• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত নিঃশেষ জয়ছ-ই-মহম্মদৰ মূৰব্বী মাছুদ আজহাৰৰ পৰিয়াল

ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত নিঃশেষ জয়ছ-ই-মহম্মদৰ মূৰব্বী মাছুদ আজহাৰৰ পৰিয়াল

2 years ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

গ্ৰহ-নক্ষত্ৰৰ শুভ প্ৰভাৱত জিলিকিব এই ৩ ৰাশিৰ ভাগ্য! কৰ্মক্ষেত্ৰৰ পৰা আৰ্থিক দিশলৈ আহিব সুখবৰ?

58 minutes ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

ভাগ্যই দেখুৱাব খেল, সলনি হ’ব ৫ ৰাশিৰ জীৱন! জানক দৈনিক ৰাশিফল

1 hour ago
‘মই হয়তো জীৱিত অৱস্থাত ঘূৰি নাহিম’- আদলতলৈ কাতৰ অনুৰোধ ইমৰান খানৰ

‘মই হয়তো জীৱিত অৱস্থাত ঘূৰি নাহিম’- আদলতলৈ কাতৰ অনুৰোধ ইমৰান খানৰ

9 hours ago
সূৰ্যাস্তৰ পিছত নিকিনিব এই ৫ বিধ সামগ্ৰী!

সূৰ্যাস্তৰ পিছত নিকিনিব এই ৫ বিধ সামগ্ৰী!

10 hours ago
দুলীয়াজানৰ ট্ৰিপল মা*ৰ্ডাৰ ঘটনাৰ নতুন মোৰ, হ*ত্যাকাণ্ডত জড়িত কোন?

দুলীয়াজানৰ ট্ৰিপল মা*ৰ্ডাৰ ঘটনাৰ নতুন মোৰ, হ*ত্যাকাণ্ডত জড়িত কোন?

10 hours ago
এই ৩ ৰাশিয়ে সন্মুখীন হ’ব পাৰে বেয়া সময়ৰ…

এই ৩ ৰাশিয়ে সন্মুখীন হ’ব পাৰে বেয়া সময়ৰ…

11 hours ago
অন্য পুৰুষেৰে আপত্তিজনক অৱস্থাত পত্নী! অগ্নিশৰ্মা স্বামীয়ে কৰিলে এই কাম

অন্য পুৰুষেৰে আপত্তিজনক অৱস্থাত পত্নী! অগ্নিশৰ্মা স্বামীয়ে কৰিলে এই কাম

11 hours ago
অক্টোবৰ বিপ্লৱ!

অক্টোবৰ বিপ্লৱ!

11 hours ago
বিলাস INNৰ ঘটনাৰ পুনৰাবৃত্তি! দুলীয়াজানত শেষ হৈ গ’ল এটা পৰিয়াল

বিলাস INNৰ ঘটনাৰ পুনৰাবৃত্তি! দুলীয়াজানত শেষ হৈ গ’ল এটা পৰিয়াল

12 hours ago
পিকনিকলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? পিকনিকক লৈ কঠোৰ নিৰ্দেশনা

পিকনিকলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? পিকনিকক লৈ কঠোৰ নিৰ্দেশনা

13 hours ago
এইবাৰ চীনৰ আন এক চমক, মাত্ৰ ৭৯০ টকাতেই যাত্ৰা কৰিব পাৰিব বিমানত!

এইবাৰ চীনৰ আন এক চমক, মাত্ৰ ৭৯০ টকাতেই যাত্ৰা কৰিব পাৰিব বিমানত!

14 hours ago
প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই ছাত্ৰীক ভয়ংকৰ আক্ৰমণ

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই ছাত্ৰীক ভয়ংকৰ আক্ৰমণ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত নিঃশেষ জয়ছ-ই-মহম্মদৰ মূৰব্বী মাছুদ আজহাৰৰ পৰিয়াল

editor by editor
May 7, 2025
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত নিঃশেষ জয়ছ-ই-মহম্মদৰ মূৰব্বী মাছুদ আজহাৰৰ পৰিয়াল
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত নিঃশেষ জয়ছ-ই-মহম্মদৰ মূৰব্বী মাছুদ আজহাৰৰ পৰিয়াল

ভাৰতৰ অতৰ্কীতে কৰা এয়াৰ ষ্ট্ৰাইকত নিঃশেষ হৈছে মাছুদ আজহাৰৰ সমগ্ৰ পৰিয়াল। পাকিস্তানী সংবাদ মাধ্যমৰ মতে, বুধবাৰে পুৱতি নিশা ভাৰতীয় বায়ুসেনাই জয়ছ-ই-মহম্মদৰ মুখ্য সন্ত্ৰাসবাদী মৌলানা মাছুদ আজহাৰৰ ঘৰত আক্ৰমণ চলায়।

এই আক্ৰমণত মাছুদ আজহাৰৰ পৰিয়ালৰ লগতে ১৪টা সন্ত্ৰাসবাদী নিহত হয়। অৱশ্যে মাছুদ আজহাৰে মাত্ৰ ১০ জনৰ মৃত্যুৰ কথা স্বীকাৰ কৰিছে।

প্ৰতিবেদন অনুসৰি ভাৰতীয় সেনাই পুৱা প্ৰায় ১.৩০ বজাত ভাৰতীয় সীমান্তৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বাহাবলপুৰৰ মাছুদ আজহাৰৰ ঘৰত আক্ৰমণ চলায়।

এই আক্ৰমণত মাছুদৰ আত্মগোপন স্থানত বোমা নিক্ষেপ কৰা হয়, য’ত তেওঁৰ সমগ্ৰ পৰিয়াল সেই সময়ত গভীৰ নিদ্ৰাত আছিল।

প্ৰতিবেদনত কোৱা হৈছে যে বোমাটো পৰি যোৱাৰ লগে লগে পৰিয়ালটোৰ ১৪ জন সদস্যৰ মৃত্যু হয়। অৱশ্যে আক্ৰমণৰ সময়ত ঘৰত উপস্থিত নাছিল মাছুদ আজহাৰ।

পাকিস্তানী সংবাদ মাধ্যমৰ মতে, আক্ৰমণৰ সময়ত মাছুদ আজহাৰৰ জ্যেষ্ঠ ভগ্নী, মৌলানা কাছাফৰ সমগ্ৰ পৰিয়াল, মুফতি আব্দুল ৰাউফৰ নাতি, জ্যেষ্ঠ কন্যা শ্বহীদ বাজী সাদিয়াই স্বামী আৰু চাৰিটা সন্তানৰ সৈতে ঘৰটোত শুই আছিল।

এই আক্ৰমণত ১৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কিছু লোক আহত হৈছে। এই আক্ৰমণৰ পিছত মাছুদ আজহাৰে নিজৰ বিবৃতি প্ৰকাশ কৰিছে। মাছুদে কয় যে ঘৰৰ ১০ জন লোকৰ মৃত্যু এতিয়ালৈকে নিশ্চিত হৈছে। যাৰ ভিতৰত আজহাৰৰ পত্নীৰ লগতে ৩ সন্তান নিহত।

মাছুদৰ মতে, এই আক্ৰমণত ৫টা শিশু নিহত হৈছে। একাংশ মহিলাৰো মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ উপৰিও মাছুদৰ ভাতৃৰো মৃত্যু হোৱাৰ খবৰ সদৰি

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India Air StrikeIndia AttackMasud Ajaur
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই হয়তো জীৱিত অৱস্থাত ঘূৰি নাহিম’- আদলতলৈ কাতৰ অনুৰোধ ইমৰান খানৰ
ৰাজনীতি

‘মই হয়তো জীৱিত অৱস্থাত ঘূৰি নাহিম’- আদলতলৈ কাতৰ অনুৰোধ ইমৰান খানৰ

November 17, 2026
অন্য পুৰুষেৰে আপত্তিজনক অৱস্থাত পত্নী! অগ্নিশৰ্মা স্বামীয়ে কৰিলে এই কাম
অপৰাধ

অন্য পুৰুষেৰে আপত্তিজনক অৱস্থাত পত্নী! অগ্নিশৰ্মা স্বামীয়ে কৰিলে এই কাম

November 16, 2026
এইবাৰ চীনৰ আন এক চমক, মাত্ৰ ৭৯০ টকাতেই যাত্ৰা কৰিব পাৰিব বিমানত!
প্ৰযুক্তি

এইবাৰ চীনৰ আন এক চমক, মাত্ৰ ৭৯০ টকাতেই যাত্ৰা কৰিব পাৰিব বিমানত!

November 16, 2026
এমাহৰ ভিতৰত ৪ বাৰকৈ সৰ্প দংশনৰ চিকাৰ হৈও সম্পূৰ্ণ সুস্থ কিশোৰী!
জীৱনশৈলী

এমাহৰ ভিতৰত ৪ বাৰকৈ সৰ্প দংশনৰ চিকাৰ হৈও সম্পূৰ্ণ সুস্থ কিশোৰী!

November 16, 2026
Next Post
আত্মঘাতী ড্ৰোন কিমান ভয়ংকৰ, যিয়ে পাকিস্তানত চলালে আক্ৰমণ

আত্মঘাতী ড্ৰোন কিমান ভয়ংকৰ, যিয়ে পাকিস্তানত চলালে আক্ৰমণ

‘ভাৰতৰ আত্মৰক্ষাৰ অধিকাৰক সমৰ্থন কৰিছো!’ কোন দেশে ভাৰতক দিছে মুকলি সমৰ্থন? কি প্ৰতিক্ৰিয়া আমেৰিকা, চীনৰ?

‘ভাৰতৰ আত্মৰক্ষাৰ অধিকাৰক সমৰ্থন কৰিছো!’ কোন দেশে ভাৰতক দিছে মুকলি সমৰ্থন? কি প্ৰতিক্ৰিয়া আমেৰিকা, চীনৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.