• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ জীৱনৰ শংকা- বাবা ভাংগাৰ বিশেষ ভৱিষ্যদ্বাণী

স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ জীৱনৰ শংকা- বাবা ভাংগাৰ বিশেষ ভৱিষ্যদ্বাণী

1 year ago
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

3 minutes ago
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

31 minutes ago
সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

1 hour ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

2 hours ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

17 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

17 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

17 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

18 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

19 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

20 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

21 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ জীৱনৰ শংকা- বাবা ভাংগাৰ বিশেষ ভৱিষ্যদ্বাণী

editor by editor
April 19, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ জীৱনৰ শংকা- বাবা ভাংগাৰ বিশেষ ভৱিষ্যদ্বাণী
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ জীৱনৰ শংকা- বাবা ভাংগাৰ বিশেষ ভৱিষ্যদ্বাণী

আজিৰ সময়ত প্ৰায়ভাগ মানুহেই স্মাৰ্টফোনত ইমানেই ব্যস্ত যে ফোনটোৰ ফলত হোৱা ক্ষতিৰ বিষয়েও অৱগত নহয়। কিন্তু বিখ্যাত ভৱিষ্যদ্বাণী বাবা ভাংগাৰ এক ভয়ংকৰ ভৱিষ্যদ্বাণীয়ে মানুহক চিন্তা কৰিবলৈ বাধ্য কৰাইছে।

বাবা ভাংগাই কৈছিল যে যদি কোনো ব্যক্তিয়ে মোবাইল ফোন অতিমাত্ৰা ব্যৱহাৰ কৰি থাকে তেন্তে ইয়াৰ প্ৰভাৱ কেৱল শাৰীৰিক নহয় মানসিক আৰু আৱেগিক ভাবেও হ’ব। বাবা ভংগাই বিশ্বাস কৰিছিল যে প্ৰযুক্তিৰ অত্যধিক ব্যৱহাৰৰ বাবে মানুহে পাৰস্পৰিক সম্পৰ্কৰ গুৰুত্ব পাহৰি যাব।

স্মাৰ্টফোনৰ নিচাই ইমানেই আগুৰি ধৰিব যে মানুহে আৱেগ আৰু বাস্তৱ জীৱনৰ পৰা বহু দূৰৈত থাকিব। ইয়াৰ বাহিৰেও বাবাই কৈছিল যে মানুহ ৰবটৰ দৰে হ’ব, কেৱল মেচিনেই হৈ পৰিব জীৱন আৰু ইয়াৰ ফলত মানুহৰ মানসিক ভাৰসাম্য কিমানখিনি অৱনতি ঘটিব সেই কথাও উপলব্ধি কৰিব নোৱাৰিব।

উল্লেখ্য যে বাবা ভাঙাৰ এই ভৱিষ্যদ্বাণী আজিৰ প্ৰজন্মৰ লগত একেবাৰে মিলি যায় যিয়ে ঘণ্টাৰ পিছত ঘণ্টা ধৰি পৰ্দাত স্ক্ৰল কৰি নিজৰ বহুমূলীয়া সময় নষ্ট কৰি আছে।

আজিৰ দ্ৰুতগতিত চলি থকা জীৱনত স্মাৰ্টফোন নিশ্চিতভাৱে মানুহৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে যদিও বহুতে এতিয়া নিজৰ স্ক্ৰীণ টাইম নিয়ন্ত্ৰণ কৰিব পৰা নাই। গৱেষণাৰ পৰা দেখা গৈছে যে বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত স্মাৰ্টফোনৰ নিচাই টোপনি, মানসিক চাপ আৰু কিবা এটাত মনোনিৱেশ কৰাৰ ক্ষমতাত যথেষ্ট প্ৰভাৱ পেলাইছে। অহৰহ নটিফিকেচন, এপ আৰু ছ’চিয়েল মিডিয়াৰ আকৰ্ষণে মানুহক বাস্তৱৰ পৰা আঁতৰাই লৈ গৈছে। ইয়াৰ বাবে মানুহৰ মাজত সম্পৰ্ক দুৰ্বল হৈ পৰাৰ লগতে মানসিক সমস্যা বাঢ়িছে।

বিশেষজ্ঞসকলৰ মতে ম’বাইলৰ অত্যধিক ব্যৱহাৰে উদ্বেগ, হতাশা আৰু নিসংগতাৰ দৰে মানসিক সমস্যাৰ সৃষ্টি কৰিছে। মোবাইলৰ পৰা নিৰ্গত নীলা পোহৰৰ বাবেও মানুহৰ টোপনিৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে আৰু ছ’চিয়েল মিডিয়াত দেখা পোৱা আড়ম্বৰপূৰ্ণ জীৱনেও আত্মসন্মানত প্ৰভাৱ পেলায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baba BhangaFuturefuture predictSmart Phone
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ
জীৱনশৈলী

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

July 2, 2026
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য
ভাৰত

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

July 2, 2026
সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য
বিশ্ব

সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

July 2, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

July 2, 2026
Next Post
চীনৰ বিৰুদ্ধে পুনৰ কঠোৰ সিদ্ধান্ত ট্ৰাম্পৰ, ৩ বছৰৰ বাবে চীনৰ ওপৰত এই কৰ

চীনৰ বিৰুদ্ধে পুনৰ কঠোৰ সিদ্ধান্ত ট্ৰাম্পৰ, ৩ বছৰৰ বাবে চীনৰ ওপৰত এই কৰ

বিপদত নেকি শিশুৰ সুৰক্ষা, চৰকাৰে নিষিদ্ধ কৰিলে কাহৰ এই কেইবিধ ঔষধ

বিপদত নেকি শিশুৰ সুৰক্ষা, চৰকাৰে নিষিদ্ধ কৰিলে কাহৰ এই কেইবিধ ঔষধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.