• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ UPI সেৱা

কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ UPI সেৱা

1 minute ago
ভয়ংকৰ বিমান দুৰ্ঘটনা! বিমানখনত থকা আটাইকেইগৰাকী লোকৰ মৃত্যু

ভয়ংকৰ বিমান দুৰ্ঘটনা! বিমানখনত থকা আটাইকেইগৰাকী লোকৰ মৃত্যু

25 minutes ago
কোন সতীৰ্থ খেলুৱৈয়ে গালি পাৰিছিল ধোনীক? ধোনীতকৈ যথেষ্ট জুনিয়ৰ কোন সেইজন ক্ৰিকেটাৰ?

কোন সতীৰ্থ খেলুৱৈয়ে গালি পাৰিছিল ধোনীক? ধোনীতকৈ যথেষ্ট জুনিয়ৰ কোন সেইজন ক্ৰিকেটাৰ?

59 minutes ago
আহি আছে ‘পঞ্চায়ত’ৰ পঞ্চম ছিজন

আহি আছে ‘পঞ্চায়ত’ৰ পঞ্চম ছিজন

1 hour ago
৯ সংখ্যাটো শুভ নে? সংখ্যাতত্ত্ব আৰু জ্যোতিষশাস্ত্ৰই কি কয় জানক

৯ সংখ্যাটো শুভ নে? সংখ্যাতত্ত্ব আৰু জ্যোতিষশাস্ত্ৰই কি কয় জানক

2 hours ago
Winter relationship: শীতকালত প্ৰেম বেছি বাঢ়ে নেকি? বিশেষজ্ঞই কি কয় জানক

Winter relationship: শীতকালত প্ৰেম বেছি বাঢ়ে নেকি? বিশেষজ্ঞই কি কয় জানক

2 hours ago
কেনে আছে অভিনেত্ৰী বৰষাৰাণী? জানক স্বাস্থ্যৰ আপডেট

কেনে আছে অভিনেত্ৰী বৰষাৰাণী? জানক স্বাস্থ্যৰ আপডেট

3 hours ago
ASEAN দেশৰ পৰ্যটকক ভাৰতলৈ আদৰিবলৈ বিশেষ পদক্ষেপ, বিনামূলীয়া ই-ভিছাৰ প্ৰস্তাৱ মোদীৰ

ASEAN দেশৰ পৰ্যটকক ভাৰতলৈ আদৰিবলৈ বিশেষ পদক্ষেপ, বিনামূলীয়া ই-ভিছাৰ প্ৰস্তাৱ মোদীৰ

4 hours ago
ইংৰাজীত বঠীক কি কয়? ৯৯% শতাংশ লোকে নাজানে সঠিক উত্তৰ

ইংৰাজীত বঠীক কি কয়? ৯৯% শতাংশ লোকে নাজানে সঠিক উত্তৰ

4 hours ago
Airtel Recharge: ২৯৯ টকাৰ ৰিচাৰ্জৰ সৈতে একাধিক সুবিধা, চমক দিলে এয়াৰটেলে!

Airtel Recharge: ২৯৯ টকাৰ ৰিচাৰ্জৰ সৈতে একাধিক সুবিধা, চমক দিলে এয়াৰটেলে!

5 hours ago
চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

সোণে দেখুৱাই আছে যাদু! গহণা ক্ৰয়ৰ এয়াই নেকি উচিত সময়?

5 hours ago
৫০ পইচা বেছি লৈ ভৰিল ১০ হাজাৰ টকাৰ জৰিমনা, শাস্তি দিলে ৰেষ্টুৰেণ্টক

৫০ পইচা বেছি লৈ ভৰিল ১০ হাজাৰ টকাৰ জৰিমনা, শাস্তি দিলে ৰেষ্টুৰেণ্টক

6 hours ago
জীৱন ৰক্ষা পৰিল অভিনেত্ৰী বৰষাৰাণীৰ লগতে স্বামী-কন্যাৰ, পুৱতি নিশা পতিত ভয়ংকৰ দুৰ্ঘটনাত

জীৱন ৰক্ষা পৰিল অভিনেত্ৰী বৰষাৰাণীৰ লগতে স্বামী-কন্যাৰ, পুৱতি নিশা পতিত ভয়ংকৰ দুৰ্ঘটনাত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ UPI সেৱা

SBIৰ গ্ৰাহকে ব্যৱহাৰ কৰিব নোৱাৰিব GooglePay, PhonePe

editor by editor
November 18, 2026
in বাণিজ্য, ভাৰত, লেখা
0
কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ UPI সেৱা
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ভাৰতীয় ষ্টেট বেংক (SBI)ৰ গ্ৰাহকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ অৰ্থাৎ ১৯ নৱেম্বৰত প্ৰায় ৪৫ মিনিটৰ বাবে সাময়িকভাৱে বন্ধ থাকিব SBIৰ UPI সেৱা। বেংকৰ তৰফৰ পৰা কৰা নিৰ্ধাৰিত ৰক্ষণাবেক্ষণৰ কামৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ফলত উক্ত সময়ছোৱাত গ্ৰাহকসকলে গুগল পে, ফোন পে, পেটিএম আদিৰ জৰিয়তে এছ বি আইৰ একাউণ্টৰ পৰা ইউপিআইৰ মাধ্যমেৰে ধনৰ লেনদেন কৰাত সমস্যাৰ সন্মুখীন হ’ব পাৰে।

কিমান সময়ত বন্ধ থাকিব সেৱা?

প্ৰকাশিত তথ্য অনুসৰি, ১৯ নৱেম্বৰৰ পুৱতি নিশা ১ বাজি ১৫ মিনিটৰ পৰা ২ বজালৈ প্ৰায় ৪৫ মিনিটৰ বাবে SBIৰ UPI সেৱা সাময়িকভাৱে ব্যাহত হ’ব। এই সময়ছোৱাত বেংকৰ ফালৰ পৰা প্ৰয়োজনীয় ৰক্ষণাবেক্ষণৰ কাম সম্পন্ন কৰা হ’ব। অৰ্থাৎ, উক্ত সময়ত গ্ৰাহকসকলে ইউপিআইৰ জৰিয়তে টকা পঠিওৱা, ধন গ্ৰহণ কৰা বা আন কোনো ধৰণৰ ডিজিটেল লেনদেন কৰোঁতে অসুবিধাৰ সন্মুখীন হ’ব পাৰে। সেয়েহে যিসকল গ্ৰাহকে নিশাৰ ভাগত UPIৰ জৰিয়তে ধনৰ লেনদেন কৰে, তেওঁলোকে এই বিষয়টো আগতীয়াকৈ মনত ৰখা উচিত।

কিয় বন্ধ থাকিব UPI সেৱা?

SBIৰ UPI সেৱা বন্ধ ৰখাৰ মূল কাৰণ হৈছে ৰক্ষণাবেক্ষণৰ কাম। বেংকৰ ডিজিটেল লেনদেন ব্যৱস্থা সুচাৰুৰূপে পৰিচালনা কৰা, সেৱাৰ মান উন্নত কৰা আৰু প্ৰযুক্তিগত সমস্যাসমূহ দূৰ কৰাৰ বাবে মাজে-সময়ে এনে ৰক্ষণাবেক্ষণৰ প্ৰয়োজন হয়। এই কামৰ সময়ছোৱাত ইউপিআই সেৱাত সাময়িকভাৱে প্ৰভাৱ পৰিব। অৱশ্যে বেংকে উল্লেখ কৰিছে যে নিৰ্ধাৰিত সময়তকৈ আগতেই ৰক্ষণাবেক্ষণৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনাও আছে। যদি কাম সোনকালে শেষ হয়, তেন্তে গ্ৰাহকসকলে নিৰ্ধাৰিত সময়ৰ আগতেই পুনৰ ইউপিআই সেৱা ব্যৱহাৰ কৰিব পাৰিব।

গ্ৰাহকে কেনেদৰে কৰিব পাৰিব ধনৰ লেনদেন?

ইউপিআই সেৱা সাময়িকভাৱে ব্যাহত হ’লেও গ্ৰাহকসকলৰ বাবে বিকল্প ব্যৱস্থা থাকিব। এই সময়ছোৱাত গ্ৰাহকে ইউপিআই লাইট (UPI Lite) সেৱা ব্যৱহাৰ কৰি ধনৰ লেনদেন কৰিব পাৰিব। ইউপিআই লাইট হৈছে সৰু পৰিমাণৰ ডিজিটেল ধনৰ লেনদেনৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ সুবিধা। ইয়াৰ জৰিয়তে সাধাৰণ ইউপিআই লেনদেনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ সহজে ধন পৰিশোধ কৰিব পাৰি। সেয়েহে এছ বি আইৰ সাধাৰণ ইউপিআই সেৱাত সমস্যা দেখা দিলেও ইউপিআই লাইট ব্যৱহাৰকাৰীসকলে এই সুবিধাৰ জৰিয়তে লেনদেন অব্যাহত ৰাখিব পাৰিব।

গ্ৰাহকৰ বাবে কি পৰামৰ্শ?

এছ বি আইৰ যিসকল গ্ৰাহকে নিশাৰ ভাগত অনলাইন পেমেণ্ট কৰে, তেওঁলোকে ১৯ নৱেম্বৰৰ পুৱতি নিশাৰ এই সময়ছোৱাৰ কথা মনত ৰখা উচিত। বিশেষকৈ জৰুৰী ধনৰ লেনদেন কৰিবলগীয়া থাকিলে নিৰ্ধাৰিত সময়ৰ আগতেই সেই কাম সম্পূৰ্ণ কৰি ৰখাটো ভাল। লগতে বিকল্প হিচাপে ইউপিআই লাইটৰ সুবিধাও ব্যৱহাৰ কৰিব পাৰে। মন কৰিবলগীয়া যে এই সাময়িক বাধা কেৱল নিৰ্ধাৰিত ৰক্ষণাবেক্ষণৰ সময়ছোৱাৰ বাবেহে। গতিকে এছ বি আইৰ গ্ৰাহকসকলে আতংকিত হোৱাৰ কোনো কাৰণ নাই। ৰক্ষণাবেক্ষণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত পুনৰ স্বাভাৱিকভাৱে ইউপিআই সেৱা ব্যৱহাৰ কৰিব পাৰিব।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24sbi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ বিমান দুৰ্ঘটনা! বিমানখনত থকা আটাইকেইগৰাকী লোকৰ মৃত্যু
বিশ্ব

ভয়ংকৰ বিমান দুৰ্ঘটনা! বিমানখনত থকা আটাইকেইগৰাকী লোকৰ মৃত্যু

November 18, 2026
কোন সতীৰ্থ খেলুৱৈয়ে গালি পাৰিছিল ধোনীক? ধোনীতকৈ যথেষ্ট জুনিয়ৰ কোন সেইজন ক্ৰিকেটাৰ?
বিনোদন

কোন সতীৰ্থ খেলুৱৈয়ে গালি পাৰিছিল ধোনীক? ধোনীতকৈ যথেষ্ট জুনিয়ৰ কোন সেইজন ক্ৰিকেটাৰ?

November 18, 2026
আহি আছে ‘পঞ্চায়ত’ৰ পঞ্চম ছিজন
বিনোদন

আহি আছে ‘পঞ্চায়ত’ৰ পঞ্চম ছিজন

November 18, 2026
৯ সংখ্যাটো শুভ নে? সংখ্যাতত্ত্ব আৰু জ্যোতিষশাস্ত্ৰই কি কয় জানক
জীৱনশৈলী

৯ সংখ্যাটো শুভ নে? সংখ্যাতত্ত্ব আৰু জ্যোতিষশাস্ত্ৰই কি কয় জানক

November 18, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.