• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন সতে তাক বিদায় দিও, সি মোৰ একমাত্ৰ সন্তান আছিল, তাৰ দেহ পষ্টমৰ্টেম নকৰিবঃ চিন্নাস্বামীক পদপিষ্টৰ ঘটনাত পুত্ৰক হেৰুওৱা পিতৃৰ কাতৰ আহ্বান

কোন সতে তাক বিদায় দিও, সি মোৰ একমাত্ৰ সন্তান আছিল, তাৰ দেহ পষ্টমৰ্টেম নকৰিবঃ চিন্নাস্বামীক পদপিষ্টৰ ঘটনাত পুত্ৰক হেৰুওৱা পিতৃৰ কাতৰ আহ্বান

1 year ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

10 minutes ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

28 minutes ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

49 minutes ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

2 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

2 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

3 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

4 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

4 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

5 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

6 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

6 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোন সতে তাক বিদায় দিও, সি মোৰ একমাত্ৰ সন্তান আছিল, তাৰ দেহ পষ্টমৰ্টেম নকৰিবঃ চিন্নাস্বামীক পদপিষ্টৰ ঘটনাত পুত্ৰক হেৰুওৱা পিতৃৰ কাতৰ আহ্বান

কোন সতে তাক বিদায় দিও, সি মোৰ একমাত্ৰ সন্তান আছিল, তাৰ দেহ পষ্টমৰ্টেম নকৰিবঃ চিন্নাস্বামীক পদপিষ্টৰ ঘটনাত পুত্ৰক হেৰুওৱা পিতৃৰ কাতৰ আহ্বান

editor by editor
June 5, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কোন সতে তাক বিদায় দিও, সি মোৰ একমাত্ৰ সন্তান আছিল, তাৰ দেহ পষ্টমৰ্টেম নকৰিবঃ চিন্নাস্বামীক পদপিষ্টৰ ঘটনাত পুত্ৰক হেৰুওৱা পিতৃৰ কাতৰ আহ্বান
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত পদপিষ্টৰ ঘটনাত মৃত্যু হৈছে ১১ জনকৈ ব্যক্তিৰ৷ কোনোৱে যদি সন্তানক হেৰুৱাইছে কোনোৱে আকৌ হেৰুৱাইছে স্বামীক৷ তেনে এজন সন্তান হেৰুওৱা পিতৃৰ কাতৰ অনুৰোধে চকু সেমেকাই পেলাইছে বহুজনৰ৷ পিতৃগৰাকীৰ কৰ্তৃপক্ষলৈ অনুৰোধ, ‘মোৰ সন্তানৰ দেহটো উভতাই দিয়ক৷ দয়া কৰি কটাছিঙা নকৰিব৷ তাৰ দেহ পষ্টমৰ্টেম নকৰিব৷’

পিতৃগৰাকীয়ে কান্দোনত ভাঙি পৰি কয়, ‘মই জনা নাছিলো মোৰ সন্তানটো যে তালৈ গৈছিল৷ একমাত্ৰ সন্তান আছিল সি মোৰ৷ মোৰ একমাত্ৰ সন্তানটোক মই এনেকৈ হেৰুৱাই দিম বুলি কল্পনাই কৰিব পৰা নাছিলো৷’ বুধবাৰে চিন্নাস্বামী ষ্টেডিয়ামত আৰ চি বিৰ আইপিএল জয়ৰ চেলিব্ৰেছনৰ মাজতেই ঘটিছে এই মৰ্মান্তিক ঘটনা৷ ষ্টেডিয়ামৰ বাহিৰত লাখ লাখ ভক্তই ভিৰ কৰিছিল৷ তাতেই পদপিষ্টৰ ঘটনাত ১১ জনৰ মৃত্যু হয়৷ আহত হৈছে বহুজন৷

বৃহস্পতিবাৰে পুৱা পষ্টমৰ্টেমৰ পাছত দেহকেইটা পৰিয়ালৰ হাতত তুলি দিয়া হৈছে৷ সমগ্ৰ ঘটনা পুংখানুপুংখভাৱে তদন্তৰ বাবে কমিটিও গঠন কৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী চিদ্দাৰামাইয়া চৰকাৰে৷ ১৫ দিনৰ মাজত সেই কমিটিক ৰিপৰ্ট দিবৰ বাবেও আহ্বান জনোৱা হৈছে৷

ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰ চি বি কৰ্তৃপক্ষই৷ মুখ্যমন্ত্ৰী চিদ্দাৰামাইয়াই ক্ষতিগ্ৰস্থ পৰিয়ালসমূহক ১০ লাখ টকা আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে৷ প্ৰিয়জনক হেৰুওৱা প্ৰতিটো পৰিয়ালৰ বাবে ৫ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিছে আৰচিবি আৰু কৰ্ণাটক ষ্টেট ক্ৰিকেট সংস্থাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?
অসম

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

October 8, 2026
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি
বিশ্ব

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

October 8, 2026
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?
অসম

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

October 8, 2026
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!
জীৱনশৈলী

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

October 8, 2026
Next Post
ট্ৰলী বেগৰ পৰা বিয়পিছিল দুৰ্গন্ধ, ট্ৰলী বেগ খুলিয়েই হতবাক আৰক্ষী, কি আছে ট্ৰলীবেগৰ ভিতৰত?

ট্ৰলী বেগৰ পৰা বিয়পিছিল দুৰ্গন্ধ, ট্ৰলী বেগ খুলিয়েই হতবাক আৰক্ষী, কি আছে ট্ৰলীবেগৰ ভিতৰত?

উদ্ধাৰ হোৱা ৰেইনকোটত বিশেষ দাগ, এতিয়াও সন্ধান নাই ইন্দোৰৰ সোনমৰ, সন্মুখলৈ আহিছে শাহুৱেকৰ সৈতে হোৱা শেষ কথোপকথন

উদ্ধাৰ হোৱা ৰেইনকোটত বিশেষ দাগ, এতিয়াও সন্ধান নাই ইন্দোৰৰ সোনমৰ, সন্মুখলৈ আহিছে শাহুৱেকৰ সৈতে হোৱা শেষ কথোপকথন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.