• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেমিকেল ফেক্টৰীত ভয়ংকৰ ঘটনা, অকালতে প্ৰাণ হেৰুৱালে ১৭ লোকে

10 months ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

8 minutes ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

38 minutes ago
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

1 hour ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

2 hours ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

3 hours ago
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

5 hours ago
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

7 hours ago
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কেমিকেল ফেক্টৰীত ভয়ংকৰ ঘটনা, অকালতে প্ৰাণ হেৰুৱালে ১৭ লোকে

editor by editor
June 30, 2025
in বিবিধ, ভাৰত
0
কেমিকেল ফেক্টৰীত ভয়ংকৰ ঘটনা, অকালতে প্ৰাণ হেৰুৱালে ১৭ লোকে
0
SHARES
37
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেমিকেল ফেক্টৰীত ভয়ংকৰ ঘটনা, অকালতে প্ৰাণ হেৰুৱালে ১৭ লোকে

তেলেংগানাত আজি ৩০ জুন তাৰিখে সংঘটিত হৈছে এক অতিকে ভয়ংকৰ ঘটনা। এটা কেমিকেল ফেক্টৰী ব্লাষ্ট হৈ অকালতে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে। ইয়াৰ বাহিৰে অন্য ১০ৰ পৰা ১৫ গৰাকীমান লোক আহত হৈছে যদিও, কোনোমতে প্ৰাণ ৰক্ষা পৰে বহু শ্ৰমিকৰ।

ঘটনাটো আজি পুৱা প্ৰায় ৭ বজাত সংঘটিত হয় । ঘটনাৰ পিছতে কাৰখানাৰ ভিতৰত হুলস্তুলৰ সৃষ্টি হয়। জীৱন ৰক্ষাৰ বাবে বহু শ্ৰমিক দৌৰি আহে যদিও ওলাই আহিব নোৱাৰাৰ ফলত ১৭ জন লোক বেয়াকৈ জ্বলি থিতাতে মৃত্যু হয়।

জানিব পৰা মতে, কাৰখানাটোৰ ৰাসায়নিক ৰিয়েক্টৰত বিস্ফোৰণ ঘটিছিল, যাৰ ফলতেই কাৰখানাটোত জুই লাগে। ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ ১১খন বাহন আহি জুই নিৰ্বাপন কৰে।

আহতসকলক এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়। পাশমিলাৰামত অৱস্থিত ছিগাচি কেমিকেল ইণ্ডাষ্ট্ৰীত সংঘটিত হয় এই দুৰ্ঘটনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Chemical FactoryFactory BlastTelengana
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

May 3, 2026
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?
বাণিজ্য

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

May 3, 2026
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

May 3, 2026
Next Post
মন্দিৰৰ প্ৰসাদত পঁইতাচোৰা উদ্ধাৰক লৈ হাহাকাৰ

ভাৰত-ইংলেণ্ডৰ দ্বিতীয় টেষ্টত ভাৰতীয় দলত সাল-সলনি, দুগৰাকী খেলুৱৈ বাহিৰ হোৱাৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন