• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিমাচলৰ ভয়ংকৰ ভূমিস্খলনত ভগৱানৰ দূত হৈ আহিছে এটা কুকুৰ! পোষ্য কুকুৰটোৰ তৎপৰতাতেই প্ৰাণৰক্ষা ৬৭জন লোকৰ

হিমাচলৰ ভয়ংকৰ ভূমিস্খলনত ভগৱানৰ দূত হৈ আহিছে এটা কুকুৰ! পোষ্য কুকুৰটোৰ তৎপৰতাতেই প্ৰাণৰক্ষা ৬৭জন লোকৰ

1 year ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

17 minutes ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

1 hour ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

2 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

3 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

4 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

5 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

18 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

19 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

19 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

19 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

20 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হিমাচলৰ ভয়ংকৰ ভূমিস্খলনত ভগৱানৰ দূত হৈ আহিছে এটা কুকুৰ! পোষ্য কুকুৰটোৰ তৎপৰতাতেই প্ৰাণৰক্ষা ৬৭জন লোকৰ

হিমাচলৰ ভয়ংকৰ ভূমিস্খলনত ভগৱানৰ দূত হৈ আহিছে এটা কুকুৰ! পোষ্য কুকুৰটোৰ তৎপৰতাতেই প্ৰাণৰক্ষা ৬৭জন লোকৰ

editor by editor
July 8, 2025
in জীৱনশৈলী, ভাৰত
0
হিমাচলৰ ভয়ংকৰ ভূমিস্খলনত ভগৱানৰ দূত হৈ আহিছে এটা কুকুৰ! পোষ্য কুকুৰটোৰ তৎপৰতাতেই প্ৰাণৰক্ষা ৬৭জন লোকৰ
0
SHARES
705
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহতকৈ পূৰ্বে বিপদৰ গোন্ধ পায় জন্তুৱে৷ বিপদৰ সম্ভাৱনাৰ উমান পায় মানুহৰ প্ৰাণ বচাবলৈ যত্ন কৰে পোহনীয়া প্ৰায়সমূহ জন্তুৱেই৷ সম্প্ৰতি হিমাচল প্ৰদেশত হোৱা ভয়াৱহ বান পৰিস্থিতি তৈয়াৰ হৈছে তাতেই এটা পোহনীয়া কুকুৰৰ কৰ্মই সকলোৰে মন মোহিছে৷ এটা পোষ্য কুকুৰৰ বাবেই প্ৰাণ ৰক্ষা পৰিল প্ৰায় ৬৭ গৰাকী লোকৰ৷

বিগত ৩০ জুনত হিমাচল প্ৰদেশৰ মাণ্ডিৰ ধৰমপুৰ এলেকাৰ ছিয়াথি গাওঁত ভয়ংকৰ ভূমিস্খলন হৈছে৷ সেই ভূমিস্খলনত একাধিক ঘৰ দুৱাৰ মাটিৰ তলত৷ কিন্তু এই ঘটনা হোৱাৰ ঠিক আগে আগে প্ৰবল জোৰেৰে চিৎকাৰ কৰিবলৈ আৰম্ভ কৰিছিল এটা পোহনীয়া কুকুৰে৷ কুকুৰটোৰ বাবেই সেই গাওঁৰ ২০টা পৰিয়ালৰ ৬৭গৰাকী লোকৰ প্ৰাণ ৰক্ষা পৰিছে৷

সেই গাওঁৰ এগৰাকী বাসিন্দা নৰেন্দ্রই কয়, ‘ঘৰৰ তিনিমহলাৰ ওপৰত কুকুৰটো শুই আছিল৷ বাহিৰত তেতিয়া বৰষুণ দিয়েই আছিল৷ হঠাৎ কুকুৰটোৱে চিৎকাৰ কৰিবলৈ আৰম্ভ কৰে৷ সেই চিৎকাৰ শুনি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে নৰেন্দ্ৰ৷ তেতিয়াই দেখে যে ঘৰৰ দেৱালত বিশাল এক ফাঁট মেলিছে৷ আৰু সেই ফাঁটেৰে পানী সোমাবলৈ ধৰিছে৷ লগে লগেই কুকুৰটোক তললৈ নমাই আনি ঘৰৰ সকলোকে চিঁঞৰি মাতে নৰেন্দ্ৰই৷ বাহিৰলৈ আহি গাওঁৰ মানুহকো সতৰ্ক কৰে তেওঁ৷

বৰষুণতেই প্ৰাণ বচাবলৈ সকলোৱে নিৰাপদ আশ্ৰয় বিচাৰি কিছু আঁতৰলৈ দৌৰিবলৈ ধৰে৷ ঘৰ খালী কৰি যোৱাৰ কেইমিনিট মানৰ পাছতেই সেই ঘৰ সম্পূৰ্ণৰূপে খহি পৰে৷ কেৱলমাত্ৰ ৪-৫টা ঘৰ বাদ দি এলেকাটোৰ প্ৰায়সমূহ ঘৰেই এতিয়া মাটিৰ তলত৷

গৃহহীন সেই গাওঁৰ বাসিন্দাসকলে এতিয়া ত্ৰিয়াম্বালাৰ গাওঁৰ এটা মন্দিৰত আশ্ৰয় লৈ আছে৷ অসহায় অৱস্থাত সাহায্যৰ হাত আগুৱাই দিছে আশে পাশে থকা গাওঁৰ মানুহে৷ চৰকাৰী অৰ্থসাহায্যও দিয়া হৈছে৷ চৰকাৰী তথ্য অনুসৰি হিমাচল প্ৰদেশৰ মাণ্ডিৰ এই ভূমিস্খলনত বৰ্তমানলৈকৈ ৮০গৰাকী লোকে প্ৰাণ হেৰুৱাইছে৷ ব্যাপকৰূপে ক্ষতিগ্ৰস্থ হৈছে এই এলেকাৰ বাসিন্দাসকলৰ৷ হিমাচলৰ মুঠ ২৮০ টা পথ বন্ধ কৰা হৈছে৷ তাৰমাজতেই ১৫৬ টা ৰাস্তাই মাণ্ডিৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?
জীৱনশৈলী

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

August 28, 2026
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!
জীৱনশৈলী

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

August 28, 2026
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’
ভাৰত

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

August 28, 2026
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?
জীৱনশৈলী

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

August 28, 2026
Next Post
ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা, দ’ খাৱৈত ট্ৰাক বাগৰি প্ৰাণ হেৰুৱালে ৪জনে

ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা, দ' খাৱৈত ট্ৰাক বাগৰি প্ৰাণ হেৰুৱালে ৪জনে

কৰ্কট ৰাশিত সূৰ্যৰ গোচৰে জুলাই মাহত ৪ ৰাশিৰ জীৱনলৈ আনিব প্ৰেমৰ জোৱাৰ

কৰ্কট ৰাশিত সূৰ্যৰ গোচৰে জুলাই মাহত ৪ ৰাশিৰ জীৱনলৈ আনিব প্ৰেমৰ জোৱাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.