• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অমিতাভক চেৰ পেলাই অধিক মাননি লোৱা অভিনেতাই পাছে বলীউডক দিলে মাথো ৩খন চিনেমা, তাকো ফ্লপ

অমিতাভক চেৰ পেলাই অধিক মাননি লোৱা অভিনেতাই পাছে বলীউডক দিলে মাথো ৩খন চিনেমা, তাকো ফ্লপ

1 year ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

2 minutes ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

40 minutes ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

2 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

3 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

14 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

14 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

14 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

14 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

15 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

15 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

18 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অমিতাভক চেৰ পেলাই অধিক মাননি লোৱা অভিনেতাই পাছে বলীউডক দিলে মাথো ৩খন চিনেমা, তাকো ফ্লপ

editor by editor
May 21, 2025
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
অমিতাভক চেৰ পেলাই অধিক মাননি লোৱা অভিনেতাই পাছে বলীউডক দিলে মাথো ৩খন চিনেমা, তাকো ফ্লপ
0
SHARES
678
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অমিতাভক চেৰ পেলাই অধিক মাননি লোৱা অভিনেতাই পাছে বলীউডক দিলে মাথো ৩খন চিনেমা, তাকো ফ্লপ

৯০ৰ দশকত বিগ বি মানেই ছুপাৰহিট ছবি, ছুপাৰষ্টাৰ গৰাকীৰ এবাৰ দৰ্শন পাবলৈ তেখেতৰ চিনেমা চোৱাৰ লগতে তেখেতৰ ঘৰৰ সমুখতো ভিৰ কৰিছিল বহু অনুৰাগীয়ে। আজিয়ো অক্ষত আছে সেই জনপ্ৰিয়তা। বিগ বি মানেই সমীহ কৰি চলে সকলো অভিনেতাই।

পাছে এগৰাকী এনে অভিনেতা আছে, যিয়ে অমিতাভৰ জনপ্ৰিয়তাৰ সময়তে লৈছিল অমিতাভতকৈ অধিক মাননি। কিন্তু বলীউডক সেই অভিনেতাই দিলে মাথো তিনিখন ছবি, তাকো তিনিওখনে ছুপাৰ ফ্লপ।

এই অভিনেতাগৰাকী হৈছে দক্ষিণৰ মেগা-ছুপাৰষ্টাৰ চিৰঞ্জীৱী। এক প্ৰখ্যাত মেগাজিনত প্ৰকাশিত তথ্য অনুসৰি, ৯০ৰ দশকত অমিতাভ বচ্চনে লৈছিল ১ কোটি টকা আৰু তাৰ বিপৰীতে চিৰঞ্জীৱীয়ে লৈছিল ১.২৫ কোটি টকা। সেই সময়ত সেয়াই আছিল সৰ্বাধিক মাননি।

দক্ষিণত ভাৰতত প্ৰতিগৰাকী লোকৰে প্ৰিয় অভিনেতা চিৰঞ্জীৱী বুলি কলেও ভুল কোৱা নহব,পাছে  সেই চিৰঞ্জীৱী কিন্তু বলীউডত ফ্লপ।

চিৰিঞ্জীৱীয়ে নিজৰ কেৰিয়াত ১৫০ৰো অধিক ছবিত কাম কৰিছে। নিজৰ অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰাৰ লগতে লাভ কৰিছে ১০ টাকৈ ফিল্ম ফেয়াৰ বঁটা, লগতে দক্ষিণৰ শ্ৰেষ্ঠ বঁটা নন্দী বঁটা ৪ টা।

কিন্তু চিৰঞ্জীৱীয়ে বলীউডত কৰা তিনিখন ছবি ক্ৰমে- ‘প্ৰতিবন্ধ’, ‘আজ কা গুণ্ডাৰাজ’, আৰু ‘দ্য জেণ্টেলমেন’, তিনিওখনে ফ্লপ। সেইদিন ধৰি আৰু কোনোদিনে বলীউডলৈ উভতি নাচালে দক্ষিণৰ মেগা ছুপাৰষ্টাৰগৰাকীয়ে। অৱশ্যে তেখেতৰ দক্ষিণৰ ছবিবোৰেই হিন্দীত ডাবিং হৈ দৰ্শকৰ মাজলৈ আহিছে, বলীউডৰ দৰ্শকে সেই ডাবিং ছবি আঁকোৱালী লৈছে।

বৰ্তমানে ৩২৩০ কোটিৰো অধিক সম্পত্তিৰ মালিক চিৰঞ্জীৱী। অভিনয়ৰ লগতে চিনেমা প্ৰযোজনাও কৰিছে, লগতে ৰাজনীতিতো ভৰি দিছে দক্ষিণৰ মেগা ছুপাৰষ্টাৰ গৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Amitabh BachanBollywoodChiranjeeviSouth Mega StarSouth Movie Industry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?
জীৱনশৈলী

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

September 10, 2026
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!
জীৱনশৈলী

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

September 10, 2026
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!
প্ৰযুক্তি

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

September 10, 2026
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?
জীৱনশৈলী

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

September 10, 2026
Next Post
এতিয়া বিভিন্ন কাৰণত উলিয়াব পাৰিব PFৰ টকা, জানক সকলো নিয়ম

এতিয়া বিভিন্ন কাৰণত উলিয়াব পাৰিব PFৰ টকা, জানক সকলো নিয়ম

কাইলৈ লক্ষ্মীবাৰত প্ৰীতি যোগ, ভাগ্য খোল খাব ৫ ৰাশিৰ

কাইলৈ লক্ষ্মীবাৰত প্ৰীতি যোগ, ভাগ্য খোল খাব ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.