• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ ৰাজযোগত ভাল লাভ, বজৰংবলীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত

কাইলৈ ৰাজযোগত ভাল লাভ, বজৰংবলীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত

1 year ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

13 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

14 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

14 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

15 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

16 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

16 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

17 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

18 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

19 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

20 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

20 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ ৰাজযোগত ভাল লাভ, বজৰংবলীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত

কাইলৈ ৰাজযোগত ভাল লাভ, বজৰংবলীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত

editor by editor
May 12, 2025
in জীৱনশৈলী
0
কাইলৈ ৰাজযোগত ভাল লাভ, বজৰংবলীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১৩ মে’ ২০২৫ মঙলবাৰে চন্দ্ৰই দিনজুৰি বৃশ্চিক ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ জেঠৰ কৃষ্ণা প্ৰতিপদ তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ চন্দ্ৰই মঙলত বিশেষ ৰাজযোগ গঠন কৰিব৷ ইয়াৰোপৰি কাইলৈ চন্দ্ৰ আৰু বৃহস্পতিয়ে গঠন কৰিব সমসপ্তক যোগ৷ কাইলৈ থাকিব বিশাখা নক্ষত্ৰ আৰু অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

কাইলৈ দিনটো বিশেষ শুভ আৰু কাৰ্যকৰী হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে৷ আৰ্থিক উন্নতিৰ বাবে প্ৰচুৰ সুযোগ কাইলৈ আপুনি লাভ কৰিব৷ হনুমানৰ কৃপাত কাইলৈ সকলো কামেই আপুনি সহজে সম্পন্ন কৰিব পাৰিব৷ কাৰ্যালয়ত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ মেনেজমেণ্ট আপোনাৰ কামত সুখী হব৷ ব্যৱসায়ীৰ বাবেও কাইলৈ দিনটো লাভজনক৷ বিনিয়োগৰ পৰা ভাল মুনাফা অৰ্জন কৰিব৷ বৃষ ৰাশিৰ জাতকৰ সংসাৰত সুখ থাকিব৷

কৰ্কট ৰাশি

১৩ মে’ নানান দিশৰ পৰা লাভজনক হব কৰ্কট ৰাশিৰ বাবে৷ কাইলৈ কোনো সুসংবাদ পাব পাৰে৷ যি খবৰৰ বাবে দীৰ্ঘদিন ধৰি অপেক্ষা কৰিছিল সেই খবৰ লাভ কৰিব৷ সংসাৰত আনন্দৰ ঢৌ আহিব৷ আৰ্থিকভাৱেও কাইলৈ দিনটো আপোনাৰ বাবে লাভজনক হব৷ ৰৈ থকা ধন এইবাৰ উভতাই পাব৷ বজৰংবলীৰ দয়াত কাইলৈ কৰ্কট ৰাশিৰ জাতকে শত্ৰুক পৰাস্ত কৰিব পাৰিব৷

সিংহ ৰাশি

কাইলৈ ৰাজযোগৰ প্ৰভাৱত শুভ ফল লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ শিক্ষাক্ষেত্ৰত যিসকল যুক্ত কাইলৈ তেওঁলোকে বিশেষ সাফল্য লাভ কৰিব৷ আৰ্থিকভাৱেও কাইলৈ লাভৱান হব৷ ব্যৱসায়ত কাইলৈ বৃহৎ লাভ কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ স্বাস্থ্য সংক্ৰান্তিয় সমস্যা কাইলৈ ভাল হব৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব আপোনাৰ৷ সমাজত বিশেষ কাৰোবাৰ সৈতে পৰিচিত হব৷

বৃশ্চিক ৰাশি

কাইলৈ বিশাখা নক্ষত্ৰৰ শুভ প্ৰভাৱ থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ জীৱনৰ সকলো ক্ষেত্ৰতেই আপুনি জয়লাভ কৰিব৷ নতুন বন্ধু পাব৷ ব্যৱসায়ীয়ে কাইলৈ ভাল মুনাফা অৰ্জন কৰিব৷ মনত সুখ শান্তি থাকিব৷ বজৰংবলীৰ আশীৰ্বাদত আৰ্থিক অৱস্থা কাইলৈ বহুপৰিমাণে উন্নত হব৷ দাম্পত্য জীৱনত সুখ থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ৷
মকৰ ৰাশি
কাইলৈ নিজৰ প্ৰভাৱ প্ৰতিপত্তি বহুপৰিমানে বাঢ়িব মকৰ ৰাশিৰ জাতকৰ৷ কাইলৈ সমসপ্তক যোগৰ প্ৰভাৱত নিজৰ উপাৰ্জন আৰু সঞ্চয় বঢ়োৱাত সফল হব৷ ধন উপাৰ্জনৰ একাধিক পথ খুলিব আপোনাৰ সন্মুখত৷ কাইলৈ মনত আনন্দ থাকিব৷ নিজৰ হৃদয়ৰ কথা কাইলৈ ভালপোৱা মানুহৰ আগত প্ৰকাশ কৰিব পাৰিব৷ কাৰ্যালয়ত সহকৰ্মী আপোনাৰ ওপৰত সুখী থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!
জীৱনশৈলী

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

August 14, 2026
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য
জীৱনশৈলী

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

August 14, 2026
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!
বাণিজ্য

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

August 14, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
Next Post
ভাৰতীয় সেনাক চ্যেলুট, অপাৰেছন সিন্দূৰ দেশৰ প্ৰতিগৰাকী নাৰীৰ নামত উৎসৰ্গা কৰিলোঃ PM মোদী

ভাৰতীয় সেনাক চ্যেলুট, অপাৰেছন সিন্দূৰ দেশৰ প্ৰতিগৰাকী নাৰীৰ নামত উৎসৰ্গা কৰিলোঃ PM মোদী

পাকিস্তানৰ সৈতে কথা হ’লে সন্ত্ৰাসবাদক লৈয়েই কথা হব৷ পাকিস্তানৰ সৈতে এইবাৰ কথা হ’লে পাক অধিকৃত কাশ্মীৰক লৈয়েই হ’ব৷ আজি বুদ্ধপূৰ্ণিমা, শান্তিৰ পথো যুদ্ধৰেই মুকলি হয়ঃ PM মোদী

পাকিস্তানৰ সৈতে কথা হ’লে সন্ত্ৰাসবাদক লৈয়েই কথা হব৷ পাকিস্তানৰ সৈতে এইবাৰ কথা হ’লে পাক অধিকৃত কাশ্মীৰক লৈয়েই হ’ব৷ আজি বুদ্ধপূৰ্ণিমা, শান্তিৰ পথো যুদ্ধৰেই মুকলি হয়ঃ PM মোদী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.