• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ টেষ্ট দল ঘোষণা, ভাৰতৰ তুলনাত কিমান শক্তিশালী প্লেয়িং ১১

ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ টেষ্ট দল ঘোষণা, ভাৰতৰ তুলনাত কিমান শক্তিশালী প্লেয়িং ১১

1 year ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

2 minutes ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

50 minutes ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

2 hours ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

3 hours ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

4 hours ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

4 hours ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

5 hours ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

6 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

7 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

15 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

15 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ টেষ্ট দল ঘোষণা, ভাৰতৰ তুলনাত কিমান শক্তিশালী প্লেয়িং ১১

editor by editor
June 5, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ টেষ্ট দল ঘোষণা, ভাৰতৰ তুলনাত কিমান শক্তিশালী প্লেয়িং ১১
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ টেষ্ট দল ঘোষণা, ভাৰতৰ তুলনাত কিমান শক্তিশালী প্লেয়িং ১১

ইংলেণ্ডে অহা ২০ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ১৪ জনীয়া দল ঘোষণা কৰিছে। বেন ষ্ট’কছে নেতৃত্ব দিব দলটোৰ। এই দলৰ নতুন মুখ হ’ব জোছ টংগ আৰু ছেম কুক। আনহাতে দললৈ উভতি আহিচে ক্ৰীছ ৱক্স।

ভাৰতৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ বাবে ঘোষিত ইংলেণ্ডৰ দল : বেন ষ্ট’কছ, শ্বোইব বছিৰ, জেকব বেথেল, হেৰী ব্ৰুক, ব্ৰাইডন কাৰ্ছ, ছেম কুক, জেক ক্ৰাউলি, বেন ডাকেট, জেমী অভাৰটন, অলি পোপ, জো ৰুট, জেম স্মিথ, জোছ টংগ, ক্ৰীছ ৱক্স।

শেহতীয়াকৈ জিম্বাবুৱেৰ বিৰুদ্ধে চাৰিদিনীয়া টেষ্টত টংগ আৰু কুক দলটোৰ অংশ আছিল। টংগ মধ্যমীয়া গতিৰ লগতে কুক সোঁহাতীয়া বেগী বলাৰ। ইয়াৰ উপৰিও অভাৰটনকো খেলা দেখা যাব, যিয়ে দ্ৰুত বলিঙৰ লগতে বেটিং কৰিব পাৰে।

আনহাতে টেষ্ট শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতীয় দল- শুভমন গিল (অধিনায়ক), ঋষভ পন্ত (উপ অধিনায়ক আৰু উইকেটকীপাৰ), যশস্বী জয়ছৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, অভিমন্যু ইয়াশ্বৰন, কৰুণ নাইৰ, নীতিশ ৰেড্ডী, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, শাৰদুল ঠাকুৰ, জছপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, আকাশ দীপ, আৰ্শদীপ সিং, কুলদীপ যাদৱ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India Vs EnglandTest Match
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?
বিনোদন

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

July 25, 2026
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ
অপৰাধ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

July 25, 2026
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে
ভাৰত

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

July 25, 2026
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়
জীৱনশৈলী

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

July 25, 2026
Next Post
ক’ৰণাৰ কালৰূপ! মাথো কেইটামান সপ্তাহতেই দেশত প্ৰায় ৫০০০ সংক্ৰমিত, অসমতো ৮ গৰাকী

ক'ৰণাৰ কালৰূপ! মাথো কেইটামান সপ্তাহতেই দেশত প্ৰায় ৫০০০ সংক্ৰমিত, অসমতো ৮ গৰাকী

গোপনে বিবাহ পাশত আৱদ্ধ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰা, স্বামী ৬৫ বছৰীয়া পিনাকী মিশ্ৰ

গোপনে বিবাহ পাশত আৱদ্ধ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰা, স্বামী ৬৫ বছৰীয়া পিনাকী মিশ্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.