ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

1 hour ago
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

16 hours ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

17 hours ago
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

17 hours ago
ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

19 hours ago
চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

21 hours ago
মীন ৰাশিত শনিৰ ওলোটা গতি আৰম্ভ, লগতে আৰম্ভ ৩ ৰাশিৰ উন্নতি

মীন ৰাশিত শনিৰ ওলোটা গতি আৰম্ভ, লগতে আৰম্ভ ৩ ৰাশিৰ উন্নতি

21 hours ago
২০১৭ তে উকলে ভিছাৰ ম্যাদ, জনবসতিৰ পৰা আঁতৰি দুই সন্তানৰ সৈতে কৰ্নাটকৰ গুহাত বাস ৰাছিয়ান মহিলাৰ

২০১৭ তে উকলে ভিছাৰ ম্যাদ, জনবসতিৰ পৰা আঁতৰি দুই সন্তানৰ সৈতে কৰ্নাটকৰ গুহাত বাস ৰাছিয়ান মহিলাৰ

22 hours ago
১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

2 days ago
বোয়িং বিমানত ইন্ধনৰ ছুইচ লক কৰা নাই! ৭ বছৰ পূৰ্বেই এই বিসংগতিক লৈ সতৰ্ক কৰিছিল মাৰ্কিন সংস্থাই, কিয় গুৰুত্ব দিয়া নাছিল এয়াৰ ইণ্ডিয়াই?

বোয়িং বিমানত ইন্ধনৰ ছুইচ লক কৰা নাই! ৭ বছৰ পূৰ্বেই এই বিসংগতিক লৈ সতৰ্ক কৰিছিল মাৰ্কিন সংস্থাই, কিয় গুৰুত্ব দিয়া নাছিল এয়াৰ ইণ্ডিয়াই?

2 days ago
বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহত কিমান টকা দৰমহা হ’লে SBIৰ পৰা ৩০ লাখৰ গৃহ ঋণ পাব?

মাহত কিমান টকা দৰমহা হ’লে SBIৰ পৰা ৩০ লাখৰ গৃহ ঋণ পাব? জানি থওক হিচাপ

editor by editor
March 25, 2025
in জীৱনশৈলী, বাণিজ্য
0
মাহত কিমান টকা দৰমহা হ’লে  SBIৰ পৰা ৩০ লাখৰ গৃহ ঋণ পাব?
0
SHARES
12k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সপোনৰ এখন ঘৰ নিৰ্মাণৰ সপোন কাৰনো নাথাকে? কিন্তু ইয়াৰ বাবে প্ৰচুৰ ধনৰ প্ৰয়োজন৷ বহুতে একেলগে এই ধন যোগাৰ কৰিব নোৱাৰে বাবেই ঘৰ নিৰ্মাণৰ সপোনক সাকাৰ ৰূপো দিব নোৱাৰে৷ কিন্তু হাতত একমুঠ ধন নোহোৱাকৈয়ো আপুনি নিৰ্মাণ কৰিব পাৰে সপোনৰ ঘৰখন৷ তাৰবাবে আপুনি সহায় ল’ব পাৰো হোম লোণৰ৷

মাহেকীয়া EMIৰ মাধ্যমেৰে এই ঋণ আপুনি পৰিশোধ কৰিব পাৰে৷ ধৰা হ’ল কোনোৱে যদি ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা ৩০ বছৰৰ ম্যাদত ৩০ লাখ টকা গৃহ ঋণ লৈছে তেন্তে মাহিলী EMI কিমান আহিব? ইএম আইৰ পৰিমাণ নিৰ্ভৰ কৰে সুদৰ ওপৰত৷ আকৌ সুদৰ হাৰ ছিবিল স্কোৰৰ ওপৰত ভিত্তি কৰে৷

ছিবিল স্কোৰ বা ক্ৰেডিট স্কোৰ বেছি হ’লে কম সুদৰ হাৰত ঋণ পোৱা যায়৷ সাধাৰণতে ছিবিল স্কোৰ ৩০০ৰ পৰা ৯০০ পয়েণ্টৰ মাজতেই গণনা কৰা হয়৷ বিশেষজ্ঞসকলৰ মতে গ্ৰাহকৰ ছিবিল স্কোৰ যদি কমপক্ষেও ৭৫০ৰ ওপৰত হয় তেন্তে তেওঁ সহজেই ঋণ লাভ কৰিব পাৰে৷ এই বেংকসমূহে প্ৰাথমিক সুদৰ হাৰৰ ওপৰত ঋণ অফাৰ কৰে৷ ছিবিল স্কোৰ উন্নত কৰিবলৈ গ্ৰাহকৰ আৰ্থিক লেনদেন শৃংখলাবদ্ধ হ’ব লাগিব৷ ছিবিল স্কোৰ বেয়া হ’লেই ঋণ পোৱাৰ সম্ভাৱনা কমি যায়৷ ঋণ পালেও সুদৰ হাৰ বেছি হয়৷ দেশৰ সকলোতকৈ ডাঙৰ বেংক ষ্টেট বেংক অফ ইণ্ডিয়াই গৃহ ঋণৰ ক্ষেত্ৰত ৮.৫০%ৰ পৰা ৯.৬৫% সুদৰ অফাৰ কৰে৷ ষ্টেট বেংক অফ ইণ্জিয়াৰ পৰা ৩০বছৰৰ বাবে ৩০লাখ টকাৰ হোম লোন ল’লে প্ৰতি মাহত কিমান টকা ইএমআই দিব লাগিঊ সেয়াও চোৱা হয়৷ ষ্টেট বেংক অফ ইণ্ডিয়াই প্ৰতি বছৰে ৮.৫০% সুদৰ হাৰত ৩০বছৰৰ বাবে ৩০লাখ টকাৰ হোম লোন দিলে প্ৰতি মাহত ২৩,০৬৭ টকা ইএম আই দিব লাগিব৷

কোনোৱে যদি পূৰ্বে লোন নলয় তেন্তে তেওঁলোকে এই হোম লোন লোৱাৰ বাবে মাহিলী বেতন কমেও ৪৬,১৩৪ টকা পাব লাগিব৷ ছিবিল স্কোৰ ভাল নহলে এই সুদৰ হাৰ আৰু বাঢ়ি যাব পাৰে৷ ইয়াৰ ফলত আৰু বেছি পৰিমাণৰ ধন পৰিশোধ কৰিব লাগিব৷ মাহিলী ইএমআই বহু বাঢ়ি যাব৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক
জীৱনশৈলী

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

July 14, 2025
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ
জীৱনশৈলী

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

July 14, 2025
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

July 13, 2025
চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক
চিনেমা

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

July 13, 2025
Next Post
এক ৰহস্যময় অঞ্চল! য’ত মাটিৰ পৰা মহাকাশৰ দূৰত্ব মাত্ৰ দুঘণ্টাৰ ৰাস্তা

এক ৰহস্যময় অঞ্চল! য’ত মাটিৰ পৰা মহাকাশৰ দূৰত্ব মাত্ৰ দুঘণ্টাৰ ৰাস্তা

SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.