• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেম এনেকুৱাই…! ছাফাইকৰ্মীৰ প্ৰেমত পৰিল চিকিৎসক, চিৰদিন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে বিবাহ, ক’ত এই ঘটনা?

প্ৰেম এনেকুৱাই…! ছাফাইকৰ্মীৰ প্ৰেমত পৰিল চিকিৎসক, চিৰদিন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে বিবাহ, ক’ত এই ঘটনা?

1 year ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

22 minutes ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

55 minutes ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

1 hour ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

3 hours ago
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

3 hours ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

4 hours ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

5 hours ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

7 hours ago
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

8 hours ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

9 hours ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

9 hours ago
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেম এনেকুৱাই…! ছাফাইকৰ্মীৰ প্ৰেমত পৰিল চিকিৎসক, চিৰদিন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে বিবাহ, ক’ত এই ঘটনা?

প্ৰেম এনেকুৱাই...! ছাফাইকৰ্মীৰ প্ৰেমত পৰিল চিকিৎসক, চিৰদিন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে বিবাহ, ক’ত এই ঘটনা?

editor by editor
June 2, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
প্ৰেম এনেকুৱাই…! ছাফাইকৰ্মীৰ প্ৰেমত পৰিল চিকিৎসক, চিৰদিন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে বিবাহ, ক’ত এই ঘটনা?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ভালপোৱা দামী ষ্টেটাছ, ভাল চাকৰি বা এগালমান ধন সম্পত্তিৰ ওপৰত ভিত্তি কৰি নহয়৷ হঠাতেই ঘটি যায়৷ এনে এক কাহিনী ভাইৰেল হৈছে সামাজিক মাধ্যমত৷ পাকিস্তানৰ এগৰাকী এম বি বি এছ চিকিৎসক ডাঃ কিশোয়াৰা চাহিবা আৰু তেওঁৰ হাস্পতালৰ এগৰাকী ছাপাইকৰ্মী শ্বেহজাদৰ কাহিনী৷ চাহিবাই জনাইছে, কেনেকৈ তেওঁ এগৰাকী হাস্পতালত কৰ্মৰত এজন কৰ্মী শ্বেহজাদক প্ৰেমৰ প্ৰস্তাৱ দিছিল৷
সম্প্ৰতি এক ইউটিউব চেনেলত চাহিবাই কয়, তেওঁ যেতিয়া প্ৰথম শ্বেহজাদৰ সৈতে মুখামুখি হৈছিল তেতিয়াৰ পৰাই তেওঁক ছাফাইকৰ্মী হিচাপে চোৱা নাছিল৷ তেওঁৰ সততা, সৰলতা আৰু নিষ্ঠাই চাহিবাৰ হৃদয় চুই গৈছিল৷ তেওঁ শ্বেহজাদক বিবাহৰ প্ৰস্তাৱ দিয়ে৷ কাৰণ তেওঁ শ্বেহজাদৰ সৈতে বিবাহৰ কথা আগুৱাই নিয়ে৷
শ্বেহজাদে পোনতে চাহিবাই তেওঁক সঁচাকৈ ভালপায় সেয়া বিশ্বাস কৰিব পৰা নাছিল৷ কিন্তু যেতিয়া বুজিব পাৰিলে যে চাহিবাৰ অনুভূতি তেওঁক লৈ কেনেকুৱা, সেয়া জানিয়েই বিবাহৰ দিশেৰে আগবাঢ়ে দুয়ো৷ সমাজৰ কথাবোৰ আওকান কৰি দুয়ো বিবাহ কৰায়৷
বিবাহৰ পাছত ছাহিবা আৰু শ্বেহজাদ দুজনেই তেওঁলোকৰ চাকৰিৰ পৰা অব্যাহতি লৈ নতুন অধ্যায় আৰম্ভ কৰে৷ শ্বেহজাদে এখন ঔষধৰ দোকান খুলে৷ অন্যহাতে ছাহিবাই এগৰাকী বেচৰকাৰী চিকিৎসক হিচাপে কৰ্মৰত৷ দুয়োৱে একেলগে এখন ক্লিনিক খোলাৰো পৰিকল্পনা কৰিছে৷ তেওঁলোকৰ প্ৰেমৰ গল্পই লাখ লাখ মানুহৰ হৃদয় চুই গৈছে৷ তেওঁলোকৰ ভিডিঅ’ ভাইৰেল হৈছে আৰু কোটি কোটি ভিউছো পাইছে সেই ভিডিঅই৷
শ্বেহজাদে প্ৰেমৰ আৰম্ভণিৰ কথাবোৰ সোঁৱৰি কয়, ‘আমি তিনিজন ছাফাইকৰ্মীয়ে ভিন্ন চিকিৎসকৰ অফিচ পৰিস্কাৰ কৰিছিলো৷ জীৱনত কেতিয়াও কল্পনা কৰা নাছিলো যে এগৰাকী চিকিৎসক মোৰ প্ৰেমত পৰিব৷ চাহিবাই মোৰ ফোন নম্বৰ বিচাৰিছিল তেনেকৈ আমাৰ কথোপকথন আৰম্ভ লৈছিল৷ বাৰ্তালাপৰ পৰাই প্ৰেম৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে
ভাৰত

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

July 24, 2026
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে
বাণিজ্য

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

July 24, 2026
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ
জীৱনশৈলী

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

July 24, 2026
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক
জীৱনশৈলী

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

July 24, 2026
Next Post
উদ্ধাৰ স্বামীৰ দেহ, এতিয়াও নিখোঁজ পত্নী! মেঘালয়ত হনিমুনলৈ আহি কেনেকৈ নিখোঁজ ইন্দোৰৰ নৱদম্পতি?

উদ্ধাৰ স্বামীৰ দেহ, এতিয়াও নিখোঁজ পত্নী! মেঘালয়ত হনিমুনলৈ আহি কেনেকৈ নিখোঁজ ইন্দোৰৰ নৱদম্পতি?

শনিৰ স্থান সলনিত ধনৰ জোৱাৰ! জুনতেই ভাৱিব নোৱৰা সাফল্য লাভ কৰিব এই ৪ৰাশিৰ জাতকে

শনিৰ স্থান সলনিত ধনৰ জোৱাৰ! জুনতেই ভাৱিব নোৱৰা সাফল্য লাভ কৰিব এই ৪ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.