• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

1 year ago
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

44 seconds ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

39 minutes ago
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

1 hour ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

2 hours ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

3 hours ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

4 hours ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

5 hours ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

17 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

18 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

19 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

19 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

editor by editor
March 25, 2025
in জীৱনশৈলী
0
SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজৰ এখন ঘৰ, এটুকুৰা মাটি ক্ৰয়ৰ সপোন সকলোৰে থাকে৷ কিন্তু এখন সপোনৰ ঘৰ নিৰ্মাণ কৰা সহজ কথা নহয়৷ ইয়াৰ বাবে প্ৰয়োজন হয় প্ৰচুৰ ধনৰ৷ কিন্তু ধন আহিব কৰ পৰা? সেই ধন বেংকৰ পৰা লোন হিচাপে আপুনিও অৱশ্যে ল’ব পাৰে৷ প্ৰকৃততে বিভিন্ন বেংকে বিভিন্ন সুদৰ হাৰত হোম লোন অফাৰ কৰে৷ বহুতেই আকৌ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পৰা হোম লোন ল’বলৈ পছন্দ কৰে৷ কিন্তু ১০ বছৰৰ বাবে ২২ লাখ টকাৰ হোম লোণ ল’লে প্ৰতিমাহে কিমান টকা EMI দিব লাগিব?

দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই এতিয়া বছৰি ৮.৫০ শতাংশ সুদৰ হাৰত হোম লোণ প্ৰদান কৰি আছে৷ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ হোম লোণৰ ক্ষেত্ৰত বছৰি এই ৮.৫০শতাংশ সুদৰ হাৰ তেওঁলোকৰ বাবে প্ৰযোজ্য হ’ব যিসকলৰ ছিভিল স্কোৰ ৮০০ বা তাতোকৈ বেছি৷

অৰ্থাৎ ষ্টেট বেংক অৱ ইণ্ডিয়াই বছৰত ৮.৫০শতাংশ সুদৰ হাৰত হোম লোন পাব বিচাৰিলে ছিভিল স্কোৰ ভাল হ’ব লাগে৷ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পৰা কোনোৱে যদি বছৰত ৮.৫০শতাংশ সুদৰ হাৰত ১০ বছৰৰ বাবে ২২ লাখ টকাৰ হোম লোন লয় তেন্তে সেই হিচাপ অনুসৰি তেওঁ প্ৰতি মাহে ২৭,২৭৭ টকা EMI দিব লাগিব৷ অৰ্থাৎ কোনোৱে যদি বছৰত ৮.৫০শতাংশ সুদৰ হাৰত ১০ বছৰৰ বাবে ২২ লাখ টকাৰ হোম লোন লয় তেন্তে সেই হিচাপ অনুসৰি সেই ঋণগ্ৰহীতাক সুদ হিচাপে মুঠ ১০,৭৩,২২২টকা দিব লাগিব৷

কোনো ব্যক্তিয়ে যদি ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পৰা বছৰত ৮.৫০শতাংশ সুদৰ হাৰত ১০ বছৰৰ বাবে ২২ লাখ টকাৰ হোম লোণ লয় তেন্তে হিচাপ অনুসৰি মুঠ ৩২,৭৩,২২২ টকা পৰিশোধ কৰিব লাগিব৷ প্ৰকৃততে এই পৰিমাণৰ মাজত সুদ আৰু মূলো সোমাই আছে৷ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পৰা বছৰি ৮.৫০ শতাংশ সুদৰ হাৰত হোম লোণ পোৱাৰ বাবে গ্ৰাহকে ছিভিল স্কোৰ ভালে ৰখাটো খুবেই জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান
জীৱনশৈলী

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

August 21, 2026
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?
জীৱনশৈলী

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

August 20, 2026
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

August 20, 2026
Next Post
সমুদ্ৰৰ বুকুৰ পৰা জাগি উঠিব প্ৰাচীন চহৰ! জানক কি কি ঘটিব কলিযুগৰ শেষত?

সমুদ্ৰৰ বুকুৰ পৰা জাগি উঠিব প্ৰাচীন চহৰ! জানক কি কি ঘটিব কলিযুগৰ শেষত?

১ লাখ কোটি টকাৰ বাজেট দিল্লীৰ, এইবাৰ ৫০০ কোটিৰে চাফা কৰা হ’ব যমুনা

১ লাখ কোটি টকাৰ বাজেট দিল্লীৰ, এইবাৰ ৫০০ কোটিৰে চাফা কৰা হ'ব যমুনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.