• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধকালীন সময়ৰ বাবে প্ৰস্তুত হৈছে ভাৰত! এয়াৰ ৰেইড ছাইৰেন, নাগৰিকক ট্ৰেইনিং, বুধবাৰে দেশজুৰি হ’ব যুদ্ধৰ অনুশীলন

যুদ্ধকালীন সময়ৰ বাবে প্ৰস্তুত হৈছে ভাৰত! এয়াৰ ৰেইড ছাইৰেন, নাগৰিকক ট্ৰেইনিং, বুধবাৰে দেশজুৰি হ’ব যুদ্ধৰ অনুশীলন

1 year ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

25 minutes ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

54 minutes ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

1 hour ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

2 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

3 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

17 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

18 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

18 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

18 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

20 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

20 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যুদ্ধকালীন সময়ৰ বাবে প্ৰস্তুত হৈছে ভাৰত! এয়াৰ ৰেইড ছাইৰেন, নাগৰিকক ট্ৰেইনিং, বুধবাৰে দেশজুৰি হ’ব যুদ্ধৰ অনুশীলন

যুদ্ধকালীন সময়ৰ বাবে প্ৰস্তুত হৈছে ভাৰত! এয়াৰ ৰেইড ছাইৰেন, নাগৰিকক ট্ৰেইনিং, বুধবাৰে দেশজুৰি হ’ব যুদ্ধৰ অনুশীলন

editor by editor
May 5, 2025
in জীৱনশৈলী
0
যুদ্ধকালীন সময়ৰ বাবে প্ৰস্তুত হৈছে ভাৰত! এয়াৰ ৰেইড ছাইৰেন, নাগৰিকক ট্ৰেইনিং, বুধবাৰে দেশজুৰি হ’ব যুদ্ধৰ অনুশীলন
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাজিব এয়াৰ ছাইৰেন৷ জাৰি কৰা হ’ব ব্লেকআউট৷ নাগৰিকসকলৰ নিৰাপদ এলেকালৈ লৈ যোৱা হব৷ বুধবাৰে অৰ্থাৎ ৭ মেত সমগ্ৰ দেশজুৰি চলিব যুদ্ধকালীন অনুশীলন৷ সোমবাৰে কেইবাখনো ৰাজ্যক ৭ মেৰ নাগৰিক প্ৰতিৰক্ষাৰ বাবে মক ড্ৰিল বা ছদ্ম অনুশীলন পৰিচালনা কৰাৰ নিৰ্দেশ দিছে গৃহমন্ত্ৰণালয়ে৷

সাম্ভাৱ্য আক্ৰমণৰ বিৰুদ্ধে প্ৰস্তুতি

২২ এপ্ৰিলত পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰে পৰাই ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা ক্ৰমে বাঢ়ি গৈছে৷ এই অস্থিৰ প্ৰেক্ষাপটত সাম্ভাৱ্য আক্ৰমণৰ বিৰুদ্ধে প্ৰস্তুতি জোৰদাৰ কৰাৰ লক্ষ্যৰেই এই মকড্ৰিল পৰিচালনা কৰাৰ নিৰ্দেশ দিয়া হৈছে বুলি জনাইছে গৃহমন্ত্ৰণালয়ে৷

কি কি কৰিব লাগিব?

গৃহমন্ত্ৰণালয়ে ৭ মে ৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ উদ্যোগ গ্ৰহণ কৰিছে৷ ইয়াৰ মাজত আছে-

এয়াৰ চাইৰেনঃ আকাশীপথেৰে আক্ৰমণ হ’লে অসামৰিক নাগৰিকসকলক অবিলম্বে সতৰ্ক কৰাৰ বাবে এয়াৰ ছাইৰেন বজোৱা হয়৷ গৃহমন্ত্ৰণালয়ে সেয়ে অনুশীলনত এয়াৰ ছাইৰেন বজোৱাৰ নিৰ্দেশ দিছে৷

অসামৰিক প্ৰশিক্ষণঃ যুদ্ধ হ’লে অসামৰিক ব্যক্তি আৰু শিক্ষাৰ্থীসকলে কেনেকৈ প্ৰতিৰক্ষামূলক ব্যৱস্থা ল’ব সেই সম্পৰ্কে তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ নিৰ্দেশ দিয়া হৈছে৷
ব্লেকআউট প্ৰটকলঃ আকাশীপথেৰে সাম্ভাৱ্য আক্ৰমণৰ সময়ত দৃশ্যমানতা কমাবলৈ ব্লেকআউট, অৰ্থাৎ সকলো পোহৰ নুমুৱাই দিয়া হয়৷ এই অনুশীলনো কৰিবলৈ কোৱা হৈছে৷

গুৰুত্বপূৰ্ণ স্থানসমূহ কেমোফ্লেজঃ আকাশীপথেৰে নজৰদাৰী আৰু আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ গুৰুত্বপূৰ্ণ পৰিকাঠামোসমূহক ৰক্ষা কৰিবলৈ সেইসমূহক কেমোফ্লেজ কৰি ঢাকি দিবলৈ কোৱা হৈছে৷

নিৰাপদ স্থানত ৰখাঃ জৰুৰী অৱস্থাৰ সময়ত দ্ৰুত আৰু সুশৃংখলভাৱে অসামৰিক নাগৰিকসকলক নিৰাপদ স্থানলৈ লৈ যোৱাৰ ব্যৱস্থাপনাৰ অনুশীলনো কৰিব দিয়া হৈছে৷

যুদ্ধকালীন সময়ৰ বাবে প্ৰস্তুত হৈছে ভাৰত

পহেলগাম আক্ৰমণৰ পাছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা ক্ৰমশ বৃদ্ধি পাইছে৷ দুই দেশৰ এখন দেশে আনখন দেশৰ বিৰুদ্ধে একাধিক কূটনৈতিক পদক্ষেপ লৈছে৷ দুই দেশেই সামৰিক প্ৰস্তুতি বঢ়াইছে৷ এই অনিশ্চিত পৰিস্থিতিত ভাৰত জুৰি নাগৰিকসকলক যুদ্ধকালীন সময়ৰ বাবে প্ৰস্তুত হ’বলৈ আহ্বান জনাইছে গৃহমন্ত্ৰণালয়ে৷ এই মকড্ৰিল দেশৰ প্ৰত্যাঘাত কৌশলৰ এক গুৰুত্বপূৰ্ণ অংশ বুলিও জনাইছে গৃহমন্ত্ৰণালয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

September 23, 2026
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ
জীৱনশৈলী

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

September 22, 2026
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু
ভাৰত

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

September 22, 2026
Next Post
বিশ্বৰ সকলোতকৈ কুখ্যাত কাৰাগাৰক লৈ ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ, ৬২ বছৰৰ পাছত আকৌ মুকলি হ’ল আলকাট্ৰাজ কাৰাগাৰ

বিশ্বৰ সকলোতকৈ কুখ্যাত কাৰাগাৰক লৈ ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ, ৬২ বছৰৰ পাছত আকৌ মুকলি হ’ল আলকাট্ৰাজ কাৰাগাৰ

আনন্দৰ মুহূৰ্তবোৰত হঠাৎ নামি আহিল বিষাদ, গাত হালধি ঘঁহাৰ পাছতেই হাৰ্ট এটেকত কইনাৰ মৃত্যু

আনন্দৰ মুহূৰ্তবোৰত হঠাৎ নামি আহিল বিষাদ, গাত হালধি ঘঁহাৰ পাছতেই হাৰ্ট এটেকত কইনাৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.