• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ লাখ কোটি টকাৰ বাজেট দিল্লীৰ, এইবাৰ ৫০০ কোটিৰে চাফা কৰা হ’ব যমুনা

১ লাখ কোটি টকাৰ বাজেট দিল্লীৰ, এইবাৰ ৫০০ কোটিৰে চাফা কৰা হ’ব যমুনা

1 year ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

17 minutes ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

1 hour ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

2 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

2 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

3 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

4 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

5 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

5 hours ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

21 hours ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

21 hours ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

22 hours ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১ লাখ কোটি টকাৰ বাজেট দিল্লীৰ, এইবাৰ ৫০০ কোটিৰে চাফা কৰা হ’ব যমুনা

editor by editor
March 25, 2025
in ভাৰত, ৰাজনীতি
0
১ লাখ কোটি টকাৰ বাজেট দিল্লীৰ, এইবাৰ ৫০০ কোটিৰে চাফা কৰা হ’ব যমুনা
0
SHARES
409
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১ লাখ কোটি টকাৰ বাজেট দিল্লীৰ, এইবাৰ ৫০০ কোটিৰে চাফা কৰা হ’ব যমুনা

ৰাজধানী দিল্লীৰ নতুন বিজেপি চৰকাৰে আজি ২৫ মাৰ্চ তাৰিখ মঙলবাৰে দাখিল কৰে বাজেট। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ১ লাখ কোটি টকাৰ বাজেটৰ প্ৰস্তাৱ আগবঢ়াইছে। আজি সোমবাৰৰ পৰা ‘খীৰ’ অনুষ্ঠানেৰে আৰম্ভ হোৱা দিল্লী বিধানসভাৰ পাঁচ দিনীয়া বাজেট অধিৱেশন চলিব।

আজি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সদনত বাজেট দাখিল কৰে। প্ৰায় ২:১৫ ঘণ্টাৰ এই বাজেট ভাষণত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই দিল্লীৰ বাবে বহু ডাঙৰ ডাঙৰ ঘোষণা কৰিলে। মঙলবাৰে মুখ্যমন্ত্রী তথা বিত্তমন্ত্রী ৰেখা গুপ্তাই ২৭ বছৰৰ পাছত দিল্লীত ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ প্রথমখন বাজেট দাখিল কৰে৷

এইবাৰ দিল্লীৰ বাবে ১ লাখ কোটি টকাৰ বাজেট দাখিল কৰা হয়। পূৰ্বৰ বাজেটতকৈ ৩১.৫% বেছি বাজেটৰ থিম ‘ডেভেলপড দিল্লী বাজেট’ হিচাপে ৰখা হৈছে।

এইবাৰ দিল্লী বাজেটৰ মূখ্য দিশ সমূহ এনে ধৰণৰ-
মহিলা সমৃদ্ধি যোজনাৰ বাবে ৫১০০ কোটি টকাৰ প্ৰস্তাৱ
প্ৰসূতি বন্দনা আঁচনিৰ বাবে ২১০ কোটি টকা
দিল্লীৰ পথ আৰু নলা পৰিষ্কাৰ কৰাত অগ্ৰাধিকাৰ
দিল্লীৰ গ্ৰাম্য আৰু আন্তঃগাঁথনিৰ উন্নয়নত গুৰুত্ব দিয়া।
পি এম শ্ৰী স্কুলৰ লাইনত দিল্লীত শিশুৰ বাবে মুকলি হ’ব নতুন চি এম শ্ৰী স্কুল।
দিল্লীৰ যমুনা নদী চাফা কৰাৰ বাবে ৫০০ কোটি টকাৰ বাজেট
দিল্লীৰ ১০০খন চৰকাৰী বিদ্যালয়ত মুকলি হ’ব লেংগুৱেজ লেব
সমাজ কল্যাণৰ ওপৰত উন্নয়নৰ বাবে ১০০৪৭ কোটি টকা
দিল্লীৰ পানীৰ সমস্যা সমাধানৰ বাবে পানীৰ টেংকাৰত জিপিএছ স্থাপন কৰা হ’ব
দিল্লীত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া লেপটপ দিয়াৰ ঘোষণা
দিল্লীৰ জ্যেষ্ঠ নাগৰিকে পাব পেণ্ডিং অনুদান, ইয়াৰ বাবে আবণ্টিত ২০ কোটি টকা
দিল্লীৰ ব্যৱসায়ীসকলৰ বাবেও ট্ৰেডাৰ্ছ ৱেলফেয়াৰ ব’ৰ্ড গঠন কৰা হয়
অংগনবাড়ী কেন্দ্ৰসমূহ সক্ষম অংগনবাড়ী কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হ’ব
দিল্লীৰ সংযোগ বৃদ্ধিৰ বাবে ১০০০ কোটি টকা
দিল্লীয়ে আৰু ৫০০০খন ইলেক্ট্ৰিক বাছ পাব
দিল্লী মেট্ৰ’ৰ কামৰ বাবে ৯২৯ কোটি টকাৰ বাজেট
গিগ কৰ্মীৰ বাবে গঠন কৰা হ’ব কল্যাণ ব’ৰ্ড।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2025 budgetDelhi BudgetDelhi Budget 2025Delhi CMRekha Gupta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
ভাৰত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

May 1, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!
অসম

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

April 29, 2026
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?
অসম

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

April 29, 2026
Next Post
ছনু চুডৰ পত্নীৰ ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি

ছনু চুডৰ পত্নীৰ ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি

সুখবৰ লগতে সকাহ, ১ এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুৎ মাচুল

সুখবৰ লগতে সকাহ, ১ এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুৎ মাচুল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.