• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উদ্ধাৰ স্বামীৰ দেহ, এতিয়াও নিখোঁজ পত্নী! মেঘালয়ত হনিমুনলৈ আহি কেনেকৈ নিখোঁজ ইন্দোৰৰ নৱদম্পতি?

11 months ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

34 minutes ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

58 minutes ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

2 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

3 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

5 hours ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

7 hours ago
হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

উদ্ধাৰ স্বামীৰ দেহ, এতিয়াও নিখোঁজ পত্নী! মেঘালয়ত হনিমুনলৈ আহি কেনেকৈ নিখোঁজ ইন্দোৰৰ নৱদম্পতি?

উদ্ধাৰ স্বামীৰ দেহ, এতিয়াও নিখোঁজ পত্নী! মেঘালয়ত হনিমুনলৈ আহি কেনেকৈ নিখোঁজ ইন্দোৰৰ নৱদম্পতি?

editor by editor
June 2, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
উদ্ধাৰ স্বামীৰ দেহ, এতিয়াও নিখোঁজ পত্নী! মেঘালয়ত হনিমুনলৈ আহি কেনেকৈ নিখোঁজ ইন্দোৰৰ নৱদম্পতি?
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
এসপ্তাহতকৈয়ো বেছি সময় নিখোঁজ হৈ থকাৰ পাছত অৱশেষত মেঘালয়ৰ পৰা উদ্ধাৰ হল মধ্যপ্ৰদেশৰ দম্পতিৰ এগৰাকীৰ দেহ৷ সংবাদসংস্থা পি টি আইৰ খবৰ অনুসৰি সোমবাৰে ৰাজা ৰঘুবংশীৰ দেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ ইতিমধ্যেই সেই দেহ চিহ্নিত কৰিছে মৃতকৰ ভাতৃ বিপিন ৰঘুবংশীয়ে৷ এতিয়াও নিখোঁজ হৈ আছে ৰাজা ৰঘুবংশীৰ পত্নী সোনম৷
মধ্যপ্ৰদেশৰ ইন্দোৰৰ বাসিন্দা ৰাজা আৰু সোনমে বিবাহৰ পাছতেই বিগত ২০ মে’ত মেঘালয়লৈ মধুচন্দ্ৰিমা কটাবলৈ ৰাওনা হৈছিল৷ বিগত ২৩ মেত চেৰাপুঞ্জীলৈ ফুৰিবলৈ যোৱাৰ সময়তে ৰহস্যজনকভাৱে নিখোঁজ হৈ যায় দুয়ো৷ তেওঁলোকৰ বেগ, ভাড়া কৰা স্কুটি তালাচিত উদ্ধাৰ হলেও সোনম আৰু ৰাজাৰ কোনো সন্ধান লাভ কৰা হোৱা নাছিল৷
ইন্দোৰৰ ডেপুটি আৰক্ষী কমিছনাৰ ৰাজেশ কুমাৰ ত্ৰিপাঠীয়ে সংবাদসংস্থা পিটিআইক জনাইছে যে মেঘালয় আৰক্ষীয়ে সোমবাৰে ৰাজা ৰঘুবংশীৰ দেহ উদ্ধাৰ কৰিছে৷ ৰাজাৰ ভাতৃ বিপিন ৰঘুবংশীয়ে ককায়েকৰ দেহ চিনাক্ত কৰিছে৷ কেনেকৈ ৰাজা ৰঘুবংশীৰ মৃত্যু হল সেই কথা এতিয়াও স্পষ্ট হোৱা নাই৷ মৰোনোত্তৰ পৰীক্ষাৰ পাছতহে এই তথ্য স্পষ্ট হব বুলিও জনাইছে মেঘালয় আৰক্ষীয়ে৷
ৰাজা ৰঘুবংশীৰ পৰিয়ালৰ প্ৰায়সকল লোকেই পৰিবহণ ব্যৱসায়ৰ সৈতে যুক্ত৷ বিগত ১১ মেত ৰাজা আৰু সোনমৰ বিবাহ হৈছিল৷ ২০ মেত মেঘালয়ৰ উদ্দেশ্যে ৰাওনা হৈছিল তেওঁলোক৷ তাৰপিছতেই দুয়ো নিখোঁজ হোৱাত পৰিয়ালৰ লোকে সন্দেহ কৰিছিল যে তেওঁলোকক অপহৰণ কৰা হৈছে৷ দম্পতিক উদ্ধাৰৰ বাবে সেয়ে সেনাৰ সাহায্য লোৱাৰো দাবী জনাইছে ৰাজা আৰু সোনমৰ পৰিয়ালে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?
জীৱনশৈলী

April 14, 2026
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ
জীৱনশৈলী

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

April 14, 2026
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়
জীৱনশৈলী

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

April 14, 2026
Next Post
ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

শনিৰ স্থান সলনিত ধনৰ জোৱাৰ! জুনতেই ভাৱিব নোৱৰা সাফল্য লাভ কৰিব এই ৪ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন