• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯ এপ্ৰিল অত্যন্ত শুভ হ’ব এইকেইটা ৰাশিৰ, কাৰ কাৰ আছে ধনলাভৰ যোগ?

৯ এপ্ৰিল অত্যন্ত শুভ হ’ব এইকেইটা ৰাশিৰ, কাৰ কাৰ আছে ধনলাভৰ যোগ?

1 year ago
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

27 minutes ago
আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

1 hour ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

2 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

2 hours ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

3 hours ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

4 hours ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

5 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

5 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

9 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

9 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

11 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৯ এপ্ৰিল অত্যন্ত শুভ হ’ব এইকেইটা ৰাশিৰ, কাৰ কাৰ আছে ধনলাভৰ যোগ?

৯ এপ্ৰিলৰ অত্যন্ত শুভ হ’ব এইকেইটা ৰাশিৰ, কাৰ কাৰ আছে ধনলাভৰ যোগ?

editor by editor
April 9, 2025
in জীৱনশৈলী
0
৯ এপ্ৰিল অত্যন্ত শুভ হ’ব এইকেইটা ৰাশিৰ, কাৰ কাৰ আছে ধনলাভৰ যোগ?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
৯ এপ্ৰিলত কেইবাটাও গ্ৰহ নক্ষত্ৰৰ অৱস্থানে কেইবাটাও ৰাশিৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আনিব পাৰে৷ বিশেষ ৰাশিৰ জাতকে কেৱল কৰ্মক্ষেত্ৰতে সফলতা পাব তেনে নহয়, বৰং অৰ্থলাভ, পাৰিবাৰিক সুখ আৰু মনত আনন্দও পাব পাৰে৷ এইদিনটোত আত্মবিশ্বাসেৰে সৈতে নতুন দিনৰ আৰম্ভনি হব৷ জানি থওক আপোনাৰ ৰাশি এই তালিকাত আছেনে?
মেষ ৰাশি
৯ এপ্ৰিল মেষ ৰাশিৰ বাবে সুখ আৰু সাফল্যৰ দিন৷ বহুদিন ধৰি ৰৈ থকা কামসমূহ সম্পন্ন হব পাৰে৷ পৰিয়ালত শান্তি থাকিব৷ প্ৰিয়জনৰ সৈতে সময় কটোৱাৰ সুযোগ আহিব৷ চাকৰিয়ালৰ বাবে প্ৰশংসা বা পদোন্নতিৰ সম্ভাৱনা আছে৷ আত্মবিশ্বাস আৰু উদ্দীপনা বাঢ়িব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে দিনটো লাভজনক হব৷ হঠাৎ অৰ্থলাভ বা পুৰণি ঋণ উভতাই পোৱাৰ সম্ভাৱনা আছে৷ পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হব পাৰে৷ যিয়ে মানসিকভাৱে আপোনাক শক্তি দিব৷ ব্যৱসায়ীয়ে নতুন ডিল কৰিব পাৰে৷ দিনটো আনন্দেৰে কটাব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকে আজি নতুন কোনো সুযোগ পাব পাৰে৷ যি ভৱিষ্যতে লাভজনক হব৷ আপোনাৰ কামৰ প্ৰশংসা পাব আৰু দায়িত্বও বাঢ়িব৷ ঘৰত কোনো শুভ কামৰ পৰিকল্পনা হব পাৰে৷ আপুনি নিজকে শক্তিশালী আৰু অনুপ্ৰাণিত অনুভৱ কৰিব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে এই দিনটো খুবেই শুভ৷ ভাগ্য আপোনাৰ সৈতে থাকিব, আপুনি আপোনাৰ প্ৰচেষ্টাত সফল হব৷ ডাঙৰ সংস্থাৰ পৰা চাকৰিৰ অফাৰ পাব পাৰে৷ ভ্ৰমণৰ যোগ আছে যি লাভজনক হব৷ আপোনাৰ উৎসাহত অন্যসকলো অনুপ্ৰাণিত হব৷
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ বাবে ৯ এপ্ৰিল অত্যন্ত শুভ৷ ঘৰৰ পৰিবেশ সুখপূৰ্ণ হব৷ জীৱনসংগীৰ সহযোগিতা পাব৷ কোনো পুৰণি বিবাদৰ সমাধান হব৷ কৰ্মক্ষেত্ৰত আপোনাৰ পাৰফৰমেন্সত প্ৰশংসা পাব৷ স্বাস্থ্যৰ দিশৰ পৰা আপুনি ভালে থাকিব৷ মানসিক শান্তিও পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?
জীৱনশৈলী

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

April 17, 2026
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা
জীৱনশৈলী

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

April 17, 2026
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?
জীৱনশৈলী

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

April 17, 2026
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ
জীৱনশৈলী

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

April 17, 2026
Next Post
শুক্ৰাণুৰ গুণগত মান কমিছে? এই কৌশলেৰেই পিতৃ হোৱাৰ পথ প্ৰশস্ত হ’ব পাৰে আপোনাৰ

শুক্ৰাণুৰ গুণগত মান কমিছে? এই কৌশলেৰেই পিতৃ হোৱাৰ পথ প্ৰশস্ত হ’ব পাৰে আপোনাৰ

নাইটক্লাবৰ ছাদ খহি ৭৯ জনৰ মৃত্যু, আহতৰ সংখ্যা ১৬০ জনতকৈয়ো অধিক! ক’ত এই মৰ্মান্তিক দুৰ্ঘটনা?

নাইটক্লাবৰ ছাদ খহি ৭৯ জনৰ মৃত্যু, আহতৰ সংখ্যা ১৬০ জনতকৈয়ো অধিক! ক’ত এই মৰ্মান্তিক দুৰ্ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.