• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আত্মঘাতী ড্ৰোন কিমান ভয়ংকৰ, যিয়ে পাকিস্তানত চলালে আক্ৰমণ

আত্মঘাতী ড্ৰোন কিমান ভয়ংকৰ, যিয়ে পাকিস্তানত চলালে আক্ৰমণ

1 year ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

16 minutes ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

52 minutes ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

1 hour ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

2 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

3 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

3 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

3 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

4 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

6 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

7 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

7 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আত্মঘাতী ড্ৰোন কিমান ভয়ংকৰ, যিয়ে পাকিস্তানত চলালে আক্ৰমণ

editor by editor
May 7, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
আত্মঘাতী ড্ৰোন কিমান ভয়ংকৰ, যিয়ে পাকিস্তানত চলালে আক্ৰমণ
0
SHARES
914
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আত্মঘাতী ড্ৰোন কিমান ভয়ংকৰ, যিয়ে পাকিস্তানত চলালে আক্ৰমণ

মঙলবাৰে গভীৰ নিশা ভাৰতে পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলায়। ইয়াৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ভাৰতে এই আক্ৰমণৰ নাম ৰাখে অপাৰেচন সিন্দূৰ।

সংবাদ মাধ্যমৰ বাতৰিয়ে দাবী কৰিছে যে ভাৰতৰ বিমান আক্ৰমণত বিশেষকৈ ব্যৱহাৰ কৰা হৈছিল আত্মঘাতী ড্ৰোন। এই ড্ৰোণক কামিকাজে ড্ৰোন আৰু এল এম এছ (Loitering Munition Systems) বুলিও কোৱা হয়।

এই আত্মঘাতী ড্ৰোন ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধতো কেইবাবাৰো ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ বহু ছবিও ভাইৰেল হৈ পৰিছিল। ইয়াক গেম ছেঞ্জাৰ বুলিও কোৱা হয়।

এইবোৰ সাধাৰণতে দেখা পোৱা ড্ৰ’নবোৰৰ পৰা পৃথক। এইবোৰ বিশেষভাৱে শত্ৰুৰ ওপৰত আক্ৰমণৰ বাবে ডিজাইন কৰা হৈছে। এই ড্ৰোণে অস্ত্ৰ লৈ শত্ৰুৰ স্থানত উপনীত হয় আৰু লক্ষ্য নিৰ্ধাৰণ নোহোৱালৈকে ঘূৰি থাকে। আৰু যেতিয়া শত্ৰুৰ লক্ষ্য নিৰ্ধাৰণ হয় , তেতিয়া ই তাতেই বিস্ফোৰণ ঘটায়।

এবাৰ এই ড্ৰোণ এৰি দিয়াৰ পিছত নিয়ন্ত্ৰণকাৰীয়ে ড্ৰোণখন ডাইভাৰ্ট কৰিব পাৰে বা আনকি বাতিলো কৰিব পৰা ব্যৱস্থা আছে।

আত্মঘাতী বিস্ফোৰক কঢ়িয়াই নিয়া আৰু লক্ষ্যত উপনীত হোৱাৰ পিছত বিস্ফোৰণ হোৱাৰ বাবেই এই ড্ৰোন আত্মঘাতী তথা ছুইচাইড ড্ৰোণ নামেৰে জনা যায়। ক্ৰুজ মিছাইলৰ দৰেই এইবোৰেও শ শ কিলোমিটাৰ দূৰৰ লক্ষ্যত আঘাত কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Operation SindoorSuicide Drone
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!
জীৱনশৈলী

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

July 11, 2026
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

July 11, 2026
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি
বিশ্ব

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

July 11, 2026
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

July 11, 2026
Next Post
‘ভাৰতৰ আত্মৰক্ষাৰ অধিকাৰক সমৰ্থন কৰিছো!’ কোন দেশে ভাৰতক দিছে মুকলি সমৰ্থন? কি প্ৰতিক্ৰিয়া আমেৰিকা, চীনৰ?

‘ভাৰতৰ আত্মৰক্ষাৰ অধিকাৰক সমৰ্থন কৰিছো!’ কোন দেশে ভাৰতক দিছে মুকলি সমৰ্থন? কি প্ৰতিক্ৰিয়া আমেৰিকা, চীনৰ?

বুধবাৰে বুধৰ গোচৰ, ভয়ংকৰ শক্তি বাঢ়িব গ্ৰহৰাজৰ কৃপাত, এই ৪ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

বুধবাৰে বুধৰ গোচৰ, ভয়ংকৰ শক্তি বাঢ়িব গ্ৰহৰাজৰ কৃপাত, এই ৪ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.