• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশত আকৌ বাঢ়িছে কৰ’নাৰ সংক্ৰমণ! কোন ৰাজ্যত কিমান আক্ৰান্ত? তথ্য জানিলে চমকি উঠিব আপুনি

দেশত আকৌ বাঢ়িছে কৰ’নাৰ সংক্ৰমণ! কোন ৰাজ্যত কিমান আক্ৰান্ত? তথ্য জানিলে চমকি উঠিব আপুনি

1 year ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

2 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

2 hours ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

2 hours ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

3 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

4 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

5 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

6 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

7 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

8 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

10 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেশত আকৌ বাঢ়িছে কৰ’নাৰ সংক্ৰমণ! কোন ৰাজ্যত কিমান আক্ৰান্ত? তথ্য জানিলে চমকি উঠিব আপুনি

দেশত আকৌ বাঢ়িছে কৰ'নাৰ সংক্ৰমণ! কোন ৰাজ্যত কিমান আক্ৰান্ত? তথ্য জানিলে চমকি উঠিব আপুনি

editor by editor
May 27, 2025
in জীৱনশৈলী
0
দেশত আকৌ বাঢ়িছে কৰ’নাৰ সংক্ৰমণ! কোন ৰাজ্যত কিমান আক্ৰান্ত? তথ্য জানিলে চমকি উঠিব আপুনি
0
SHARES
629
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰৰ তথ্য অনুসৰি দেওবাৰ আৰু সোমবাৰে পুনৰ বাঢ়িছে কৰনাৰ সংক্ৰমণ। সোমবাৰে কেন্দ্ৰই জনাইছে যে দেশত হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে কৰনা সংক্ৰমণে। সোমবাৰৰ পৰিসংখ্যা অনুসৰি দেশত কৰনা সংক্ৰমণৰ সংখ্যা আছিল ১০০৯জন। মঙলবাৰে বৰ্তমানলৈকে পোৱা তথ্য অনুসৰি এই সংখ্যা হৈছে ১০১০ জন।

১৯ মেৰ পাছতেই দেশত সংক্ৰমিত হৈছে ৭৫৩ জন লোক। তথ্যমতে নতুন ঢৌৰ সংক্ৰমণৰ সংখ্যা সৰ্বাধিক কেৰালাত। সেই ৰাজ্যত এই মুহূৰ্তলৈকে সংক্ৰমিতৰ সংখ্যা ৪৩০ জন। ১৯ মেৰ পাছত আকৌ সংক্ৰমণ বাঢ়িছে ৩৩৫জনৰ। মহাৰাষ্ট্ৰত সংক্ৰমিতৰ সংখ্যাই ২১০ পাৰ কৰিছে। ১৯ মেৰ পাছত মহাৰাষ্ট্ৰত নতুনকৈ আক্ৰান্ত হৈছে ১৫৪ জন। দিল্লীত মুঠ সংক্ৰমিতৰ সংখ্যা ১০৪ জন। ১৯ মেৰ পাছত নতুনকৈ আক্ৰান্ত হৈছে ১৯ জন। গুজৰাটত ১৯ মেৰ পাছত নতুনকৈ মুঠ ৭৬ জন আক্ৰান্ত হৈছে। সেই ৰাজ্যত মুঠ সংক্ৰমিতৰ সংখ্যা ৮৩জন।

সৰ্বভাৰতীয় সংবাদ মাধ্যম সূত্ৰৰ খবৰ অনুসৰি ২০২৫ চনৰ ভিতৰত কেৰালাত সম্প্ৰতি কৰনাত মৃত্যু হৈছে এজনৰ। কৰনাৰ নতুন ঢৌৰ মাজতেই ভাৰতত পোৱা গৈছে সংক্ৰমণৰ নতুন ভেৰিয়েণ্ট। শনিবাৰে এন বি ১.৮.১ আৰু এল এফ ৭ৰ চাৰি ধৰণৰ ভেৰিয়েণ্টৰ সন্ধান পাইছে বিজ্ঞানীয়ে।

২০২৫ চনৰ মে পৰ্যন্ত বিশ্ব স্বাস্থ্য সংস্থা এল এফ ৭ আৰু এন বি ১.৮.১ ছাবভেৰিয়েণ্টসমূহক ভেৰিয়েণ্টৰ আণ্ডাৰ মনিটৰিং হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে। ভেৰিয়েণ্ট অফ কনচাৰ্ণ বা ভেৰিয়েণ্ট অফ ইণ্টাৰেষ্ট হিচাপে নহয়। কিন্তু চীন আৰু এছিয়াৰৰ নানান স্থানত এই ভেৰিয়েণ্টৰ সন্ধান ইতিমধ্যেই পোৱা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!
জীৱনশৈলী

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

September 26, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

September 26, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

September 26, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

September 26, 2026
Next Post
প্ৰথমে যুৱকৰ পৰা যুৱতী, পাছত পুনৰ প্ৰকৃত ৰূপলৈ উভতি অহাৰ কথা ব্যক্ত অনায়াৰ

প্ৰথমে যুৱকৰ পৰা যুৱতী, পাছত পুনৰ প্ৰকৃত ৰূপলৈ উভতি অহাৰ কথা ব্যক্ত অনায়াৰ

অবিশ্বাস্য, কিন্তু সত্য- ৪২৭ ৰানৰ লক্ষ্য লৈ খেলপথাৰত নামি ২ ৰানতে অল আউট

অবিশ্বাস্য, কিন্তু সত্য- ৪২৭ ৰানৰ লক্ষ্য লৈ খেলপথাৰত নামি ২ ৰানতে অল আউট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.