• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাইটক্লাবৰ ছাদ খহি ৭৯ জনৰ মৃত্যু, আহতৰ সংখ্যা ১৬০ জনতকৈয়ো অধিক! ক’ত এই মৰ্মান্তিক দুৰ্ঘটনা?

নাইটক্লাবৰ ছাদ খহি ৭৯ জনৰ মৃত্যু, আহতৰ সংখ্যা ১৬০ জনতকৈয়ো অধিক! ক’ত এই মৰ্মান্তিক দুৰ্ঘটনা?

1 year ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

2 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

2 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

11 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

11 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

12 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

12 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

13 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

13 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

14 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

15 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

15 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নাইটক্লাবৰ ছাদ খহি ৭৯ জনৰ মৃত্যু, আহতৰ সংখ্যা ১৬০ জনতকৈয়ো অধিক! ক’ত এই মৰ্মান্তিক দুৰ্ঘটনা?

নাইটক্লাবৰ ছাদ খহি ৭৯ জনৰ মৃত্যু, আহতৰ সংখ্যা ১৬০ জনতকৈয়ো অধিক! ক’ত এই মৰ্মান্তিক দুৰ্ঘটনা?

editor by editor
April 9, 2025
in জীৱনশৈলী, বিবিধ
0
নাইটক্লাবৰ ছাদ খহি ৭৯ জনৰ মৃত্যু, আহতৰ সংখ্যা ১৬০ জনতকৈয়ো অধিক! ক’ত এই মৰ্মান্তিক দুৰ্ঘটনা?
0
SHARES
552
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মঞ্চত তেতিয়া চলি আছিল লাইভ কনছাৰ্ট৷ সন্মুখত আছিল হাজাৰ হাজাৰ উৎসাহী শ্ৰোতা দৰ্শক৷ ভৰি থ’বলৈয়ো জেগা নোহোৱা অৱস্থা নাইটক্লাবৰ ভিতৰত৷ তেনে সময়তেই হঠাৎ খহি পৰিল নাইটক্লাবৰ ছাদ৷ চেপা খাই লগে লগে মৃত্যু কেইবাজনো ব্যক্তিৰ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্তৰ সংখ্যাও কেইবাশ৷ কিন্তু কেনেকৈ খহিল সেই ছাদ সেই বিষয়টোক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ৷ চৰকাৰী ৰিপৰ্ট অনুসৰি বৰ্তমানলৈকে এই ঘটনাত মৃত্যু ঘটিছে ৭৯ জনৰ৷ আহত প্ৰায় ১৬০ জন৷ সেই কনছাৰ্টত উপস্থিত আছিল বহু ছেলিব্ৰিটি, ৰাজনীতিবিদ আৰু খেলাৰ জগতৰ বহু তাৰকা৷

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই সেই স্থানত উপস্থিত হয় উদ্ধাৰকাৰী দল৷ ধ্বংসস্তূপৰ পৰা আহতসকলক উদ্ধাৰ কৰি লগে লগে লৈ যোৱা হৈছে হাস্পতাললৈ৷ ঘটনাৰ পাছত ১২ ঘণ্টা পাৰ হৈ গলেও জীৱিতসকলৰ সন্ধানত এতিয়াও অব্যাহত আছে উদ্ধাৰৰ কাম৷ আশংকা কৰা হৈছে যে এতিয়াও বহু মানুহ ধ্বংসস্তূপৰ ভিতৰত সোমাই আছে৷ বিপৰ্যয় মোকাবিলাৰ প্ৰধান জুয়েন মেনুয়েল মেণ্ডেজে জনাইছে যে এতিয়াও ধ্বংসস্তূপৰ তলত বহুজন আৱদ্ধ হৈ আছে৷ আমাৰ ধাৰণা ধ্বংসস্তূপৰ তলত শব্দ শুনা পাইছো৷ আমাৰ সন্ধান সেয়ে অব্যাহত ৰাখিছো৷

বিগত ১২ ঘণ্টাত বাঢ়িছে মৃতকৰ সংখ্যাও৷ সেই নিশা কনছাৰ্টত উপস্থিত আছিল মণ্টেক্ৰিষ্টি প্ৰদেশৰ গভৰ্ণৰ আৰু মেজৰ লীগ বেছবল তাৰকা নেলছন ক্ৰুজৰ ভনীয়েক নেলছি ক্ৰুজ৷ ধ্বংসস্তূপৰ তলৰ পৰা উদ্ধাৰ কৰা নেলছিক হাস্পতালত ভৰ্তি কৰোৱা হয়৷ কিন্তু তাতেই তেঁওৰ মৃত্যু হয়৷

কেনেকৈ এই ভয়াৱহ দুৰ্ঘটনা ঘটিল সেই বিষয়ক লৈ ইতিমধ্যে আৰম্ভ হৈছে তদন্ত৷ ঘটনাক লৈ ডমিনিকান ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি লুইছ আবিনাদাৰ ঘটনাত শোক প্ৰকাশ কৰিছে বহুজনেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

September 15, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

September 15, 2026
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

September 14, 2026
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি
ভাৰত

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

September 14, 2026
Next Post
এক কিঃগ্ৰাঃ আমৰ দাম ৩ লাখ টকা! ক’ত পোৱা যায় এই ফল?

এক কিঃগ্ৰাঃ আমৰ দাম ৩ লাখ টকা! ক’ত পোৱা যায় এই ফল?

শুক্ৰৰ মাৰ্গীত ৪ৰাশিৰ দুঃখৰ দিন শেষ! কোটিপতি হোৱাৰ সুযোগ, সাফল্যৰ শীৰ্ষত থাকিব কোন কোন?

শুক্ৰৰ মাৰ্গীত ৪ৰাশিৰ দুঃখৰ দিন শেষ! কোটিপতি হোৱাৰ সুযোগ, সাফল্যৰ শীৰ্ষত থাকিব কোন কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.