• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭২ ঘণ্টীয়া যুদ্ধৰ পৰিণতি, ইৰাণৰ ৪০৬, ইজৰাইলৰ ১৬ নিহত

৭২ ঘণ্টীয়া যুদ্ধৰ পৰিণতি, ইৰাণৰ ৪০৬, ইজৰাইলৰ ১৬ নিহত

1 year ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

16 minutes ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

1 hour ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

2 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

9 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

10 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

11 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

11 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

11 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

12 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

13 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

14 hours ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৭২ ঘণ্টীয়া যুদ্ধৰ পৰিণতি, ইৰাণৰ ৪০৬, ইজৰাইলৰ ১৬ নিহত

editor by editor
June 16, 2025
in বিশ্ব, ৰাজনীতি
0
৭২ ঘণ্টীয়া যুদ্ধৰ পৰিণতি, ইৰাণৰ ৪০৬, ইজৰাইলৰ ১৬ নিহত
0
SHARES
526
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৭২ ঘণ্টীয়া যুদ্ধৰ পৰিণতি, ইৰাণৰ ৪০৬, ইজৰাইলৰ ১৬ নিহত

ইৰাণত ইজৰাইলৰ তীব্ৰ বিমান আক্ৰমণৰ ৭২ ঘন্টা পাৰ হৈ গ’ল। এই আক্ৰমণত এতিয়ালৈকে ইৰাণৰ ৪০৬ জন সাধাৰণ নাগৰিক আৰু জোৱানৰ মৃত্যু হোৱাৰ বিপৰীতে ৬৫৪ জন লোক আহত হৈছে। কিন্তু ইৰাণে এই পৰিসংখ্যা নাকচ কৰি কয় যে মাত্ৰ ২২৪ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে অধিকাংশই সাধাৰণ নাগৰিক।

একে সময়তে ইৰাণৰ প্ৰতিশোধমূলক আক্ৰমণত ইজৰাইলত ১৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবা ডজন লোক আহত হৈছে। যুদ্ধ বিৰতি ভংগ কৰি পুনৰ দুয়ো দেশত গা কৰি উঠিছে আক্ৰমণৰ কাৰ্য। প্ৰথমেই ইজৰাইলে যুদ্ধ বিৰতি ভংগ কৰি ইৰাণৰ ওপৰত আক্ৰমণ চলায়।

ইজৰাইলে দাবী কৰিছে যে তেওঁলোকে নিজৰ দেশৰ পৰা তেহৰাণলৈ ‘এয়াৰ কৰিডৰ’ সৃষ্টি কৰিছে, যাৰ জৰিয়তে এতিয়া তেহৰাণত কোনো বাধা নোহোৱাকৈ বিমান আক্ৰমণ কৰিব পাৰিব। এই কৰিডৰ ব্যৱহাৰ কৰি ইজৰাইলৰ বায়ুসেনাই ২৩০০ কিলোমিটাৰ দূৰৈৰ ইৰাণৰ মাছহাদ বিমানবন্দৰত ইন্ধন ভৰোৱা বিমান এখনক লক্ষ্য কৰি সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়।

ইৰাণৰ নান্টজ, ইছফাহান আৰু ফৰ্ডো পাৰমাণৱিক স্থানত ইজৰাইলৰ আক্ৰমণ। এই আক্ৰমণত ইউৰেনিয়াম সমৃদ্ধিশালী যন্ত্ৰৰ যথেষ্ট ক্ষতি হৈছে। তেহৰাণ আৰু অন্যান্য চহৰৰ সামৰিক ঘাটি, ক্ষেপণাস্ত্ৰ উৎপাদন কেন্দ্ৰ, শোধনাগাৰ আদিকো লক্ষ্য কৰি লোৱা হৈছিল। কেৰমানশ্বাহ আৰু তাব্ৰিজৰ মিছাইল ঘাটি ধ্বংস হোৱাৰ বিপৰীতে তেহৰাণৰ মেহৰাবাদ বিমানবন্দৰৰো ক্ষতিসাধন হৈছে।

ইজৰাইলৰ আক্ৰমণত ইৰাণৰ শীৰ্ষ সামৰিক আৰু চোৰাংচোৱা নেতৃত্ব প্ৰায় সম্পূৰ্ণৰূপে নিঃশেষ হৈ গৈছে। কেইবাগৰাকী সেনা প্ৰধান, বৈজ্ঞানিক নিহত হৈছে।

ইৰাণে ইজৰাইলৰ ওপৰত ১০০-২০০ বেলিষ্টিক মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰি প্ৰতিশোধ লয়। ইয়াৰে কিছুমানে আইৰন ড’মক ডজ কৰিবলৈ সক্ষম হয় আৰু টেল আভিভৰ বহু অট্টালিকা ধ্বংস হয়।

তেহৰাণ টাইমছৰ তথ্য অনুসৰি ইৰাণে সোমবাৰে পুৱাৰ ভাগত দখল কৰা অঞ্চলত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। ইয়াৰ ভিতৰত আছে হাইফা, কিৰিয়াট গাট, নেগেভ মৰুভূমি আৰু ডিমোনা কমপ্লেক্স। হাইফা বন্দৰত আক্ৰমণৰ পিছতে সংঘটিত হয় এক অগ্নিকাণ্ড। ইৰাণৰ সেনাই ৱেইজমেন বিজ্ঞান প্ৰতিষ্ঠানকো লক্ষ্য কৰি লয়। ইয়াৰ লগতে ১৫০ৰো অধিক সামৰিক আৰু চোৰাংচোৱা ঘাটিকো আক্ৰমণ কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iranIran Vs IsrealIsrealWar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা
নিয়োগ

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

August 5, 2026
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়
বিজ্ঞান

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

August 5, 2026
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ
অপৰাধ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

August 5, 2026
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ
বিশ্ব

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

August 5, 2026
Next Post
ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ, ৬ শ্ৰমিক নিহত, অন্য ১২ শ্ৰমিকৰ অৱস্থা সংকটজনক

ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ, ৬ শ্ৰমিক নিহত, অন্য ১২ শ্ৰমিকৰ অৱস্থা সংকটজনক

প্ৰীতি যোগৰ প্ৰভাৱত কাইলৈ ৩ ৰাশিৰ জীৱন হৈ পৰিব ৰোমান্তিক, প্ৰেমে আৱৰি ধৰিব মন

প্ৰীতি যোগৰ প্ৰভাৱত কাইলৈ ৩ ৰাশিৰ জীৱন হৈ পৰিব ৰোমান্তিক, প্ৰেমে আৱৰি ধৰিব মন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.