• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ স্থান সলনিত ধনৰ জোৱাৰ! জুনতেই ভাৱিব নোৱৰা সাফল্য লাভ কৰিব এই ৪ৰাশিৰ জাতকে

শনিৰ স্থান সলনিত ধনৰ জোৱাৰ! জুনতেই ভাৱিব নোৱৰা সাফল্য লাভ কৰিব এই ৪ৰাশিৰ জাতকে

1 year ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

3 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

1 hour ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

2 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

2 hours ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

3 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

3 hours ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

4 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

6 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

6 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

7 hours ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ স্থান সলনিত ধনৰ জোৱাৰ! জুনতেই ভাৱিব নোৱৰা সাফল্য লাভ কৰিব এই ৪ৰাশিৰ জাতকে

শনিৰ স্থান সলনিত ধনৰ জোৱাৰ! জুনতেই ভাৱিব নোৱৰা সাফল্য লাভ কৰিব এই ৪ৰাশিৰ জাতকে

editor by editor
June 2, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
শনিৰ স্থান সলনিত ধনৰ জোৱাৰ! জুনতেই ভাৱিব নোৱৰা সাফল্য লাভ কৰিব এই ৪ৰাশিৰ জাতকে
0
SHARES
10.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰত শনিদেৱৰ মাহাত্ম্য অপৰিসীম৷ অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ শনি ন্যায় আৰু কৰ্মফলৰ দেৱতা৷ বিগত ২৮ এপ্ৰিলত শনিয়ে উত্তৰভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিছে৷ এইবাৰ আকৌ ৭ জুন শনিবাৰে এই নক্ষত্ৰৰ দ্বিতীয় পদত প্ৰৱেশ কৰিব শনিদেৱে৷ যি জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়৷ শনি স্বয়ং উত্তৰভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি গ্ৰহ৷ ফলত নিজৰ ঘৰত বিৰাজ কৰি শনিৰ কেইবাগুণো শক্তি বাঢ়িব৷ শনিৰ এই নক্ষত্ৰ গোচৰত অত্যন্ত শুভ আৰু লাভজনক ফল পাব ৫ৰাশিৰ জাতকে৷ কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব জানি থওক সবিশেষ৷

কৰ্কট ৰাশি

শনিৰ নক্ষত্ৰ পৰিবৰ্তনত কৰ্কট ৰাশিৰ জাতক জাতিকাৰ কৰ্মক্ষেত্ৰত সাফল্য আহিব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ আৰ্থিক পৰিস্থিতি উন্নতি হব৷ ব্যৱসায়ীয়ে কোনো প্ৰকল্পত বিনিয়োগ কৰিলে লাভৱান হব৷ বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷

কন্যা ৰাশি

উত্তৰভাদ্ৰপদ নক্ষত্ৰত শনিৰ গোচৰৰ প্ৰভাৱত লাভৱান হব কন্যা ৰাশিৰ জাতক জাতিকা৷ বহু দিন ৰৈ থকা কাম সম্পন্ন কৰিব পাৰিব৷ চাকৰিত থকা সমস্যা দূৰ হব৷ শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল লাভ কৰিব৷

তুলা ৰাশি

শনিৰ গোচৰ তুলা ৰাশিৰ জাতকৰ বাবে শুভ হব৷ সম্পৰ্কত মাধুৰ্যতা বাঢ়িব৷ সৃজনশীল কামৰ সৈতে যুক্ত ব্যক্তিয়ে কেৰিয়াৰত বৃহৎ উন্নতিৰ সুযোগ পাব৷ যিকোনো বিষয়ত বছ আৰু সহকৰ্মীসকলৰ পৰা সাহায্য পাব৷ আয় আৰু ব্যয়ৰ সামঞ্জস্য ৰাখি সঞ্চয়ৰ পথ প্ৰশস্ত কৰিব পাৰিব৷

মকৰ ৰাশি

শনিৰ প্ৰভাৱত মকৰ ৰাশিৰ সুদিন উভটিব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তিৰ মালিক হব পাৰে৷ নতুন কোনো ব্যৱসায় আৰম্ভ কৰাৰ যোগ আছে৷ চাকৰিত দীৰ্ঘদিনৰ মানসিক চাপৰ পৰা মুক্তি পাব৷ সংগীৰ সৈতে ভুল বুজাবুজি আঁতৰিব৷ বিদেশ ভ্ৰমণৰ সুযোগ আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক
জীৱনশৈলী

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

July 25, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

July 25, 2026
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

July 25, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

July 25, 2026
Next Post
জোতা পিন্ধি প্ৰৱেশ নিষেধ, এইবাৰৰ অম্বুবাচীত মোজা পিন্ধি যাত্ৰা কৰিব পাৰিব ভক্তই, অম্বুবাচীক লৈ কি কি নিৰ্দেশনা প্ৰকাশ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে?

জোতা পিন্ধি প্ৰৱেশ নিষেধ, এইবাৰৰ অম্বুবাচীত মোজা পিন্ধি যাত্ৰা কৰিব পাৰিব ভক্তই, অম্বুবাচীক লৈ কি কি নিৰ্দেশনা প্ৰকাশ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে?

আজি হৰ্ষণা যোগত হাতলৈ ধনৰ আগমন হ’ব এইকেইটা ৰাশিৰ জাতকৰ, কোন ৫ৰাশিৰ আছে উন্নতিৰ যোগ?

আজি হৰ্ষণা যোগত হাতলৈ ধনৰ আগমন হ’ব এইকেইটা ৰাশিৰ জাতকৰ, কোন ৫ৰাশিৰ আছে উন্নতিৰ যোগ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.