• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিমানৰ চকা ভাঙি মাজ আকাশত হাহাকাৰ, কথমপি প্ৰাণ ৰক্ষা ২৫০ যাত্ৰীৰ

বিমানৰ চকা ভাঙি মাজ আকাশত হাহাকাৰ, কথমপি প্ৰাণ ৰক্ষা ২৫০ যাত্ৰীৰ

1 year ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

41 minutes ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

2 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

3 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

4 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

4 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

4 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

5 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

5 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

6 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

6 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

8 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিমানৰ চকা ভাঙি মাজ আকাশত হাহাকাৰ, কথমপি প্ৰাণ ৰক্ষা ২৫০ যাত্ৰীৰ

editor by editor
March 30, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
বিমানৰ চকা ভাঙি মাজ আকাশত হাহাকাৰ, কথমপি প্ৰাণ ৰক্ষা ২৫০ যাত্ৰীৰ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিমানৰ চকা ভাঙি মাজ আকাশত হাহাকাৰ, কথমপি প্ৰাণ ৰক্ষা ২৫০ যাত্ৰীৰ

এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা ২৫০ যাত্ৰীৰ। ৰাজস্থানৰ জয়পুৰৰ পৰা উৰা মৰা এখন বিমানে চেন্নাই বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে। জয়পুৰ বিমানবন্দৰৰ পৰা উৰা মাৰিছিল যদিও কাৰিকৰী দোষৰ বাবে চেন্নাই বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়।

আজি ৩০ মাৰ্চ তাৰিখে পুৱা প্ৰায় ৫:৪৬ বজাত জৰুৰী অৱতৰণ বিমানখনৰ। প্ৰাথমিক তদন্তত বিমানখনৰ চকা ভাঙি থকা অৱস্থাত উদ্ধাৰ হয়। তথাপিও বিমানখনত হোৱা কাৰিকৰী দোষৰ আঁৰৰ কাৰণৰ সন্ধান অব্যাহত আছে।

এই বিমানখন স্পাইচজেট এয়াৰলাইন্সৰ। সূত্ৰ অনুসৰি পাইলটে বিমানখনৰ কাৰিকৰী দোষৰ বিষয়ে এটিচিক অৱগত কৰে, তাৰ পিছত বিমানখনক মাজ বাটত উভতি যাবলৈ নিৰ্দেশ দিয়া হয় আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিঘটনাৰ আশংকাত বিমানখন বাটতে চেন্নাই বিমানবন্দৰত অৱতৰণ কৰে।

উৰণৰ সময়ত বিমানখনত ২৫০ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰ আছিল। সকলো লোককে জৰুৰীকালীন গেটৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Chennai AirportEmergency LandingFlight AccidentRajasthan AirportSpicejet Airline
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

August 18, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

August 18, 2026
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
Next Post
উৰিষ্যাৰ কটকত গুৱাহাটীলৈ আহি থকা ৰে’লৰ ভয়ংকৰ দুৰ্ঘটনা, বহু ডবা লাইনচ্যুত

উৰিষ্যাৰ কটকত গুৱাহাটীলৈ আহি থকা ৰে'লৰ ভয়ংকৰ দুৰ্ঘটনা, বহু ডবা লাইনচ্যুত

কি হৈছে ম্যানমাৰত, ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ২৩ টা আফ্টাৰ শ্বক

কি হৈছে ম্যানমাৰত, ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ২৩ টা আফ্টাৰ শ্বক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.