• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকাশত ১১ মিনিট কটাই আহিল গায়িকা কেটি পেৰিয়ে, এই ১১ মিনিটৰ যাত্ৰাৰ খৰচ শুনিলে চকু কঁপালত উঠিব আপোনাৰ

মহাকাশত ১১ মিনিট কটাই আহিল গায়িকা কেটি পেৰিয়ে, এই ১১ মিনিটৰ যাত্ৰাৰ খৰচ শুনিলে চকু কঁপালত উঠিব আপোনাৰ

1 year ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

2 hours ago
মাহেকীয়াৰ সময়ত শাওনৰ সোমবাৰৰ ব্ৰত পালন কৰা উচিত নে অনুচিত?

মাহেকীয়াৰ সময়ত শাওনৰ সোমবাৰৰ ব্ৰত পালন কৰা উচিত নে অনুচিত?

2 hours ago
বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

4 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ গুৰুত্বপূৰ্ণ কাম!

4 hours ago
ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

5 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

খাদ্য খোৱাৰ পিছত পেট বিষ? সজাগ হওক, অৱহেলা নকৰিব এনে লক্ষণক

5 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

6 hours ago
আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

7 hours ago
হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

8 hours ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

9 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

পুনৰ হ্ৰাস পালে নেকি সোণৰ মূল্য? ক্ৰয় কৰাৰ পূৰ্বে জানি লওক মূল্য

10 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকাশত ১১ মিনিট কটাই আহিল গায়িকা কেটি পেৰিয়ে, এই ১১ মিনিটৰ যাত্ৰাৰ খৰচ শুনিলে চকু কঁপালত উঠিব আপোনাৰ

মহাকাশত ১১ মিনিট কটাই আহিল গায়িকা কেটি পেৰিয়ে, এই ১১ মিনিটৰ যাত্ৰাৰ খৰচ শুনিলে চকু কঁপালত উঠিব আপোনাৰ

editor by editor
April 17, 2025
in জীৱনশৈলী
0
মহাকাশত ১১ মিনিট কটাই আহিল গায়িকা কেটি পেৰিয়ে, এই ১১ মিনিটৰ যাত্ৰাৰ খৰচ শুনিলে চকু কঁপালত উঠিব আপোনাৰ
0
SHARES
451
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমাজনৰ মালিক তথা উদ্যোগপতি জেফ বেজোছৰ ৰকেটত উঠি মহাকাশ ফুৰি আহিল পপ গায়িকা কেটি পেৰিয়ে৷ তেওঁৰ সৈতে এই যাত্ৰাত সংগ দিছিল ৫গৰাকী মহিলাই৷ বেজোছৰ বাগদত্তা লৰেন ছাঞ্চেজ, চিবিএছৰ উপস্থাপক গেইল কিং, নাছাৰ প্ৰাক্তন ৰকেট বিজ্ঞানী আয়েশা বো, বিজ্ঞানী আমাণ্ডা নগুয়েন আৰু চলচ্চিত্ৰ প্ৰযোজক কেৰিয়ান ফ্লিন৷ মহাকাশযাত্ৰাত বিগত ৬০ বছৰৰো বেছি সময়ৰ ইতিহাসত এয়াই প্ৰথমবাৰ য’ত কেৱল মহিলাই মহাকাশযানেৰে মহাকাশ পৰিভ্ৰমণ কৰিলে৷

গায়িকা আৰু তেওঁ ক্ৰুসকলে পৃথিৱীপৃষ্ঠৰ পৰা ৬০ মাইল অৰ্থাৎ ১০০ কিঃমিঃ বেছি উপৰলৈ গৈছিল৷ বেজোছৰ মহাকাশ সংস্থা ব্লু অৰিজিনৰ এখন ৰকেটত উঠি এই যাত্ৰা কৰিছিল পপ গায়িকা আৰু তেওঁৰ সংগীসকলে৷ এই যাত্ৰাত যাত্ৰীকেইগৰাকীয়ে কাৰমান লাইনৰ বাহিৰলৈ গৈ আকৌ উভতি আহে৷ কাৰমান লাইন হৈছে আন্তৰ্জাতিকভাৱে স্বীকৃত মহাকাশ সীমনা৷

ব্লু অৰিজিনে এই যাত্ৰাৰ লাইভ সম্প্ৰচাৰো কৰিছে৷ কেটিহঁতক কঢ়িয়াই নিয়া ৰকেটখনে পশ্চিম টেক্সাছৰ পৰা পুৱা ৯.৩১ মিনিটত যাত্ৰা আৰম্ভ কৰিছিল৷ মহাকাশত কেটি পেৰিহঁতে প্ৰায় ১১ মিনিট সময় অতিবাহিত কৰে৷ মধ্যাকৰ্ষণ নথকা স্থানত থাকি কেনে লাগে সেই অনুভূতিও তেওঁলোকে লাভ কৰে৷

ব্লু অৰিজিনৰ ৰকেটত যদি অইন কোনোৱেও মহাকাশ ভ্ৰমণ কৰিব খোজে তেন্তে বুকিং কৰাৰ সুবিধা আছে৷ অৱশ্যে ইয়াৰ বাবে আপুনি মোটা অংকৰ ধন খৰচ কৰিব লাগিব৷ সংস্থাৰ ৱেবচাইটত সাম্ভাৱ্য যাত্ৰীৰ নাম, ঠিকনা আৰু জন্ম পত্ৰিকাৰ দৰে মৌলিক তথ্য দি এখন প্ৰপত্ৰ পূৰণ কৰিব লাগিব৷ ইয়াৰোপৰি এক বিভাগ আছে য’ত যাত্ৰীসকলে ৫০০ বা তাতোকৈ কম শব্দত নিজৰ বৰ্ণনা দিব লাগিব৷ বয়স ১৮ বছৰ বা তাতোকৈ বেছি হ’ব লাগিব৷

ব্লু অৰিজিনৰ এই যাত্ৰাৰ সঠিক খৰচ অৱশ্যে এতিয়াও স্পষ্ট নহয়৷ কাৰণ সংস্থাৰ তৰফৰ পৰা এই সন্দৰ্ভত এতিয়াও কোনো তথ্য দিয়া হোৱা নাই৷ নাম নথিভুক্ত কৰা পেজত যাত্ৰীৰ উদ্দেশ্যে লিখা আছে, ‘অৰ্ডাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে ডেৰ লাখ ডলাৰ দিব লাগিব৷ যদি এই যাত্ৰা বাতিল হয় তেন্তে সেই ধন উভতাইয়ো দিয়া হব৷’

দ্যা নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি ২০২১ চনত তেওঁলোকৰ প্ৰথম ক্ৰু ফ্লাইট ব্লু অৰিজিন ২৮ মিলিয়ন ডলাৰলৈকে নিলামত উঠিছিল৷ এছোচিয়েটেড প্ৰেছৰ তথ্য অনুসৰি ব্লু অৰিজিনৰ প্ৰতিযোগী, ভাৰ্জিন গেলেক্টিকে ২০০,০০০ ডলাৰৰ পৰা  ৪৫০,০০০ ডলাৰৰ মাজত ৰাইড অফাৰ কৰিছে৷

কিন্তু সকলোকে মহাকাশ ভ্ৰমণৰ বাবে লাখ লাখ ধন নালাগে৷ ষ্টাৰ তাৰকাসকলক ব্লু অৰিজিনে অতিথি হিচাপে কোনো ধন নোলোৱাকৈয়ে মহাকাশ ভ্ৰমণ কৰোৱাই আহিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

July 19, 2026
মাহেকীয়াৰ সময়ত শাওনৰ সোমবাৰৰ ব্ৰত পালন কৰা উচিত নে অনুচিত?
জীৱনশৈলী

মাহেকীয়াৰ সময়ত শাওনৰ সোমবাৰৰ ব্ৰত পালন কৰা উচিত নে অনুচিত?

July 19, 2026
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

খাদ্য খোৱাৰ পিছত পেট বিষ? সজাগ হওক, অৱহেলা নকৰিব এনে লক্ষণক

July 19, 2026
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!
জীৱনশৈলী

বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

July 19, 2026
Next Post
১৮-১৯ এপ্ৰিলত বিশেষ পৰ্যটন বিকাশ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে মালয়েছিয়ালৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্পৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা! অসমলৈকো আহিব নেকি ভালখবৰ?

১৮-১৯ এপ্ৰিলত বিশেষ পৰ্যটন বিকাশ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে মালয়েছিয়ালৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্পৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা! অসমলৈকো আহিব নেকি ভালখবৰ?

গুৰুবাৰে বিষ্ণুৰ আশীৰ্বাদ এই ৫ৰাশিৰ ওপৰত! মঙ্গলৰ ৰাশি পৰিবৰ্তনত জীৱনলৈ আহিব ধন সুখ

গুৰুবাৰে বিষ্ণুৰ আশীৰ্বাদ এই ৫ৰাশিৰ ওপৰত! মঙ্গলৰ ৰাশি পৰিবৰ্তনত জীৱনলৈ আহিব ধন সুখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.