• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উদ্ধাৰ হোৱা ৰেইনকোটত বিশেষ দাগ, এতিয়াও সন্ধান নাই ইন্দোৰৰ সোনমৰ, সন্মুখলৈ আহিছে শাহুৱেকৰ সৈতে হোৱা শেষ কথোপকথন

উদ্ধাৰ হোৱা ৰেইনকোটত বিশেষ দাগ, এতিয়াও সন্ধান নাই ইন্দোৰৰ সোনমৰ, সন্মুখলৈ আহিছে শাহুৱেকৰ সৈতে হোৱা শেষ কথোপকথন

1 year ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

1 hour ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

1 hour ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

2 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

3 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

4 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

4 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

5 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

6 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

14 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

15 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

15 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

উদ্ধাৰ হোৱা ৰেইনকোটত বিশেষ দাগ, এতিয়াও সন্ধান নাই ইন্দোৰৰ সোনমৰ, সন্মুখলৈ আহিছে শাহুৱেকৰ সৈতে হোৱা শেষ কথোপকথন

উদ্ধাৰ হোৱা ৰেইনকোটত বিশেষ দাগ, এতিয়াও সন্ধান নাই ইন্দোৰৰ সোনমৰ, সন্মুখলৈ আহিছে শাহুৱেকৰ সৈতে হোৱা শেষ কথোপকথন

editor by editor
June 5, 2025
in অপৰাধ, উত্তৰ-পূব
0
উদ্ধাৰ হোৱা ৰেইনকোটত বিশেষ দাগ, এতিয়াও সন্ধান নাই ইন্দোৰৰ সোনমৰ, সন্মুখলৈ আহিছে শাহুৱেকৰ সৈতে হোৱা শেষ কথোপকথন
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘালয়ৰ মধুচন্দ্ৰিমাত গৈ উদ্ধাৰ হৈছে মধ্যপ্ৰদেশৰ যুৱকৰ মৃতদেহ৷ এতিয়াও সন্ধান নাই পত্নীৰ৷ ইয়াৰ মাজতেই উদ্ধাৰ হৈছে তেজলগা এটা ৰেইনকোট৷ ধাৰণা কৰা হৈছে সেই ৰেইনকোট মৃত ৰাজা ৰঘুবংশীৰ নিখোঁজ পত্নী সোনম ৰঘুবংশীৰ৷ মেঘালয়ৰ আৰক্ষীৰ ওচৰত এতিয়াও কোনো তথ্য নাই সোনমৰ৷ অন্যহাতে সোনমৰ এক অডিঅ’ ক্লিপ সন্মুখলৈ আহিছে৷ তাতেই শাহুৱেকৰ সৈতে কথা পাতিছে সোনমে৷ নিখোঁজ হোৱাৰ পূৰ্বে জংঘলত ট্ৰেক কৰাৰ সময়ত শাহুৱেকৰ সৈতে কথা পাতিছিল সোনমে৷

বিগত ২২ মে’ত মধ্যপ্ৰদেশৰ ইন্দোৰৰ বাসিন্দা সোনম ৰঘুবংশী আৰু তেওঁৰ স্বামী ৰাজা মেঘালয়ৰ ইষ্ট খাছী হিলছ নংৰিয়েট গাওঁৰ এক হোমষ্টেত আছিল৷ তাৰপাছতেই পুৱাই তেওঁলোক ফুৰিবলৈ ওলায় যায়৷ ২৩ তাৰিখৰ পৰাই নিখোঁজ হৈ আছে দম্পতি৷ পাছত ২ জুনত চেৰাপুঞ্জীৰ ছহৰাৰ পৰা উদ্ধাৰ হৈছে ৰাজাৰ ৰক্তাক্ত দেহ৷ এতিয়াও উদ্ধাৰ হোৱা নাই সোনমৰ দেহ৷

ইষ্ট খাছী হিল আৰক্ষীৰ ছুপাৰিনটেণ্ডেণ্ট বিবেক ছইমৰ বক্তব্য, ‘আমি এটা তিতা ৰেইনকোট উদ্ধাৰ কৰিছো৷ তাত ৰঙা দাগ আছে৷ সেয়া তেজৰ দাগ হয়নে সেয়া আমি নিশ্চিত কৰিব পৰা নাই৷ ফৰেন্সিক টেষ্টৰ ৰিপৰ্টততেই সেয়া স্পষ্ট হব৷’ অন্যহাতে সোনমৰ এক অডিঅ সন্মুখলৈ আহিছে৷ তাতেই শাহুৱেকে তেওঁক কৈছে, ‘সেইদিনটো উপবাসে থাকিবলৈ৷ তেতিয়াই সোনমে তেওঁলোকে জংঘলত ট্ৰেকিং কৰাৰ কথাও জনাইছে৷ ৰাস্তা একেবাৰে বেয়া বুলিও কৈছিল সোনমে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

August 27, 2026
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা
অপৰাধ

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

August 26, 2026
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ
ভাৰত

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

August 25, 2026
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
Next Post
ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ টেষ্ট দল ঘোষণা, ভাৰতৰ তুলনাত কিমান শক্তিশালী প্লেয়িং ১১

ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ টেষ্ট দল ঘোষণা, ভাৰতৰ তুলনাত কিমান শক্তিশালী প্লেয়িং ১১

ক’ৰণাৰ কালৰূপ! মাথো কেইটামান সপ্তাহতেই দেশত প্ৰায় ৫০০০ সংক্ৰমিত, অসমতো ৮ গৰাকী

ক'ৰণাৰ কালৰূপ! মাথো কেইটামান সপ্তাহতেই দেশত প্ৰায় ৫০০০ সংক্ৰমিত, অসমতো ৮ গৰাকী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.