• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্ণেল ছোফিয়া কুৰেচী – উইংগ কমাণ্ডাৰ ভূমিকা সিং, ২১ মিনিটতে পাকিস্তানৰ নিদ্ৰা কাঢ়ে এই দুই মহিলাই

কৰ্ণেল ছোফিয়া কুৰেচী – উইংগ কমাণ্ডাৰ ভূমিকা সিং, ২১ মিনিটতে পাকিস্তানৰ নিদ্ৰা কাঢ়ে এই দুই মহিলাই

1 year ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

25 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

2 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

3 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

6 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

6 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

7 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

8 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

8 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

9 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

9 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কৰ্ণেল ছোফিয়া কুৰেচী – উইংগ কমাণ্ডাৰ ভূমিকা সিং, ২১ মিনিটতে পাকিস্তানৰ নিদ্ৰা কাঢ়ে এই দুই মহিলাই

editor by editor
May 7, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কৰ্ণেল ছোফিয়া কুৰেচী – উইংগ কমাণ্ডাৰ ভূমিকা সিং, ২১ মিনিটতে পাকিস্তানৰ নিদ্ৰা কাঢ়ে এই দুই মহিলাই
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্ণেল ছোফিয়া কুৰেচী – উইংগ কমাণ্ডাৰ ভূমিকা সিং, ২১ মিনিটতে পাকিস্তানৰ নিদ্ৰা কাঢ়ে এই দুই মহিলাই

ধৰ্মৰ নামত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতীয়ৰ ওপৰত চলোৱা হত্যাকাণ্ডৰ পাছত ভাৰতে ল’লে প্ৰথমটো প্ৰতিশোধ। ২২ এপ্ৰিলৰ ঘটনাৰ ১৫ দিনৰ পাছত ভাৰতে ৭ মে’ৰ মাজনিশা অতৰ্কিতে আক্ৰমণ কৰি পাকিস্তানৰ নিদ্ৰা কাঢ়ে। এই আক্ৰমণত নিহত হয় ১০০ৰো অধিক সন্ত্ৰাসবাদী।

এই আক্ৰমণৰ পাছতে বুধবাৰে দিনৰ ১০.৩০ বজাত ভাৰতীয় সেনাই সংবাদ মাধ্যম সম্বোধন কৰি এই এয়াৰ ষ্ট্ৰাইকৰ বিষয়ে সবিশেষ সদৰি কৰে। মাজ নিশা ১.০৫ বজাৰ পৰা ১.৩০ বজাৰ ভিতৰত মাথো ২১ মিনিটতে পাকিস্তানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে ভাৰতীয় সেনাই।

এই সংবাদ মাধ্যম সম্বোধন বিক্ৰম মিশ্ৰীৰ লগতে ভাৰতীয় সেনাৰ দুগৰাকী মহিলা সেনা উপস্থিত থাকে। এই আক্ৰমণৰ পিছত মূল শক্তি হিচাপে থাকি এই দুই মহিলা সেনা প্ৰধানে টোপনি কাঢ়িলে পাকিস্তানৰ। এই দুই মহিলা সেনা প্ৰধান হৈছে ভাৰতীয় স্থল সেনাৰ কৰ্ণেল ছোফিয়া কুৰেচী আৰু বায়ু সেনাৰ উইংগ কমাণ্ডাৰ ভূমিকা সিং।

এই সংবাদ মেলত কৰ্ণেল ছোফিয়া কুৰেশ্বীয়ে কয় যে এই অভিযান সন্দৰ্ভত সম্পূৰ্ণ তথ্য দিয়া হৈছে। তেওঁ কয় যে মাজনিশা ১:০৫ বজাত পাকিস্তানক আক্ৰমণ কৰা হয়। এই অভিযানত ৯ টা স্থানত আক্ৰমণ কৰা হয়। মাজনিশা ১.০৫ বজাৰ পৰা ১.৩০ বজালৈ চলিছিল এই অভিযান। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত লক্ষ্য কৰি আক্ৰমণ কৰা হয়। আমি জয়ছ আৰু লস্কৰৰ শিবিৰক লক্ষ্য কৰি লৈছিলো। ২১ টা টাৰ্গেটত ৯ টা স্থানত আক্ৰমণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indian armyIndian WomenWomen ArmyWomen Power
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে
বিনোদন

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

October 7, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
Next Post
ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত নিঃশেষ জয়ছ-ই-মহম্মদৰ মূৰব্বী মাছুদ আজহাৰৰ পৰিয়াল

ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত নিঃশেষ জয়ছ-ই-মহম্মদৰ মূৰব্বী মাছুদ আজহাৰৰ পৰিয়াল

আত্মঘাতী ড্ৰোন কিমান ভয়ংকৰ, যিয়ে পাকিস্তানত চলালে আক্ৰমণ

আত্মঘাতী ড্ৰোন কিমান ভয়ংকৰ, যিয়ে পাকিস্তানত চলালে আক্ৰমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.