• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২ হিৰোৰ বিপৰীতে এগৰাকী নবাগত ভিলেইন, চৰিত্ৰ ফুটাই তুলিবলৈ ৪৫ দিনলৈ…

১২ হিৰোৰ বিপৰীতে এগৰাকী নবাগত ভিলেইন, চৰিত্ৰ ফুটাই তুলিবলৈ ৪৫ দিনলৈ…

1 year ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

6 minutes ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

29 minutes ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

47 minutes ago
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

1 hour ago
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

2 hours ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

3 hours ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

4 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

5 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

6 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

7 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

8 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

১২ হিৰোৰ বিপৰীতে এগৰাকী নবাগত ভিলেইন, চৰিত্ৰ ফুটাই তুলিবলৈ ৪৫ দিনলৈ…

editor by editor
April 18, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
১২ হিৰোৰ বিপৰীতে এগৰাকী নবাগত ভিলেইন, চৰিত্ৰ ফুটাই তুলিবলৈ ৪৫ দিনলৈ…
0
SHARES
770
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১২ হিৰোৰ বিপৰীতে এগৰাকী নবাগত ভিলেইন, চৰিত্ৰ ফুটাই তুলিবলৈ ৪৫ দিনলৈ…

এনে বহু চিনেমা বলীউডত নিৰ্মাণ কৰা হয়, যি ছবিৰ কাহিনীতকৈ চৰিত্ৰ বোৰে অধিক আকৰাষণ কৰে দৰ্শকক। চৰিত্ৰবোৰ কাহিনীতকৈ ৰাইজে বেছি ভাল পায়। দৰ্শকৰ মনত ৰৈ যায় সেই বিশেষ চৰিত্ৰ বোৰ।

তেনেই বহু চৰিত্ৰৰ ভিতৰত এক এনে অভিনেতা আছে, যিয়ে পৰ্দাত নিখুঁত দেখাবলৈ বহুত কষ্ট কৰিছিল আৰু মানুহেও তেওঁৰ চৰিত্ৰ বহুত পছন্দ কৰিছিল। কিন্তু ছবিখন মুক্তি পোৱাৰ পিছত অভিনেতাজনৰ অসুবিধাহে বাঢ়ে, চিনেমাৰ চৰিত্ৰ আৰু দিঠকৰ চৰিত্ৰৰ মাজত আকাশ-পাতাল পাৰ্থক্য , কোনেও পিছত চিনি নাপাই অভিনেতাগৰাকীক।

১৯৯৮ চনত ছবিগৃহত মুক্তি পাইছিল ‘চাইনা গেট’ চিনেমা। সেই চিনেমাত অভিনয় কৰিছিল অমৰেশ পুৰী, ওম পুৰী, নাছিৰুদ্দিন শ্বাহ, ডেনি, পৰেশ ৰাৱাল, টিনু আনন্দ, জগদীপ, বিজু খোটে, মমতা কুলকাৰ্ণী আদিৰ দৰে আগশাৰীৰ অভিনেতা।

কিন্তু এই তাৰকা খচিত চবিখনত ভিলেইনৰ চৰিত্ৰ লাভ কৰিছিল এগৰাকী নবাগত অভিনেতাই। অভিনেতা মুকেশ তিৱাৰীয়ে এই চিনেমাৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। যদিও মুকেশৰ বাবে এই ছবি প্ৰথম আছিল, কিন্ত নিজৰ অভিনয় দক্ষতাৰে সকলোৰে মাজত জিলিকি উঠিছিল।

মুকেশে ‘চাইনা গেট’ ছবিখনত জাগিৰাৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন ছবি আজিও মানুহে ভাল পায়। নিজৰ চৰিত্ৰটোক বিশেষ কৰি তুলিবলৈ অভিনেতাজনে ৪৫-৫০ দিন ধৰি গা ধোৱা নাছিল। লগতে দাঢ়ি-চুলিয়ো কটা নাছিল।

যাৰ বাবে অধিক মনোগ্ৰাহী হৈ পৰিছিল জাগিৰাৰ চৰিত্ৰ। সকলোৱে পছন্দ কৰিছিল জাগিৰাক। চিনেমাখনত ইমান ডাঙৰ ডাঙৰ অভিনেতাৰ উপস্থিতিৰ পিছতো মুকেশ তিৱাৰীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। অভিনেতাগৰাকীয়ে এক সাক্ষাৎকাৰত কৈছিল যে, তেওঁ এটা দৃশ্যৰ সময়ত আঘাতপ্ৰাপ্তও হৈছিল।

ইমানেই প্ৰাণ ঢালি কৰিছিল সেই চৰিত্ৰ যে, ছবিখনৰ মুক্তিৰ পাছত কোনো লোকেই চিনি পোৱা নাছিল মুকেশক। যাৰবাবে ২ টা বছৰে ধৰি কামৰ অভাৱত আছিল মুকেশ।

কিন্তু ২ বছৰৰ পাছত কাম পোৱাৰ পাছত আৰু কোনোদিনে পিছলৈ উভতি চাব লগা হোৱা নাই মুকেশ তিৱাৰীয়ে। জাগিৰাৰ পাছত ৰোহিত শ্বেট্টীৰ পৰিচালনাত নিৰ্মিত ছবিত বসুলী ভাইৰ চৰিত্ৰৰে জনপ্ৰিয় হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actorBollywood MovieChina GateJagiraMukesh Tiwari
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

July 5, 2026
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

July 5, 2026
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!
বিনোদন

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

July 5, 2026
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ
বিনোদন

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

July 5, 2026
Next Post
ভাৰতত টেছলাৰ প্ৰৱেশ নিশ্চিত! প্ৰধানমন্ত্ৰী মোদীয়ে ফোনযোগে কথা পাতিলে মাস্কৰ সৈতে

ভাৰতত টেছলাৰ প্ৰৱেশ নিশ্চিত! প্ৰধানমন্ত্ৰী মোদীয়ে ফোনযোগে কথা পাতিলে মাস্কৰ সৈতে

মন্দিৰৰ হাজাৰ কিঃগ্ৰাঃ সোণ গলাই পেলালে তামিলনাডু চৰকাৰে, বেংকত জমা দি সুদৰ পৰাই আয় কৰিছে কোটি কোটি ধন, কি কৰিছে সেই ধনেৰে?

মন্দিৰৰ হাজাৰ কিঃগ্ৰাঃ সোণ গলাই পেলালে তামিলনাডু চৰকাৰে, বেংকত জমা দি সুদৰ পৰাই আয় কৰিছে কোটি কোটি ধন, কি কৰিছে সেই ধনেৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.