• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১ বছৰৰ মূৰকত RSSৰ মূখ্যকাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী

১১ বছৰৰ মূৰকত RSSৰ মূখ্যকাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী

1 year ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

16 minutes ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

56 minutes ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

1 hour ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

3 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

4 hours ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

5 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

6 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

7 hours ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

8 hours ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

8 hours ago
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

9 hours ago
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১১ বছৰৰ মূৰকত RSSৰ মূখ্যকাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী

editor by editor
March 30, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
১১ বছৰৰ মূৰকত RSSৰ মূখ্যকাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী
0
SHARES
329
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১১ বছৰৰ মূৰকত RSSৰ মূখ্যকাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী

১১ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে নাগপুৰস্থিত RSSৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আজি ৩০ মাৰ্চ পুৱা মোদীয়ে ইয়াৰ স্মৃতি মন্দিৰত RSS প্ৰতিষ্ঠাপকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই সময়ছোৱাত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতও মোদীক সংগ দিয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে স্মৃতি মন্দিৰৰ দৰ্শনাৰ্থী পুথিতো এক বিশেষ বাৰ্তাৰ সৈতে স্বাক্ষৰ কৰে।

মোদীয়ে লিখিছে, ‘অতি সন্মানীয় ড০ হেডগেৱাৰ আৰু শ্ৰদ্ধাৰ গুৰুজীলৈ শতকোটি প্ৰণাম। তেওঁৰ স্মৃতিবোৰক সংৰক্ষণ কৰা এই স্মৃতি মন্দিৰলৈ আহি মই আপ্লুত হৈ পৰিছো। ভাৰতীয় সংস্কৃতি, জাতীয়তাবাদ আৰু সংগঠনৰ মূল্যবোধৰ প্ৰতি উৎসৰ্গিত এই স্থানে আমাক জাতীয় সেৱাত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘সংঘৰ দুটা শক্তিশালী স্তম্ভৰ এই স্থান দেশৰ সেৱাত উৎসৰ্গিত লাখ লাখ স্বেচ্ছাসেৱকৰ শক্তিৰ উৎস। আমাৰ প্ৰচেষ্টাৰ দ্বাৰা ভাৰত মাতৃৰ গৌৰৱ সদায় বৃদ্ধি হওক।

মোদীক নাগপুৰত আদৰণি জনায় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ আৰু কেন্দ্ৰীয় মন্ত্ৰী তথা নাগপুৰৰ সাংসদ নীতিন গাডকাৰীয়ে।

উল্লেখ্য যে এই ভ্ৰমণৰ সময়ত পি এম মোদীয়ে আৰ এছ এছৰ অন্যতম প্ৰতিষ্ঠাপক গোলৱালকাৰৰ স্মৃতিত নিৰ্মাণ কৰা ছুপাৰ স্পেচিয়েলিটি চকু চিকিৎসালয় ‘মাধৱ নেত্ৰালয় প্ৰিমিয়াম চেণ্টাৰ’ৰ আধাৰশিলাও স্থাপন কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: narendra-modiPM ModirssRSS Nagpur
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!
জীৱনশৈলী

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

June 26, 2026
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!
জীৱনশৈলী

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

June 26, 2026
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট
বাণিজ্য

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

June 26, 2026
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি
ৰাজনীতি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

June 26, 2026
Next Post
বিমানৰ চকা ভাঙি মাজ আকাশত হাহাকাৰ, কথমপি প্ৰাণ ৰক্ষা ২৫০ যাত্ৰীৰ

বিমানৰ চকা ভাঙি মাজ আকাশত হাহাকাৰ, কথমপি প্ৰাণ ৰক্ষা ২৫০ যাত্ৰীৰ

উৰিষ্যাৰ কটকত গুৱাহাটীলৈ আহি থকা ৰে’লৰ ভয়ংকৰ দুৰ্ঘটনা, বহু ডবা লাইনচ্যুত

উৰিষ্যাৰ কটকত গুৱাহাটীলৈ আহি থকা ৰে'লৰ ভয়ংকৰ দুৰ্ঘটনা, বহু ডবা লাইনচ্যুত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.