• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি হৰ্ষণা যোগত হাতলৈ ধনৰ আগমন হ’ব এইকেইটা ৰাশিৰ জাতকৰ, কোন ৫ৰাশিৰ আছে উন্নতিৰ যোগ?

আজি হৰ্ষণা যোগত হাতলৈ ধনৰ আগমন হ’ব এইকেইটা ৰাশিৰ জাতকৰ, কোন ৫ৰাশিৰ আছে উন্নতিৰ যোগ?

1 year ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

56 minutes ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

1 hour ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

2 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

3 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

4 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

4 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

17 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

18 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

19 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

19 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

19 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি হৰ্ষণা যোগত হাতলৈ ধনৰ আগমন হ’ব এইকেইটা ৰাশিৰ জাতকৰ, কোন ৫ৰাশিৰ আছে উন্নতিৰ যোগ?

আজি হৰ্ষণা যোগত হাতলৈ ধনৰ আগমন হব এইকেইটা ৰাশিৰ জাতকৰ, কোন ৫ৰাশিৰ আছে উন্নতিৰ যোগ?

editor by editor
June 3, 2025
in জীৱনশৈলী
0
আজি হৰ্ষণা যোগত হাতলৈ ধনৰ আগমন হ’ব এইকেইটা ৰাশিৰ জাতকৰ, কোন ৫ৰাশিৰ আছে উন্নতিৰ যোগ?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩ জুন ২০২৫ মঙলবাৰে চন্দ্ৰই দিনজুৰি সিংহ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি জেঠৰ শুক্লা অষ্টমী তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি আছে ৰবি যোগ, হৰ্ষণা যোগ আৰু বজ্ৰ যোগৰ প্রভাৱ৷ আজি থাকিব পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

৩ জুন বিশেষ শুভ দিন হব বৃষ ৰাশিৰ জাতকৰ৷ আপোনাৰ ব্যক্তিত্বৰ বিকাশ ঘটিব৷ বজৰংবলীৰ কৃপাত সকলো কামেই সম্পূৰ্ণ কৰিব পাৰিব আপুনি৷ আৰ্থিক অৱস্থা মজবুত হব৷ নতুন সম্পত্তি ক্ৰয়ৰ কথা আগুৱাব পাৰে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে কোনো ভাল খবৰ পাব পাৰে৷ কাৰ্যালয়ত প্ৰতিপত্তি বাঢ়িব বৃষ ৰাশিৰ জাতকৰ৷

কৰ্কট ৰাশি

হৰ্ষণা যোগত নানান দিশৰ পৰা লাভৱান হব কৰ্কট ৰাশিৰ জাতক৷ মনৰ সকলো অপূৰ্ণ ইচ্ছা পূৰণ হব কৰ্কট ৰাশিৰ জাতকৰ৷ আৰামেৰে দিন কটাব পাৰিব আপুনি৷ আপোনাৰ লাইফষ্টাইল আৰু চিন্তাভাৱনাত পজিটিভ কিছু পৰিবৰ্তন আহিব৷ কোনো সূত্ৰৰ পৰা অতিৰিক্ত অৰ্থ উপাৰ্জন কৰিব পাৰিব৷

কন্যা ৰাশি

পূৰ্ব ফাল্গুনী নক্ষত্ৰ দেৱীৰ কৃপাত লাভৰ মুখ দেখিব কন্যা ৰাশিৰ জাতকে৷ আপুনি উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰিব৷ বন্ধুৰ সৈতে কৰোবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ পৰিয়ালত অশান্তি চলিলে এইবাৰ দূৰ হব৷ ধৰ্মীয় অনুষ্ঠানত যোগ দিব পাৰে কন্যা ৰাশিৰ জাতকে৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভৱান হব৷ নতুন চাকৰি লাভৰ যোগ আছে৷

বৃশ্চিক ৰাশি

ভাগ্য খুলিব বৃশ্চিক ৰাশিৰ জাতকৰ৷ নিজৰ মধুৰ ব্যৱহাৰেৰে আপুনি সকলোৰে মন জয় কৰিব পাৰে৷ পৰিয়ালৰ সদস্যসকলে আপোনাৰ বাবে চাৰপ্ৰাইজ পাৰ্টি আয়োজন কৰিব পাৰে৷ আপোনাৰ মাজত নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ কাৰ্যালয়ত সকলোকে নেতৃত্ব দি সঠিক টিম ৱৰ্ক কৰি সকলো কাম আপুনি সময়ক শেষ কৰিব পাৰিব৷

মকৰ ৰাশি

মঙলবাৰে বজৰংবলীৰ আশীৰ্বাদ থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ কৰ্মৰত ব্যক্তিয়ে উল্লেখযোগ্য্য সাফল্য পাব৷ ব্যৱসায়ত উন্নতি কৰাৰ যোগ আছে৷ প্ৰতিযোগীসকলৰ সৈতে কঠিন যুঁজত অৱতীৰ্ণ হব পাৰে মকৰ ৰাশিৰ জাতক৷ শহুৰৰ ঘৰৰ পৰা জৰুৰী সাহায্য লাভ কৰিব৷ দাম্পত্য জীৱনত সুখ বৰ্তী থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants
জীৱনশৈলী

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

October 3, 2026
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

October 3, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
শৰীৰত ভিটামিন চিৰ অভাৱ হৈছে নেকি? কি কি লক্ষণ দেখিলে বুজিব যে আপোনাৰ শৰীৰত এই ভিটামিনৰ খুবেই অভাৱ হৈছে?

শৰীৰত ভিটামিন চিৰ অভাৱ হৈছে নেকি? কি কি লক্ষণ দেখিলে বুজিব যে আপোনাৰ শৰীৰত এই ভিটামিনৰ খুবেই অভাৱ হৈছে?

FASTag-ৰ নিয়মলৈ আহিছে বৃহৎ পৰিবৰ্তন! পুৰণি FASTag-অচল হৈ পৰিব নেকি? চালকসকলে কি কি বিষয়ত গুৰুত্ব দিব লাগিব এতিয়াৰে পৰা?

FASTag-ৰ নিয়মলৈ আহিছে বৃহৎ পৰিবৰ্তন! পুৰণি FASTag-অচল হৈ পৰিব নেকি? চালকসকলে কি কি বিষয়ত গুৰুত্ব দিব লাগিব এতিয়াৰে পৰা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.