• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্ববাসীয়ে নিমখেৰে খাদ্য তৈয়াৰ কৰি থকাৰ সময়তে চীনে নিমখেৰে নিৰ্মাণ কৰিলে পাৰমানৱিক

বিশ্ববাসীয়ে নিমখেৰে খাদ্য তৈয়াৰ কৰি থকাৰ সময়তে চীনে নিমখেৰে নিৰ্মাণ কৰিলে পাৰমানৱিক

1 year ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

18 minutes ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

39 minutes ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

2 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

3 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

3 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

4 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

5 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

6 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

6 hours ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

6 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

7 hours ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিশ্ববাসীয়ে নিমখেৰে খাদ্য তৈয়াৰ কৰি থকাৰ সময়তে চীনে নিমখেৰে নিৰ্মাণ কৰিলে পাৰমানৱিক

editor by editor
April 19, 2025
in বিবিধ, বিশ্ব
0
বিশ্ববাসীয়ে নিমখেৰে খাদ্য তৈয়াৰ কৰি থকাৰ সময়তে চীনে নিমখেৰে নিৰ্মাণ কৰিলে পাৰমানৱিক
0
SHARES
804
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্ববাসীয়ে নিমখেৰে খাদ্য তৈয়াৰ কৰি থকাৰ সময়তে চীনে নিমখেৰে নিৰ্মাণ কৰিলে পাৰমানৱিক

খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে আমি ব্যৱহাৰ কৰো নিমখ। নিমখেই খাদ্যৰ সোৱাদৰ প্ৰধান উপাদান। পাছে এই নিমখেৰে অন্য কিবা কৰিব পাৰি বুলি বিশ্বৰ অন্য প্ৰান্তৰ মানুহে চিন্তা কৰক বা নকৰক, চীনে কিন্তু এই নিমখেৰেই নিৰ্মাণ কৰি উলিয়ালে পাৰমানৱিক। চীনে বিশ্বৰ প্ৰথমটো এনে থ’ৰিয়াম গলিত নিমখৰ পাৰমাণৱিক ৰিয়েক্টৰ নিৰ্মাণ কৰিছে।

য’ত কেৱল বিদ্যুৎ উৎপাদন হোৱাই নহয়, চলি থকাৰ সময়তে নতুন ইন্ধনো যোগাযোগ কৰিব পৰা ব্যৱস্থা আছে। ইয়াৰ অৰ্থ- যাত্ৰা কৰি থকাৰ সময়তে গাড়ীত পেট্ৰ’ল ভৰাব পৰা ব্যৱস্থা। পাৰমাণৱিক প্ৰযুক্তিৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে এনে এক আচহুৱা ব্যৱস্থা সংযোজন হৈছে।

এই ৰিয়েক্টৰটো চীনৰ গ’বি মৰুভূমিৰ প্ৰান্তত অৱস্থিত এটা অঞ্চলত নিৰ্মাণ কৰা হৈছে। ই সৰু কিন্তু শক্তিশালী, ২ মেগাৱাটৰ থাৰ্মেল শক্তি উৎপাদন কৰে। ইয়াত সাধাৰণ পাৰমাণৱিক ৰিয়েক্টৰৰ দৰে নহয় ইউৰেনিয়াম জ্বলি নাযায় বৰঞ্চ থ’ৰিয়াম নামৰ এটা বিশেষ তেজস্ক্রিয় ধাতু জ্বলি যায় যিটো পৃথিৱীত প্রচুৰ পৰিমাণে পোৱা যায় আৰু ই বৰ বিপজ্জনক নহয়৷

এতিয়া এই থ’ৰিয়ামটো নিমখৰ লগত মিহলাই এক বিশেষ ধৰণৰ দ্ৰৱ গঠন কৰা হয় যিয়ে কেৱল ইন্ধন হিচাপে কাম কৰাই নহয়, শীতল প্ৰভাৱো প্ৰদান কৰে। আৰু আমোদজনক কথাটো হ’ল এই ৰিয়েক্টৰটোৱে উচ্চ উষ্ণতাতো অতি শীতলভাৱে কাম কৰে, অৰ্থাৎ ইয়াত বিস্ফোৰণ বা গলি যোৱাৰ আশংকা প্ৰায় নাথাকে।

ইউৰেনিয়ামতকৈ থ’ৰিয়াম বহুত বেছি সুৰক্ষিত। ই বৃহৎ পৰিমাণে উপলব্ধ, আৰু ইয়াৰ পৰা উৎপন্ন হোৱা পাৰমাণৱিক আৱৰ্জনাও বহু কম। লগতে ইয়াৰ পৰা ওলোৱা উপজাত সামগ্ৰীসমূহ পাৰমাণৱিক অস্ত্ৰলৈ ৰূপান্তৰিত কৰিব পাৰি। অৰ্থাৎ চীনে কেৱল নিৰাপদ ৰিয়েক্টৰ নিৰ্মাণ কৰাই নহয়, পৰোক্ষভাৱে শক্তিও বৃদ্ধি কৰিছে।

অৱশ্যে এই প্ৰযুক্তি নতুন নহয়। আমেৰিকাই ১৯৬০ চনত এই বিষয়ে গৱেষণা কৰিছিল। আনকি গলিত নিমখৰ ৰিয়েক্টৰো নিৰ্মাণ কৰা হৈছিল। কিন্তু পিছত আমেৰিকাই এই পদ্ধতি এৰি ইউৰেনিয়ামৰ পথ বাছি লৈছিল।

চীনে এতিয়া আমেৰিকাৰ সেই একেই নথি-পত্ৰৰ সহায়ত পুনৰ ইয়াৰ ওপৰত পৰীক্ষা আৰম্ভ কৰি অৱশেষত এই নিমখৰ পাৰমানৱিকৰ সফলতা লাভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AmericachinaChina Scientistthorium reactor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়
জীৱনশৈলী

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

July 16, 2026
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?
বিনোদন

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

July 16, 2026
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য
ভাৰত

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

July 16, 2026
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

July 16, 2026
Next Post
স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ জীৱনৰ শংকা- বাবা ভাংগাৰ বিশেষ ভৱিষ্যদ্বাণী

স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ জীৱনৰ শংকা- বাবা ভাংগাৰ বিশেষ ভৱিষ্যদ্বাণী

চীনৰ বিৰুদ্ধে পুনৰ কঠোৰ সিদ্ধান্ত ট্ৰাম্পৰ, ৩ বছৰৰ বাবে চীনৰ ওপৰত এই কৰ

চীনৰ বিৰুদ্ধে পুনৰ কঠোৰ সিদ্ধান্ত ট্ৰাম্পৰ, ৩ বছৰৰ বাবে চীনৰ ওপৰত এই কৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.