• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোতা পিন্ধি প্ৰৱেশ নিষেধ, এইবাৰৰ অম্বুবাচীত মোজা পিন্ধি যাত্ৰা কৰিব পাৰিব ভক্তই, অম্বুবাচীক লৈ কি কি নিৰ্দেশনা প্ৰকাশ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে?

জোতা পিন্ধি প্ৰৱেশ নিষেধ, এইবাৰৰ অম্বুবাচীত মোজা পিন্ধি যাত্ৰা কৰিব পাৰিব ভক্তই, অম্বুবাচীক লৈ কি কি নিৰ্দেশনা প্ৰকাশ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে?

1 year ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

2 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

3 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

3 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

4 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

6 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

7 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

8 hours ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

9 hours ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

10 hours ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

11 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

23 hours ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জোতা পিন্ধি প্ৰৱেশ নিষেধ, এইবাৰৰ অম্বুবাচীত মোজা পিন্ধি যাত্ৰা কৰিব পাৰিব ভক্তই, অম্বুবাচীক লৈ কি কি নিৰ্দেশনা প্ৰকাশ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে?

জোতা পিন্ধি প্ৰৱেশ নিষেধ, এইবাৰৰ অম্বুবাচীত মোজা পিন্ধি যাত্ৰা কৰিব পাৰিব ভক্তই, অম্বুবাচীক লৈ কি কি নিৰ্দেশনা প্ৰকাশ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে?

editor by editor
June 2, 2025
in অসম, জীৱনশৈলী
0
জোতা পিন্ধি প্ৰৱেশ নিষেধ, এইবাৰৰ অম্বুবাচীত মোজা পিন্ধি যাত্ৰা কৰিব পাৰিব ভক্তই, অম্বুবাচীক লৈ কি কি নিৰ্দেশনা প্ৰকাশ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে?
0
SHARES
310
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা৷

দুপৰীয়া ২.৫৬ মিনিটত হ’ব প্ৰবৃত্তি৷

২২ৰ পৰা ২৬ জুনলৈ চলিব এই মেলা৷

২৬ জুনৰ পুৱতি নিশা ৩ বজাত নিবৃত্তি হ’ব বুলি প্ৰকাশ৷

দেশ-বিদেশৰ সাধু-সন্ন্যাসীয়ে ভৰি পৰিব কামাখ্যা ধাম৷

অম্বুবাচীক লৈ কেইবাটাও নিৰ্দেশনা প্ৰকাশ কৰিছে চৰকাৰে৷

কভিড প্ৰটকল মানি এইবাৰ তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব অম্বুবাচীত৷

মন্দিৰৰ তলৰ প্ৰৱেশদ্বাৰৰ পৰাই জোঁতা-চেণ্ডেল নিষিদ্ধ কৰা হৈছে৷

মহা অম্বুবাচী মেলা উপলক্ষ্যে ৪ কোটি ৫৫ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে চৰকাৰে৷

এইবাৰ অম্বুবাচীত নাথাকিব কোনো VIP, VVIP ব্যৱস্থাপনা৷

এইবাৰৰ অম্বুবাচীত ৭লাখতকৈয়ো অধিক ভক্তৰ সমাগমৰ সম্ভাৱনা৷

অম্বুবাচীত জোঁতা চেণ্ডেল নিষিদ্ধ কৰাৰ বিপৰীতে ভক্তই মোজা পিন্ধি যাত্ৰা কৰিব পাৰিব বুলি প্ৰকাশ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?
জীৱনশৈলী

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

July 23, 2026
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু
জীৱনশৈলী

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

July 23, 2026
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব
জীৱনশৈলী

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

July 23, 2026
আজি আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

আজি আপোনাৰ দিনটো কেনে যাব?

July 23, 2026
Next Post
আজি হৰ্ষণা যোগত হাতলৈ ধনৰ আগমন হ’ব এইকেইটা ৰাশিৰ জাতকৰ, কোন ৫ৰাশিৰ আছে উন্নতিৰ যোগ?

আজি হৰ্ষণা যোগত হাতলৈ ধনৰ আগমন হ’ব এইকেইটা ৰাশিৰ জাতকৰ, কোন ৫ৰাশিৰ আছে উন্নতিৰ যোগ?

শৰীৰত ভিটামিন চিৰ অভাৱ হৈছে নেকি? কি কি লক্ষণ দেখিলে বুজিব যে আপোনাৰ শৰীৰত এই ভিটামিনৰ খুবেই অভাৱ হৈছে?

শৰীৰত ভিটামিন চিৰ অভাৱ হৈছে নেকি? কি কি লক্ষণ দেখিলে বুজিব যে আপোনাৰ শৰীৰত এই ভিটামিনৰ খুবেই অভাৱ হৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.