• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পানীৰ তলত এই ব্ৰহ্মাস্ত্ৰ ফাটিলেই আহিব ছুনামী, মাত্ৰ দুখন দেশৰ হাতত আছে এই মাৰণাস্ত্ৰ

পানীৰ তলত এই ব্ৰহ্মাস্ত্ৰ ফাটিলেই আহিব ছুনামী, মাত্ৰ দুখন দেশৰ হাতত আছে এই মাৰণাস্ত্ৰ

11 months ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

4 minutes ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

32 minutes ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

44 minutes ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

2 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

2 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

3 hours ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

3 hours ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

3 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

4 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

4 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

4 hours ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পানীৰ তলত এই ব্ৰহ্মাস্ত্ৰ ফাটিলেই আহিব ছুনামী, মাত্ৰ দুখন দেশৰ হাতত আছে এই মাৰণাস্ত্ৰ

পানীৰ তলত এই ব্ৰহ্মাস্ত্ৰ ফাটিলেই আহিব ছুনামী, মাত্ৰ দুখন দেশৰ হাতত আছে এই মাৰণাস্ত্ৰ

editor by editor
May 12, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
পানীৰ তলত এই ব্ৰহ্মাস্ত্ৰ ফাটিলেই আহিব ছুনামী, মাত্ৰ দুখন দেশৰ হাতত আছে এই মাৰণাস্ত্ৰ
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই প্ৰত্যাঘাত কৰিছে ভাৰতে৷ ওলোটাই পাকিস্তানৰ আক্ৰমণ সফলভাৱে প্ৰতিহত কৰিছে ভাৰতীয় সেনাবাহিনীয়ে৷ ইয়াৰপাছতেই সেনাবাহিনীৰ অস্ত্ৰৰ সমাহাৰক লৈ আলোচনা আৰম্ভ হৈছে৷ বৰ্তমান বিশ্বৰ মাত্ৰ দুখন দেশৰ হাতত আছে এনে অস্ত্ৰ যি অস্ত্ৰ সমুদ্ৰৰ তলত বিস্ফোৰণ হ’লে ছুনামীও আহিব পাৰে৷ সেই দেশৰ ভিতৰত এখন দেশ ভাৰতৰ খুবেই ভাল বন্ধু৷

ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধু ৰাছিয়াৰ ওচৰত আছে পাৰমাণৱিক শক্তিচালিত স্বয়ংক্ৰিয় টাৰ্পেড৷ যাৰ নাম পছাইডন৷ ২০১৫ চনত ৰাছিয়াৰ বিভিন্ন সংবাদমাধ্যমত এই খবৰ প্ৰকাশ হৈছিল৷ তাতেই ইয়াক ষ্টেটাছ-৬ ৱাছিয়ানিক মাল্টিপাৰপাছ চিষ্টেম হিচাপে বৰ্ণনা কৰা হৈছিল৷

মূলত পছাইডন পানীৰ তলত চলিবলৈ সক্ষম হোৱা এটা ড্ৰোণ৷ যি পাৰমাণৱিক অস্ত্ৰ বহন কৰাত সক্ষম৷ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনৰ ২০১৮ চনত ৬টা নতুন ছুপাৰ ৱেপনৰ মাজত এটা হিচাপে এই অস্ত্ৰই আত্মপ্ৰকাশ কৰিছিল৷ ২০২২ চনৰ মে মাহত এজন ৰাছিয়ান টেলিভিছন সাংবাদিকে দাবী কৰিছিল, এই অস্ত্ৰ ব্যৱহাৰ কৰি ৫০০ মিটাৰ ওখলৈকে তেজস্ক্ৰিয় ছুনামীৰ মাধ্যমেৰে ইংলেণ্ডক ডুবাই দিব পৰা যাব৷

পছাইডন এবিধ আন্তঃমহাদেশীয় পাৰমাণৱিক শক্তিচালিত স্বয়ংক্ৰিয় টৰ্পেডো৷ এই অস্ত্ৰৰ গতি অনান্য সমসাময়িক ক্ষেপণাস্ত্ৰৰ তুলনাত কম৷ কিন্তু এবাৰ নিক্ষেপ কৰিলেই ইয়াক ৰখোৱা অতি কঠিন৷ ই  ১০,০০০ কিঃমিঃ দূৰ আৰু ১০০০ মিটাৰ তলত কাম কৰিবলৈ সক্ষম৷ পছাইডনে দুই মেগাটন পাৰমাণৱিক অস্ত্ৰ বহন কৰিব পাৰে আৰু ইয়াৰ বিস্ফোৰণে তেজস্ক্ৰিয় ছুনামীও আনিব পাৰে৷

২০২৪ চনৰ জানুৱাৰী মাহত উত্তৰ কোৰিয়াই জাপান সাগৰৰ হেল-৫-২৩ নামৰ এটা ড্ৰোণৰ পৰীক্ষা কৰিছে৷ ২০২৩ চনত ইয়াৰ প্ৰাথমিক পৰীক্ষা সম্পূৰ্ণ হৈছিল৷ এই ড্ৰোণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক ক্ষমতাৰ নতুন অগ্ৰগতিৰ প্ৰতিফলন৷ মাৰ্কিন যুক্তৰাষ্ট্ৰ, দক্ষিণ কোৰিয়া আৰু জাপানৰ যৌথ সামৰিক যুদ্ধৰ প্ৰতিক্ৰিয়াত উত্তৰ কোৰিয়াই নতুন অস্ত্ৰৰ সফল পৰীক্ষাৰ কথা ঘোষণা কৰিছিল৷ সেই দেশৰ প্ৰতিবেদনে দাবী কৰে যে, ড্ৰোণটিয়ে পাৰমাণৱিক অস্ত্ৰ বহন কৰিব পাৰে আৰু ব্যাপক ধ্বংসযজ্ঞ চলাব পাৰে৷ যাৰ ফলত ছুনামীৰ দৰে ঢৌ তৈয়াৰ হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?
জীৱনশৈলী

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

March 31, 2026
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?
জীৱনশৈলী

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

March 31, 2026
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং
জীৱনশৈলী

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

March 31, 2026
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?
খাদ্য

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

March 31, 2026
Next Post
হিৰোছিমাৰ ‘লিটল বয়’তকৈ ৩ হাজাৰ গুণ শক্তিশালী, বিশ্বৰ কোন দেশত আছে এই পাৰমাণৱিক বোমা?

হিৰোছিমাৰ ‘লিটল বয়’তকৈ ৩ হাজাৰ গুণ শক্তিশালী, বিশ্বৰ কোন দেশত আছে এই পাৰমাণৱিক বোমা?

কাইলৈ ৰাজযোগত ভাল লাভ, বজৰংবলীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত

কাইলৈ ৰাজযোগত ভাল লাভ, বজৰংবলীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.