• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হেলা নকৰিব, সাৱধান হোৱাৰ সময়- ২৩ লৈ বৃদ্ধি মৃতকৰ সংখ্যা, ১০৪৫ এক্টিভ কেছ

11 months ago
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

10 minutes ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

51 minutes ago
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

1 hour ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

2 hours ago
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

3 hours ago
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

4 hours ago
দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

5 hours ago
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

6 hours ago
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হেলা নকৰিব, সাৱধান হোৱাৰ সময়- ২৩ লৈ বৃদ্ধি মৃতকৰ সংখ্যা, ১০৪৫ এক্টিভ কেছ

editor by editor
May 27, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
হেলা নকৰিব, সাৱধান হোৱাৰ সময়- ২৩ লৈ বৃদ্ধি মৃতকৰ সংখ্যা, ১০৪৫ এক্টিভ কেছ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হেলা নকৰিব, সাৱধান হোৱাৰ সময়- ২৩ লৈ বৃদ্ধি মৃতকৰ সংখ্যা, ১০৪৫ এক্টিভ কেছ

দেশত ক্ৰমাগত ভাৱে বৃদ্ধি পাই গৈ আছে কৰ’ণা সংক্ৰমিত লোকৰ সংখ্যা। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে জাৰি কৰা হৈছে সতৰ্কবাণী। কিন্তু এতিয়াও যেন সতৰ্ক হোৱা নাই লোক। যাৰ বাবে মাথো দুটামান সপ্তাহৰ পাছতে সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে।

যাৰ বাবে এতিয়া আৰু হেলা কৰাৰ সময় নাই, সাৱধান হোৱা প্ৰয়োজন দেশবাসী। কাৰণ এতিয়ালৈকে কভিডৰ নতুন ভেৰিয়েণ্টত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ২৩ গৰাকীকৈ লোকে।

ইয়াৰ উপৰি সক্ৰিয় আক্ৰান্তৰ লোকৰ সংখ্যা হাজাৰৰ ঘৰ পাৰ কৰি ১০৪৫ গৰাকী হৈছে। এতিয়াই যদি ইয়াৰ ওপৰত সাৱধানতা অৱলম্বন কৰা নহয় , তেন্তে ই পুনৰ ২০২০-২১ চনৰ দৰে পৰিস্থিতি আনিব পাৰে বুলি শংকা ব্যক্ত কৰিছে।

ইতিমধ্যে চীনত , ছিংগাপুৰত ই গো-গ্ৰাসে গিলিছে লোকক। সংক্ৰমণ হৈছে বহু লোক। হংকং, বেংকক, থাইলেণ্ড, ছিংগাপুৰ, পাকিস্তান আদিত প্ৰতিদিনে বহু লোক সংক্ৰমিত হোৱাৰ লগতে বহু লোকে প্ৰাণ হেৰুৱাইছে।

উল্লেখ্য যে, ভাৰতত বৰ্তমানে কৰ’ণাৰ দুটা ভেৰিয়েণ্ট ধৰা পৰিছে। এটা হৈছে- NB.1.8.1 আৰু আনটো হৈছে- LF.7 .

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: coronaCorona New Variantcovid 19India Active Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?
অসম

May 6, 2026
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

May 6, 2026
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই
জীৱনশৈলী

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

May 6, 2026
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

May 6, 2026
Next Post
দেশত আকৌ বাঢ়িছে কৰ’নাৰ সংক্ৰমণ! কোন ৰাজ্যত কিমান আক্ৰান্ত? তথ্য জানিলে চমকি উঠিব আপুনি

দেশত আকৌ বাঢ়িছে কৰ'নাৰ সংক্ৰমণ! কোন ৰাজ্যত কিমান আক্ৰান্ত? তথ্য জানিলে চমকি উঠিব আপুনি

প্ৰথমে যুৱকৰ পৰা যুৱতী, পাছত পুনৰ প্ৰকৃত ৰূপলৈ উভতি অহাৰ কথা ব্যক্ত অনায়াৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন